ABP Assam

ABP Assam দুৰ্নীতিৰ বিৰুদ্ধে সত্য উদঘাটন কৰি সমাজৰ হৈ নিষ্ঠাৰে কাম কৰা আমাৰ লক্ষ।

15/01/2025

হাতোগাওত মাঘ বিহু উপলক্ষে সাংস্কৃতিক অনুষ্ঠান।

15/01/2025

⏩বেদখল, উচ্ছেদ, এইসমূহ শব্দ ৰাজ্য বাসীৰ বাবে নতুন নহয়।
⏩ৰাজহুৱা পথ দখল কৰি ৰাস্তাতে সাজিলে শৌচালয়।
⏩স্থানীয় ৰাইজক আক্ৰমণৰ লক্ষ্য ভেৰোণীয়া গুণ্ডাবাহিনীৰ ।
⏩প্ৰাণৰ ভয়, নিৰাপত্তাহীনতাত লক্ষীপুৰৰ এটা অঞ্চলৰ একাংশ বাসিন্দা।

14/01/2025

⏩আলফা স্বাধীনৰ শিবিৰত উদযাপন হেঁপাহৰ ভোগালী বিহু।

14/01/2025

নলংগা মোল্ল্যা বজাৰত পথ দুৰ্ঘটনা ।

14/01/2025

বামুন দংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মহা সমাৰোহ অনুষ্ঠানৰ মূল প্ৰৱেশদ্বাৰ উন্মোচন....

13/01/2025

নৱ গঠিত বীৰসিং জৰুৱা সমষ্টিৰ জামাদাৰহাটত ভোগালী বিহুত ব্যাপক আয়োজন।

13/01/2025

⏩গোৱালপাৰা জিলাৰ নৱ গঠিত কামাখ্যাবাৰী ব্লক কংগ্ৰেছৰ সভাপতিৰ পদত বিৰ্তক বিহীন ব্যক্তিক দিব লাগে বুলি APCC লৈ পত্ৰ প্ৰেৰণ।
⏩নৱ গঠিত কামাখ্যাবাৰী ব্লক কংগ্ৰেছৰ সভাপতিৰ পদক লৈ ঘৰিষ্ট সংখ্যক কংগ্ৰেছ কৰ্মীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া।

13/01/2025

⏩১৩ নং আমবাৰী জিলা পৰিষদৰ সদস্য পদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী জহিৰুল ইছলাম (জহি )।

11/01/2025

লক্ষীপুৰ বন বিষয়া ধ্ৰুৱ দত্তৰ নেতৃত্বত উচ্ছেদিত পৰিয়ালৰ ম'হৰ গাড়ী জ্বলাই দিয়া গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়া।

09/01/2025

পশ্চিম গোৱালপাৰাৰ ধামৰ বিলপাৰাৰ উচ্ছেদিত পৰিয়ালৰ কাষত জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সজাতি দল।

09/01/2025

উমৰাংছুৰ কয়লাখনিত সংঘটিত দুৰ্ঘটনাক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভুপেন কুমাৰ বৰাৰ মন্তব্য

08/01/2025

⏩গোৱালপাৰা জিলাৰ ধামৰ বিলপাৰাৰ উচ্ছেদিত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি।
⏩উচ্ছেদিতৰ কাষত এতিয়ালৈকে যোৱা নাই কোনো সাংসদ বিধায়ক।

08/01/2025

জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত ১৪ নং চুনাৰী জিলা পৰিষদৰ সদস্যা পদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মেহেৰা খাতুনে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে।

06/01/2025

⏩বলাইখামাৰত হবলগীয়া বৃহৎ উপহাৰ কুপনৰ চুড়ান্ত খেলৰ তাৰিখ আৰু স্থান সাল সলনি।
⏩১৬ জানুৱাৰীত মেঘালয়ৰ বেলগুৰি ফিল্ডত অনুষ্ঠিত হব এই উপহাৰ কুপনৰ খেল।

05/01/2025

পশ্চিম গোৱালপাৰাৰ কুৰ্শ্বাকাটীৰ এগৰাকী উদিয়মান যুৱক হাফিজুৰ ৰহমানে এইবাৰ খেলিব পঞ্চায়ত নিৰ্বাচন।

04/01/2025

অসম চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় বাৰ্ষিক অসম টি গ'ল্ডেন কাপ মহিলা ফুটবল প্ৰতিযোগীতাৰ সন্দভত সংবাদ মেল।

03/01/2025

অহা ৬ জানুৱাৰীত আহি আছে বলাইখামাৰ মেধিপাৰা আঞ্চলিক দুর্গামন্দিৰ ফিল্ডত হবলগীয়া সাংস্কৃতিক অনুষ্ঠানত।

03/01/2025

অহা ৫ জানুৱাৰীত বলাইখামাৰ মেধিপাৰা আঞ্চলিক দুর্গামন্দিৰ ফিল্ডত।

Address

Joybhum
Goalpara
783129

Alerts

Be the first to know and let us send you an email when ABP Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ABP Assam:

Videos

Share