Bbc Ne News অসমীয়া আৰু বাংলা

Bbc Ne News অসমীয়া আৰু বাংলা Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bbc Ne News অসমীয়া আৰু বাংলা, News & Media Website, Kalyanpur Baguan, Goalpara.

30/01/2025

March -Past of Republic day celebration organised by Arunodaya club Rakhaldubi

29/01/2025

অৰুণোদয় ক্লাবৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন অনুষ্ঠান ত নৃত্য প্ৰদৰ্শন।

29/01/2025

অৰুণোদয় ক্লাবৰ উদ্যোগত উদযাপন কৰা ৭৬ সংখ্যক গণৰাজ্য দিৱস ৰ অনুভৱ সম্পৰ্ক ত বিশিষ্ট সমাজ কৰ্মী আবিদ আজাদৰ মনৰ অনুভৱ।

27/01/2025

অৰুণোদয় ক্লাবৰ উদ্যোগত ৰাখাল ডুবী হাই স্কুল খেল পথাৰত গণৰাজ্য দিৱস উদযাপন এটা বিশেষ দৃশ্য ।

27/01/2025

অৰুণোদয় ক্লাবৰ উদ্যোগত অনুষ্ঠিত গণৰাজ্য দিৱস উদযাপন সম্পৰ্কে অধ্যাপক শ্বৰিফুল ইছলামৰ চমু মন্তব্য।

26/01/2025

কলমৰ ওপৰত আৰু মুখেৰে কামুৰি ধৰা বাহৰ ওপৰত ফুটবল ঘুৰাই বিশ্ব ৰেকৰ্ড কৰা গোৱালপাৰা ৰ যুৱক শ্ৰী যতিন ৰাভা ৰ প্ৰথমে কলম আৰু ইয়াৰ পিছত বাহৰ ওপৰত ফুটবল ঘুৰাই থকাৰ এটি আকৰ্ষণীয় দৃশ্য অৰুণোদয় ক্লাবৰ উদ্যোগত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন ৰ অনুষ্ঠান ত ৰাখাল ডুবী হাই স্কুল খেল পথাৰত।

26/01/2025

৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন ৰাখাল ডুবী অৰুণোদয় ক্লাবৰ ৰাখাল ডুবী হাই স্কুল খেল পথাৰত

22/01/2025

নিয়তি ৰ কৰুণ পৰিণতিৰ ফলত মাতৃ হাৰা হ'ল এটি নৱজাতকৰ গোৱালপাৰা সদৰ আৰক্ষী থানা ত গোচৰ দাখিল । সকলোৱে নৱজাতকৰ বাবে দোৱা আৰু আশীৰ্বাদ কৰিব। মাতৃ হাৰা শিশু ৰ বাবে আটায়ে আশীৰ্বাদ কৰিব।

22/01/2025

Welcome to my new followers bbc ne news

14/01/2025

On the Road

12/01/2025

Please Like & follow my page

12/01/2025

হৰ ঘৰ জল। এই দৰে পানী পৰিলে পুখুৰী যাব তল ।কল্যাণ পুৰ পানী যোগান আঁচনি ৰ এটা দৃশ্য পুখুৰী ত গৈ আছে জল জীৱন মিছন আঁচনি ৰ পানী ।

03/01/2025
Happy new year 2025
01/01/2025

Happy new year 2025

01/01/2025

Rabha folk performance at Badungduppa kalakendra Rampur Goalpara Assam

31/12/2024

Rabha folk performance at Badungduppa kalakendra

30/12/2024

বাদুংদূপ্পা কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ নাট সমাৰোহ ত বিশিষ্ট নাট্যকাৰ অভিনেতা ড' গৌৰভ দাসে বাদুংদূপ্পা কলা কেন্দ্ৰৰ পৰা বাদুংদূপ্পা কলা কেন্দ্ৰৰ বিশেষ সন্মানীয় বঁটা গ্ৰহণ কৰা ৰ পিছত ড' গৌৰভ দাসে কৰা চমু মন্তব্য

30/12/2024

গোৱালপাৰা ত চি পি আই আৰু চি পি আই এম ৰ যৌথ প্ৰতিবাদ

Address

Kalyanpur Baguan
Goalpara
783129

Telephone

+919127510343

Website

Alerts

Be the first to know and let us send you an email when Bbc Ne News অসমীয়া আৰু বাংলা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Bbc Ne News অসমীয়া আৰু বাংলা:

Videos

Share