Shobar Priyo 2.0

Shobar Priyo 2.0 মই মোৰ পেজত স্কুলৰ ভিডিঅ',নৃত্য, কুইজ, অন্যান্য তথ্য, ৰিল,মজাৰ ভিডিঅ' আপডেট প্ৰকাশ কৰো।

15/04/2024

আজি খৰমুজা ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু যুৱ কংগ্ৰেছৰ সহযোগত আয়োজিত এখনি বিশাল জনসভা।

ৰাইজে আগবঢ়োৱা সঁহাৰিৰ পৰা স্পষ্ট যে এইবাৰ ধুবুৰীৰ উন্নয়ন নিশ্চিত। সকলোকে এইবাৰ তলা-চাবিৰ সলনি কংগ্ৰেছ দলক সুযোগ প্ৰদান কৰিবলৈ আহ্বান জনাওঁ।

উক্ত সভাত এ আই ইউ ডি এফ দলৰ গোৱালপাৰা জিলা উপ সভাপতি জেহেৰুল ইছলাম ডাঙৰীয়াৰ নেতৃত্বত এ আই ইউ ডি এফৰ জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক শ্বাহাৰুল ইছলামকে প্ৰমুখ্য কৰি সহস্ৰাধিক কৰ্মীয়ে আমাৰ দলত যোগদান কৰে। মই সকলোকে দললৈ আদৰণি জনাওঁ।

📍 ৰৌমাৰী বজাৰ, জয়পুৰ।



15/04/2024
12/02/2024

হাইৰে ৰাগ শুকুৰ আলীৰ, ৰাগে কি কয় শুনেন.........?

11/02/2024

ইস্তেমা গোৱালপাৰা,জয়পুৰ

09/02/2024

Goalpara IJTEMA, Nolonga, Rakhaldubi, Joypur, Junkaipara.

04/02/2024

জলেশ্বৰ পীৰবাৰী উৰুছ

02/02/2024

জলেশ্বৰ পীৰবাৰী উৰুছ
this video has been collected from Facebook.

29/01/2024

M***i mokibur rahman azhari@
#পীৰবাৰী উৰুছ জলেশ্বৰ

28/01/2024
25/01/2024

Practice time at iqra academy a senior secondary school,singimari

24/01/2024

জলেশ্বৰ পিৰবাৰীৰ পাগল বজাৰৰ কিছু মুহুর্ত

28/12/2023

It was Practice time.......

11/12/2023

জিলা ভিক্তিত হৈ যোৱা খেল মহাৰণৰ শেষৰ দৃশ্য আছিল ছোৱালী সকলোৰ কাবাডী খেল ।।

08/12/2023

Academic dance

02/12/2023

ইকৰা একাডেমী এ ছিনিয়ৰ ছেকেন্ডাৰি স্কুল ৰ ছাত্রীসকলৰ অসাধাৰণ একটি নৃত্য আছিল।।

30/11/2023

Hon'ble MLA Alhaj Abdur Rashid Mandal.Thank you so much for coming in our iqra academy a senior secondary school,singimari

30/11/2023

Hon'ble MLA Alhaj Abdur Rashid Mondal

30/11/2023

স্কুলীয়া ছাত্রী জনীৰ নৃত্যটো ভাল লাগিলে শেয়াৰ কৰিবলৈ না পাহৰিব।। আপোনালোকৰ এটা শেয়াৰে কিন্তু ছোৱালী জনীয়ে ভবিষ্যতত আগবঢ়াই যাব পাৰে।।

28/11/2023

ইকৰা একাডেমী এ ছিনিয়ৰ ছেকেন্ডাৰি স্কুল,শিঙিমাৰী ২০২৩-২৪ বৰ্ষৰ হৈ যোৱা নৱাগত আদৰনি সভাৰ কিছুমান দৃশ্য ভিডিও আকাৰত প্রকাশ কৰিলো।

25/11/2023
19/11/2023

ছফিকুল ইছলামৰ কাৰনে সকলোৱে দোয়া কৰিব যাতে তেওঁক আল্লাহ তা-আলাই যেন তাক জান্নাত নছিব কৰেন।

14/11/2023

of iqra academy

07/11/2023

জয়পুৰ পুৰান বজাৰত মৰাপাটৰ পিলত জুই।

07/11/2023

Morning assembly of iqra academy, singimari

Address

Joypur, Road
Goalpara
783129

Website

Alerts

Be the first to know and let us send you an email when Shobar Priyo 2.0 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Shobar Priyo 2.0:

Videos

Share