জলেশ্বৰত ৰাজহুৱা ভাবে গৰাখহনীয়া স্থায়ী বান্ধ নিৰ্মাণৰ উদেশ্যে আলোচনা সভা।
জলেশ্বৰত ৭৬ তম গণৰাজ্য দিৱস উৎযাপন।
জলেশ্বৰত ৭৬ তম গণৰাজ্য দিৱস উৎযাপন।
জলেশ্বত ৭৬ তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন আৰু পেৰেড মাৰ্ছৰ কাৰ্য্যসূচী।
গোসাইডুবি ফুটবল টুর্নামেন্ট ২০২৪/২৫ ৰ চূড়ান্ত খেল সমপন্ন।
গোসাইডুবি ফুটবল টুর্নামেন্ট ২০২৪/২৫ ৰ চূড়ান্ত খেল সমপন্ন।
জলেশ্বৰত গণৰাজ্য দিৱসৰ ব্যপক প্ৰস্তুতি।
গণৰাজ্য দিৱসৰ প্ৰেৰেড মাৰ্ছত অংশগ্রহণ কৰিব ২০ খনকৈ বিদ্যালয়ৰ ছাত্র ছাত্রী।
জলেশ্বৰত ৰাইজৰ দান বৰঙণিৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে স্থায়ী বান্ধ নিৰ্মাণৰ উদেশ্যে অহা সোমবাৰে (২৭ জানুৱাৰীত) জলেশ্বৰ মৰাপাট বজাৰত বিশাল জন সভাৰ আয়োজন কৰা হৈছে। উক্ত সভাত সকলো ৰাইজক উপস্থিত থাকি সহায় সহযোগিতা কৰিবলৈ আহব্বান জনোৱা হল।
সদৌ অসম মিঞা মঞ্চৰ প্ৰতিবাদ
মিঞা জনগোষ্ঠীয় মৰ্যাদাৰ দাবিত জলেশ্বৰ সমষ্টিৰ চাকলি গাৱত সদৌ অসম মিঞা মঞ্চৰ প্ৰতিবাদ।
৭৬ তম গণৰাজ্য দিৱস উপলক্ষে জলেশ্বৰত ব্যপক আয়োজন। ২০ খনকৈ বিদ্যালয়ৰ ছাত্র ছাত্রী সকলে প্ৰেৰেড মাৰ্ছৰ বাবে আৰম্ভ কৰিছে অনুশীলন।
জলেশ্বৰ পীৰবাৰী ধৰ্ম সভা উদ্ধোধনী অনুষ্ঠান।
জলেশ্বৰৰ পীৰবাৰীত অনুষ্ঠিত ধৰ্মীয় সভাৰ উদ্ধোধনী অনুষ্ঠান।
আজি জলেশ্বৰৰ পীৰবাৰীত অনুষ্ঠিত ধৰ্মীয় সভাৰ পতকা উত্তোলন কৰি শুভ উদ্বোধন কৰে পীৰবাৰীৰ সঞ্চালক প্রধান ছৈয়দ মজহৰ উদ্দিন আহমেদ।
জলেশ্বৰ কাটাৰীহাৰা পীৰবাৰীত বিশাল ধৰ্মীয় সভাৰ শুভ উদ্বোধন ।
জলেশ্বৰ কাটাৰীহাৰা পীৰবাৰীত বিশাল ধৰ্মীয় সভাৰ শুভ উদ্বোধন ।
জলেশ্বৰ পীৰবাৰী সঞ্চালক মণ্ডলী আৰু ছোছাইটি দাৰুল উলুম নাছিৰীয়া বাগদাদীয়া মাদ্ৰাছাৰ যৌথ উদ্যোগত প্ৰথম বাৰ্ষিকী বিশাল ধৰ্ম সভাৰ আয়োজন কৰা হৈছে।