Prag News

Prag News PRAG NEWS is the oldest regional News Channel in the North East region, launched in 2000, operating out of Guwahati.

The First News Channel In North East that brings you the news, views and analysis from all corners of our North East, India 24/7...

18/02/2025

কাহিলিপাৰাত অংশকালীন প্ৰবক্তাৰ প্ৰতিবাদ
পলিটেকনিক আৰু অভিযান্ত্ৰিক কলেজৰ প্ৰবক্তাৰ প্ৰতিবাদ

18/02/2025

ট্ৰাম্প-মোদীৰ সমৰ্থনত শক্তিশালী শ্বেইখ হাছিনা
মহম্মদ ইউনুছৰ বিৰুদ্ধে হাছিনাৰ প্ৰতিশোধৰ হুংকাৰ

18/02/2025

‘অব্যৱস্থাৰ বাবেই মহাকুম্ভত পদপিষ্টৰ ভয়াৱহ ঘটনা’
মহাকুম্ভক লৈ মমতা বেনাৰ্জীৰ বক্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া

18/02/2025

দিছপুৰত কংগ্ৰেছ বিধায়িনী দলৰ গুৰুত্বপূৰ্ণ বৈঠক
বিধানসভাৰ অধিৱেশনক লৈ কংগ্ৰেছৰ ৰণনীতি প্ৰস্তুত

18/02/2025

"PRIME AT NITE" 4

18/02/2025

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ অনুশীলন আৰম্ভ
ACA ষ্টেডিয়ামত দৰ্শকেও চাব পাৰিব অনুশীলন
২১ ফেব্ৰুৱাৰীত দৰ্শকৰ বাবে উপলব্দ হ’ব এই সুবিধা
সন্ধিয়া ৭-১১ বজালৈ উপভোগ কৰিব পাৰিব অনুশীলন
ৰিয়ান পৰাগ, নীতিশ ৰানা, ধ্ৰূৱ জুৰেলৰ অনুশীলন
অনুশীলনত উপস্থিত মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়

18/02/2025

শংকৰদেৱ সংঘৰ হুলে বিন্ধিলে আহোমক
ৰাজপথত শংকৰদেৱ সংঘৰ সংবিধান জ্বলালে টাইপাই
মে-ডাম-মে-ফীত অংশ লৈ বহিষ্কৃত হ’ল চন্দ্ৰ বৰুৱা
শংকৰদেৱ সংঘক সংবিধান সংশোধনৰ দাবী টাইপাৰ
আহোম সংগঠনৰ বিৰুদ্ধে থানাই থানাই তৰিলে গোচৰ
গুৰুজনাই এক কৰা সমাজখনক ভাগ কৰিলে ভকতে

18/02/2025

আয় বহিৰ্ভূত গোচৰত গ্ৰেপ্তাৰ চিকিৎসক মৃদুপৱন নাথ
আয়তকৈ ১৮১ শতাংশ অধিক সম্পত্তিৰ তথ্য লাভ

18/02/2025

"PRIME AT NITE" 3

18/02/2025

"PRIME AT NITE" 2

18/02/2025

▶গুৱাহাটী জোকাৰিছে পুনৰ এটা আত্মহত্যাৰ ঘটনাই
▶গুৱাহাটীত মেট্ৰিক পৰীক্ষাৰ্থীৰ ভয়ংকৰ কাণ্ড
▶প্ৰিয়ংকুশ ডেকাৰ মৃত্যুত চাঞ্চল্য

18/02/2025

➡️APSC কেলেংকাৰিৰ আঁৰৰ চাঞ্চল্যকৰ কাহিনী
➡️বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ তদন্ত প্ৰতিবেদনত বিস্ফোৰক তথ্য
➡️২০১৩ বৰ্ষৰ সমগ্ৰ নিযুক্তি বাতিলৰ পৰামৰ্শ
➡️পৃষ্ঠাই পৃষ্ঠাই ৰাকেশ পালৰ কেলেংকাৰিৰ দস্তাবেজ...

18/02/2025

"PRIME AT NITE" 1

18/02/2025

➡️টোল কৰক লৈ নেচনেল পেমেন্ট কৰ্প'ৰেচন ইণ্ডিয়া চমুকৈ এন পি চি আইৰ নতুন নিয়ম
➡️কাইলৈৰ পৰা দেশজুৰি কাৰ্যকৰী হ’ব এই নতুন নিয়ম

18/02/2025

দেশৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ
বিদায়ী CECৰ ৰাজীৱ কুমাৰৰ স্থলাভিষিক্ত জ্ঞানেশ কুমাৰ
মাজনিশা মোদী চৰকাৰে নিযুক্তি দিলে নতুন CECক
নতুন CECক নিযু্ক্তিক লৈ বিৰোধীৰ তীব্ৰ আপত্তি

18/02/2025

ভাৰতৰ ছাত্ৰ-নেপালৰ ছাত্ৰীৰ প্ৰেমৰ ভয়ংকৰ পৰিণতি
ভূৱনেশ্বৰস্থিত KIITত দেওবাৰে নেপালী ছাত্ৰীৰ আত্মহনন!
নেপালী ছাত্ৰৰ প্ৰতিবাদত কঁপিল KIIT ভূৱনেশ্বৰৰ চৌহদ

চাকৰি দিয়াৰ নামত ২ লাখ টকা লৈ আৰক্ষীৰ জালত পৰিল দালাল
18/02/2025

চাকৰি দিয়াৰ নামত ২ লাখ টকা লৈ আৰক্ষীৰ জালত পৰিল দালাল

Address

Prag Tower, Below Ulubari Overbridge, G. S. Road
Guwahati
781007

Alerts

Be the first to know and let us send you an email when Prag News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Prag News:

Share