"অসীমত যাৰ হেৰাল সীমা" প্ৰচাৰ কৰি থকা হৈছে। এই সম্পৰ্কে হেমন্ত দত্তই কয়............
আকাশবাণী গুৱাহাটীৰ ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত কাঞ্চন বৰুৱাৰ উপন্যাস "অসীমত যাৰ হেৰাল সীমা" প্ৰচাৰ কৰি থকা হৈছে। এই সম্পৰ্কে হেমন্ত দত্তই কয়............
https://youtu.be/YAY4nXDkXp4
আকাশবাণী গুৱাহাটীৰ মহাবাহু _ আমাৰ যুৱবাণীৰ পৰা ::
আজিৰ অতিথি নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন অভিনেতা হিৰণ্ময় বৰুৱা।
0361-2661876 আৰু 0361-2662325 এই দুটি নম্বৰত ফোন কৰি আমাৰ অতিথিৰ সৈতে কথা পাতিব পাৰিব ।।
"অসীমত যাৰ হেৰাল সীমা" (ত্ৰয়োদশ খণ্ড)
"অসীমত যাৰ হেৰাল সীমা" (ত্ৰয়োদশ খণ্ড)
আকাশবাণী গুৱাহাটীৰ ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত কাঞ্চন বৰুৱাৰ উপন্যাস অসীমত যাৰ হেৰাল সীমা নিশ্চয় শুনি আছে আপোনালোকে।
আজিৰে পৰা চম্পাৰ ৰূপত আপোনালোকৰ মাজলৈ আহিব সকলোৰে আদৰৰ অভিনেত্ৰী বৰ্ষাৰাণী বিষয়া। আজি নিশা ৮ বজাত। পুনৰ প্ৰচাৰ কাইলৈ পুৱা ৭ বাজি ৩৫ মিনিটত ।।
আপোনাৰ বাবে এই গীত
আপোনাৰ বাবে এই গীত
#সাহিত্য চ'ৰা
#সাহিত্য চ'ৰা
মোৰ সংগীত যাত্ৰা" অনুষ্ঠানৰ অতিথি কণ্ঠ শিল্পী ড° অনিমা চৌধুৰী (ষষ্ঠ খণ্ড)
মোৰ সংগীত যাত্ৰা" অনুষ্ঠানৰ অতিথি কণ্ঠ শিল্পী ড° অনিমা চৌধুৰী (ষষ্ঠ খণ্ড)
মোৰ সংগীত যাত্ৰা" অনুষ্ঠানৰ অতিথি কণ্ঠ শিল্পী ড° অনিমা চৌধুৰী (ষষ্ঠ খণ্ড) কাইলৈ পুৱা ৭:৩৫ বজাত।।
মোৰ সংগীত যাত্ৰা" অনুষ্ঠানৰ অতিথি কণ্ঠ শিল্পী ড° অনিমা চৌধুৰী (ষষ্ঠ খণ্ড) কাইলৈ পুৱা ৭:৩৫ মিনিটত প্ৰচাৰ কৰা হব ৷
#101. 6FM
MW 411.5 metre, 729khz
#AIR RADIO app #SelectAIRAssamese
#Newsonair App#SelectAIR Assamese
Dish TV channel no. 2228
#AMAZON Alexa
অনুষ্ঠানটো আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতটো লাইভ ষ্ট্ৰীম যোগে প্ৰচাৰ কৰা হব।।
অসীমত যাৰ হেৰাল সীমা (দ্বাদশ খণ্ড)
অসীমত যাৰ হেৰাল সীমা (দ্বাদশ খণ্ড)
ভোগালীৰ বিশেষ অনুষ্ঠান
ভোগালীৰ বিশেষ অনুষ্ঠান::
অংশগ্ৰহণ কৰিছে: ড০ বিদ্যুৎ বিকাশ সেনাপতি, মুকুল ৰাভা, সোনেশ্বৰ নৰহ, সৌৰভ কুমাৰ দেউৰী, পম্পী হাজং আৰু গঙ্গাধৰ ৰামচিয়াৰীয়ে।
আগবঢ়াইছে: ঋতুপৰ্ণ দাসে
Streaming Live now #Sahityo Chora
Streaming Live now #সাহিত্য চ'ৰা
অসীমত যাৰ হেৰাল সীমা।। আকাশবাণী গুৱাহাটী।। কিছু মুহূৰ্তৰ বাণীবন্ধনৰ সময়ত।।
অসীমত যাৰ হেৰাল সীমা।। আকাশবাণী গুৱাহাটী।। কিছু মুহূৰ্তৰ বাণীবন্ধনৰ সময়ত।।
শুনি থাকিব অসীমত যাৰ হেৰাল সীমা। প্ৰতি শুকুৰবাৰে নিশা ৮ বজাত আৰু পুনৰ প্ৰচাৰ শনিবাৰে পুৱা ৭ বাজি ৩৫ মিনিটত ।।
সংগীত - তৰালি শৰ্মাৰ ।।
পাঠ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ ।।
https://youtu.be/4w9_0czUPRM
#Newsonair #radio #AllIndiaRadio #india #Guwahati #Assam
"মোৰ সংগীত যাত্ৰা " অনুষ্ঠানৰ অতিথি কণ্ঠ শিল্পী ড° অনিমা চৌধুৰী (পঞ্চম খণ্ড)
"মোৰ সংগীত যাত্ৰা " অনুষ্ঠানৰ অতিথি কণ্ঠ শিল্পী ড° অনিমা চৌধুৰী (পঞ্চম খণ্ড)
#ফোন-ইন সমিধান
#ফোন-ইন সমিধান
#কাঞ্চন বৰুৱাৰ উপন্যাস "অসীমত যাৰ হেৰাল সীমা"ৰ ধাৰাবাহিক পাঠৰ একাদশ খণ্ড
#কাঞ্চন বৰুৱাৰ উপন্যাস "অসীমত যাৰ হেৰাল সীমা"ৰ ধাৰাবাহিক পাঠৰ একাদশ খণ্ড