গোৰেশ্বৰত আজিৰে পৰা আৰম্ভ হৈছে গোৰেশ্বৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী ।
সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা তামুলপুৰ জিলাৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ।
কুমাৰীকাটাত তামুলপুৰ জিলা এবিএমছু আৰু কুমাৰীকাটা আঞ্চলিক এবিএমছুৰ সপ্তম দ্বি বাৰ্ষিক অধিৱেশন।
বাক্সাত কেবাটাও পকী পথৰ আধাৰশিলা স্থাপন
কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ।
এইবাবে জুবিন গাৰ্গ সকলোৰে প্ৰিয় ।
তামুলপুৰত হাতী মানুহৰ সংঘাত প্ৰতিদিনেই বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি তামুলপুৰ আয়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত তামুলপুৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক।
কুমাৰীকাটা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫০ সংখ্যক বাৰ্ষিক অধিৱেশন।
গোৰেশ্বৰ বকুলগুৰিত কৰিশ্মা নাথৰ নাগাৰা নাম প্ৰদৰ্শন ।
জিতেন দাস আৰু হীৰক ৰাজবংশীৰ সুন্দৰ বাহী আৰু ঢোল বাদন ।
গোৰেশ্বৰত কৰিশ্মা নাথৰ নাগাৰা নাম চাই হাহি ৰখাব নোৱাৰিলে দৰ্শকে ।
গোৰেশ্বৰত কৰিশ্মা নাথৰ নাগাৰা নাম চাই হাহি ৰখাব নোৱাৰিলে দৰ্শকে ।
আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে বড়োভূমিৰ ৰাজনীতি।
কুমাৰীকাটাৰ আঙাৰকাটাত বাৰ্ষিক খেল সমাৰোহ।
UPPL দলত যোগদান সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক অজয় বড়োৰ লগতে ডেৰ শতাধিক লোকৰ।
তামুলপুৰৰ বতিয়ামাৰীত পথ নিৰ্মাণত ব্যাপক দূৰ্নীতি ।
ক্ষুদ্ধ ৰাইজে বন্ধ কৰিলে পথ নিৰ্মাণৰ কাম ।
কুমাৰীকাটাৰ পাটকীজুলিত বীৰ বীৰচা মুণ্ডা সোঁৱৰণি ফুটবলত চূড়ান্ত বিজয়ী বাগানপাৰা এফ চি।
গোৰেশ্বৰত অসম ৰাজ্যিক মহিলা ফুটবল লীগ ২০২৩ৰ
কাৰ্যালয় উদ্বোধন।
তামুলপুৰৰ কুমাৰীকাটাত জিলা পুথিভঁৰালৰ আধাৰশিলা স্থাপন।
বাক্সাৰ বৰমাত কালজয়ী গীত গুনগুনাই তাহানিৰ গীত আৰু এতিয়াৰ গীতৰ পাৰ্থক্যৰ কথা ক'লে বিশিষ্ট কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ পত্নী মনিষা হাজৰিকাই ।
বিটিআৰত প্ৰমোদ বড়োৰ শাসনত এবছুৰ নেতৃত্বত চৰকাৰ চলি আছে বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা অভিযোগক উভতি ধৰিলে প্ৰমোদ বড়োৱে ।
গোৰেশ্বৰ বকুলগুড়িত সপ্তম বাৰ্ষিক শনি মহামেলা আৰু নৱগ্ৰহ মহাযজ্ঞৰ আয়োজন ।
গোৰেশ্বৰ বকুলগুড়িত সপ্তম বাৰ্ষিক শনি মহামেলা আৰু নৱগ্ৰহ মহাযজ্ঞৰ আয়োজন ।
গোসাঁইগাঁৱত দোৱা মেহফিল অনুষ্ঠানত হাগ্ৰামা মহিলাৰী ।
গোৰেশ্বৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুস্থিত হৈ আছে বড়ো সাহিত্য সভা আৰু এবছুৰ বাৰ্ষিক অধিৱেশন।
গোৰেশ্বৰ এবছুৰ বাৰ্ষিক অধিৱেশন উপস্থিত দ্বিপেন বড়ো ।
তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত দুজন নিহত ।
গোসাইগাঁও মহকুমাৰ কচুগাঁৱৰ ৰাইখুনবাৰীত ইউ পি পি এলৰ বিশাল জনসভা আৰু যোগদান কাৰ্য্যসুচী অনুষ্ঠিত হয় ৷
বিটিআৰৰ কৃষি বিভাগৰ অনন্য পদক্ষেপ
ফুলৰ খেতি কৰা ব্যৱসায়ীক গাড়ী বিতৰণ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ।
মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী ত পোন প্ৰথমবাৰৰ বাবে কুঁহি পাঠ একাডেমী স্থাপন।
গোৰেশ্বৰৰ নিজঝাৰগাওঁ মজলীয়া বিদ্যালয়ত উখলমাখল পৰিৱেশ ।
গায়ন বায়ন ঢোল বাদনৰে আৰম্ভ হল বিদ্যালয়ৰ হীৰক জয়ন্তী ৷
চচিয়েল মিডিয়াই ভাইৰেল হৈ পৰিছে বিনোদ কলিতাৰ এটি সুন্দৰ গীত "চাইকেলৰ চেইন পৰে" গীতটি শুনকচোন
বহুলভাৱে সামাজিক মাধ্যমত জনপ্রিয় হোৱা গীতটো ।