02/12/2023
সম্পূৰ্ন ভুল ব্যাখ্যাৰে অসমীয়া প্ৰতিদিনে বাতৰি পৰিৱেশন কৰিছে 🤔🤔
আচলতে বিদেশী ন্যায়াধিকৰণ সমূহে "বিদেশী" বুলি ঘোষনা কৰা ৮৫% গোচৰেই আপীল কৰাৰ পাছত স্বদেশী বুলি প্ৰমাণিত হয় ।।
বিদেশী ন্যায়াধিকৰণ সমূহে কোনো নীয়ম নীতি তথ্য প্ৰমাণ আদি গ্ৰহন নকৰাকৈ নিজৰ খেয়াল খুচি মতে ভাৰতীয় নাগৰিকক "বিদেশী" বুলি ঘোষনা কৰি আহিছে.... যাৰ ফলত আপীলত উচ্চ ন্যায়ালয়ত সেই সমূহ স্বদেশী বুলি প্ৰমাণিত হয় আহিছে, সেইবাবে উচ্ছ ন্যায়লয় ক্ষুন্ন হৈছে আৰু এই বিদেশী ন্যায়াধিকৰণ সমূহৰ কাম কাজৰ উপৰত তদন্ত আৰু আইনগত ব্যবস্থা লবলৈ চৰকাৰক নিৰ্দেশ দিছে ।।
বাতৰিটো সম্পূৰ্ণ ওলোতাকৈ প্ৰকাশ কৰিছে 🙏
Sheeladitya Dutta