কচুৱাৰ বিভিন্ন প্ৰান্তত সুৰেশ বৰাৰ নিৰ্বাচনী প্ৰচাৰ
হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উৰ্ত্তীণৰে উজলিল ড্ৰিমলেণ্ড ইংলিছ স্কুল
মৈৰাবাৰী স্মাৰ্ট কচিং ইন্সটিটিউটত বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ লগতে নতুন কৈ স্মাৰ্ট আৰ্ট স্কুলৰ উদ্বোধন
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিজ্ঞান বিষয়ত ১০০নম্বৰ লৈ ৬টা বিষয়ত লেটাৰ লৈ ডিষ্টিংচন সহ মুঠ ৯৪শতাংশ নম্বৰ লাভ কৰি গোলাঘাট জিলাৰ মৰঙী মৌজাৰ ফলঙনি বাপু জী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উজলি উঠিছে ফলঙনিৰ অভিনৱ শইকীয়া।
মৈৰাবাৰী শংকৰ আজান বিদ্যাপীঠত এশ শতাংশ উত্তীৰ্ণৰে পুনৰ চমক।
তামুলপুৰৰ জোকমাৰী - নিজডেফেলী বিষ্ণু মন্দিৰত সাত বহাগ পালন ৷
বিশ্বশান্তিৰ বাবে বিষ্ণুৰথ লৈ ভাগৱত শোভাযাত্ৰা ৷
জুৰীয়াৰ উদমাৰীত হেলিকপ্টাৰে আহি বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰ
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক এক বতিক্ৰমী ৰূপত দেখা গ’ল
কাইলৈ ৰাজ্যৰ পাঁচ তা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম প্ৰৰ্যায়ৰ নিৰ্বাচন
মুকালমুৱাত "গ্লৱেল একাডেমী" নামেৰে ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ মুকলি
ৰামভোলাপাৰা বাংটিমাৰী কৱৰ স্হানৰ ১৪ বিঘা ২ কঠা ৭ লেচা মাটিক লৈ বিগত ৩০ বছৰ ধৰি গোচৰ চলি আছিল। corruption control organization যে কৰিলে সমাধান।
অতপালিৰো সীমা থাকে। জু-ৰোডৰ উৰণীয়া সেতুৰ দৃশ্য।
ইন্দিৰা গান্ধীয়ে কি কৰিছিল ক'লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই...
মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী কেন্দ্ৰীয় উদয়ন সংঘৰ সৌজন্যত ৰঙালী বিহু উদযাপন।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটীটো ৰঙালী বিহুৰ পাৰভঙা উছাহ । উত্তৰ গুৱাহাটী ৰংমহল আঠগাঁৱত মানুহ বিহুৰ বিশেষ আয়োজন
ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মন্ত্ৰী ৰনজিত কুমাৰ দাস
তুংগত ফণীভূষণ চৌধুৰীৰৰ নিৰ্বাচনী প্ৰচাৰ
উন্নয়নৰ মন্ত্ৰ লৈ উজনিত মুখ্যমন্ত্ৰীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ
উন্নয়নৰ মন্ত্ৰ লৈ উজনিত মুখ্যমন্ত্ৰীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ, আজি ডিব্ৰুগড় লোকসভা সমষ্টিত চাৰিখনকৈ জনসভাত অংশ লব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
জুৰীয়া আঞ্চলিক ঈদগাহ ময়দানত সহস্ৰাধিক পুৰুষৰ সৈতে মহিলাই অংশগ্ৰহণ কৰিলে ঈদ উল ফিটৰৰ নামাজত
কাকজান ঈদগাহ দহ সহস্ৰাধিক ৰাইজে একেলগে আদায় কৰিলে ঈদৰ নামাজ