A24News Axom

A24News Axom Voice of assam And North-east / News and update

অসম নেপালী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ড° চিন্তামণি শৰ্মা। তেখেতলৈ VOICE OF GORKHA ৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলো...
09/12/2024

অসম নেপালী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ড° চিন্তামণি শৰ্মা। তেখেতলৈ VOICE OF GORKHA ৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, ডিব্ৰুগড় বিশ্ববিদ্যালয় গোটৰ পৰা প্ৰতিনিধিত্ব কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলাৰ ছা...
03/10/2024

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, ডিব্ৰুগড় বিশ্ববিদ্যালয় গোটৰ পৰা প্ৰতিনিধিত্ব কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত 'আন্তক্ৰীড়া সম্পাদিকা' পদত বিজয় লাভ কৰা Hema Lama লৈ A24NEWS AXOM তৰফৰ পৰা আন্তৰিক শুভেচ্ছা।

A24News Axom

স্বাধীনতা সংগ্ৰামী তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম গৰাকী সভাপতি প্ৰয়াত বাবু ছবিলাল উপাধ্যায় দেৱৰ গৃহত উপস্থিত হৈ স্ব...
24/09/2024

স্বাধীনতা সংগ্ৰামী তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম গৰাকী সভাপতি প্ৰয়াত বাবু ছবিলাল উপাধ্যায় দেৱৰ গৃহত উপস্থিত হৈ স্বনামধন্য ব্যক্তিগৰাকীৰ বাসগৃহ সংৰক্ষণ কৰাৰ ওপৰত স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰে সাংসদ গৌৰৱ গগৈয়ে |


A24News Axom


✓আতিশী মাৰলীনা দিল্লীৰ নতুন মুখ্যমন্ত্ৰী। ✓পুৰ্বে শিক্ষাৰ, PWD ৰ দৰে বিভিন্ন দপ্তৰৰ মন্ত্ৰীত্বৰ দায়িত্বত আছিল আতিশী। ✓আ...
18/09/2024

✓আতিশী মাৰলীনা দিল্লীৰ নতুন মুখ্যমন্ত্ৰী।

✓পুৰ্বে শিক্ষাৰ, PWD ৰ দৰে বিভিন্ন দপ্তৰৰ মন্ত্ৰীত্বৰ দায়িত্বত আছিল আতিশী।

✓আতিশী দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত তৃতীয় গৰাকী মহিলা।

✓স্ব-ইচ্ছাই অৰবিন্দ কেজৰিৱালৰ পদত্যাগৰ পাছতেই এই সিদ্ধান্ত।

Cricket Club of Dibrugarh takes a great sense of pride in announcing that its 2 talented players Dyutimoy Nath  Nath and...
18/09/2024

Cricket Club of Dibrugarh takes a great sense of pride in announcing that its 2 talented players Dyutimoy Nath Nath and Mohit Thakur has been selected in the Assam Team for the Under - 19 Coach Behar Trophy 2024/25. Both the players are currently undergoing intensive training at the Assam Cricket Academy. Cricket Club of Dibrugarh heartily congratulates Dyutimoy Nath for being selected as Captain of the team and Mohit Thakur. We wishes them all the very best for the upcoming matches.

জুবিন গাৰ্গলৈ USTMয়ে আগবঢ়ালে সন্মানীয় ডক্টৰেট ডিগ্ৰী |
27/08/2024

জুবিন গাৰ্গলৈ USTMয়ে আগবঢ়ালে সন্মানীয় ডক্টৰেট ডিগ্ৰী |

BIG BREAKING ধিং কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰি পুখুৰীত জাঁপ দিছিল তফাজ্জুলে। সলিল স...
24/08/2024

BIG BREAKING
ধিং কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰি পুখুৰীত জাঁপ দিছিল তফাজ্জুলে। সলিল সমাধি তফাজ্জুল ইছলামৰ। আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহ, আজি পুৱতি নিশা চাৰি বজাত আৰক্ষীয়ে জঘন্য কাণ্ডটো সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে অভিযুক্তটোক নিয়া অৱস্থাত আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰি সমীপৰ এটা পুখুৰীত জাপ মাৰি দিছিল অভিযুক্তটোৱে।

BREAKING NEWSতিনিচুকীয়াৰ ঘটনা সন্দৰ্ভত আলফা স্বাধীনৰ প্ৰতিক্ৰিয়াআটকাধীন সকলো ছাত্ৰ নেতাক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবী...
22/08/2024

BREAKING NEWS

তিনিচুকীয়াৰ ঘটনা সন্দৰ্ভত আলফা স্বাধীনৰ প্ৰতিক্ৰিয়া
আটকাধীন সকলো ছাত্ৰ নেতাক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবী আলফা স্বাধীনৰ
বহিৰাগতৰ বিৰুদ্ধে কৰা আন্দোলনলৈ সমৰ্থন থকাৰ লগতে বহিৰাগত আৰু আৰক্ষীৰ দমন নীতি প্ৰতিহত কৰিবলৈ আলফা স্বাধীন সদা প্ৰস্তুত বুলি উল্লেখ বিবৃতিত৷

"हाम्रो भाषा हाम्रो पहिचान हो","हाम्रो भाषा हाम्रो स्वाभिमान हो","हाम्रो भाषा हाम्रो प्राण हो","हाम्रो भाषा हाम्रो संस्क...
20/08/2024

"हाम्रो भाषा हाम्रो पहिचान हो",
"हाम्रो भाषा हाम्रो स्वाभिमान हो",
"हाम्रो भाषा हाम्रो प्राण हो",
"हाम्रो भाषा हाम्रो संस्कार हो",

सन १९९२ को २० अगस्त को दिन भारतीय संविधानको अनुसार ८ अनुसूचि को अन्तर्गत हाम्रो मिठो भाषा, हाम्रो स्वाभिमान भाषा गोर्खा भाषा लाई मान्यता दिएको हो।
आज यस एतिहासिक क्षण *"२० अगस्त को दिन गोर्खा भाषा मान्यता दिवस"* को उपलक्षमा सबै दाजु भाई दिदि बहिनि र समग्र महानुभावगण हरु लाई हार्दिक मंगलमय शुभकामना ज्ञापन गर्द छौं।

जय गोर्खा
जयतु जननी असम

স্ব-ভূমিত উপস্থিত হৈ উচুপি উঠিল মল্লযোদ্ধা ভিনেশ ফোগাট। দিল্লী বিমানবন্দৰত ফোগাটক উষ্ম আদৰণি দেশবাসীৰ |
17/08/2024

স্ব-ভূমিত উপস্থিত হৈ উচুপি উঠিল মল্লযোদ্ধা ভিনেশ ফোগাট। দিল্লী বিমানবন্দৰত ফোগাটক উষ্ম আদৰণি দেশবাসীৰ |

সদৌ অসম   গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰ্জুন ছেত্রীক  অসম  গোৰ্খা সম্মিলনৰ উপ সভাপতি হিচাপে মনোনীত কৰা হয়।     ...
13/08/2024

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰ্জুন ছেত্রীক
অসম গোৰ্খা সম্মিলনৰ উপ সভাপতি হিচাপে মনোনীত কৰা হয়।


অসম বিশ্ববিদ্যালয়‌ত স্থাপন হ'ল বীৰ টিকেন্দ্ৰজিতৰ প্ৰতিমূৰ্তি...
13/08/2024

অসম বিশ্ববিদ্যালয়‌ত স্থাপন হ'ল বীৰ টিকেন্দ্ৰজিতৰ প্ৰতিমূৰ্তি...

APSC Super 30 ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল আহিল।
17/07/2024

APSC Super 30 ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল আহিল।



জিম্বাব'ৱেৰ বিৰুদ্ধে শৃংখলা জয়ৰ পিছত ট্ৰফীৰ সৈতে ৰিয়ান পৰাগ।
15/07/2024

জিম্বাব'ৱেৰ বিৰুদ্ধে শৃংখলা জয়ৰ পিছত ট্ৰফীৰ সৈতে ৰিয়ান পৰাগ।



দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰমোদ চাহৰ আছুৰ পৰা অব্যাহতি গ্ৰহন ।
12/07/2024

দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰমোদ চাহৰ আছুৰ পৰা অব্যাহতি গ্ৰহন ।

ফিফা বিশ্বকাপ ফুটবলৰ "কোৱালিফায়িং" মেচৰ বাবে ভাৰতীয় জাতীয় দলত স্থান লাভ কৰা শিৱসাগৰৰ সু-সন্তান পাৰ্থিৱ সুন্দৰ গগৈ লৈ অ...
01/07/2024

ফিফা বিশ্বকাপ ফুটবলৰ "কোৱালিফায়িং" মেচৰ বাবে ভাৰতীয় জাতীয় দলত স্থান লাভ কৰা শিৱসাগৰৰ সু-সন্তান পাৰ্থিৱ সুন্দৰ গগৈ লৈ অভিনন্দন জ্ঞাপন কৰিছো 💐💐💐...

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা  গোৱালপাৰা জিলা সমিতিৰ নৱ নিৰ্বাচিত সভাপতি বিনোদ লামছাল আৰু সাধাৰণ সম্পাদক কমল উপাধ্যায়।
01/07/2024

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা গোৱালপাৰা জিলা সমিতিৰ নৱ নিৰ্বাচিত সভাপতি বিনোদ লামছাল আৰু সাধাৰণ সম্পাদক কমল উপাধ্যায়।


Address

Duliajan

Telephone

+918134014752

Website

Alerts

Be the first to know and let us send you an email when A24News Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share