অৰুণ্যৰ মাজৰপৰা ৰঙালী বিহু মানিলে "আলফা স্বাধীন আই "
অসমৰ জাতিয় জীৱনৰ অংগ স্বৰূপ বিহু। ঢোল-পেঁপা-গগণা মাতেৰে ৰজনজনাই অসমৰ ব্যাসকুছি ভট্টদেৱ মিলন সমিতিৰ পৃষ্ঠপোষতাত ব্যাসকুছি ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত ইং- ১৯৪৪ বৰ্ষৰ পৰা বহাগী উৎসৱ আয়োজন কৰি অহিছে ।
১ বহাগৰ প্ৰথম দিনাই পতকা উত্তোলন কৰি ১২৫ গৰাকী ব্যক্তিক ৰাজহুৱা সম্ভৰ্ধনা জনোৱা দেখিৱলৈ পোৱা যায় আৰু মহিলা সকলৰ মাজত গামোছা প্ৰতিযোগিতা আৰু লাৰু পিঠা- পণা ,বিহু নৃত্য প্ৰতিযোগিতা ।জেং বিহু, হুচৰি প্ৰদৰ্শন কৰা দেখিৱলৈ পোৱা যায় ।
সৰ্থেবাৰী অন্তৰ গত ব্যাসকুছিৰ পৰা জাকিৰ জামান ৰ সহযোগত ছাকিম আলী
বৰপেটা জিলাৰ ব্যাসকুছি ভট্টদেৱ ইংলিছ একাডেমিত নতুন বছৰ শুভ আৰম্ভনীত ছাত্ৰ ছাত্ৰী চিনাকি পৰ্বব আৰু কৃতি ছাত্ৰ ছাত্ৰীক উপহাৰে আদঁৰণি জনায় সৰ্বোচ্ছ নম্বৰ পোৱা সকলো ছাত্ৰ ছাত্ৰীক উপহাৰ দিয়া দেখিৱলৈ পোৱা যায়।
🏴🏴🏴
ইস্কুলৰ প্ৰধান শিক্ষক শ্ৰী অনুপ বৰ্মনে কয় যে ইংৰাজী মাধ্যমৰ শিক্ষাই বাহিৰা জগত খনৰ লগত চিনাকি হোৱাত সহজ হৈ পৰে আৰু 'সাংস্কৃতিক খেল ধেমালী ইত্যাদি শিক্ষা দিয়াৰ ব্যৱষ্টা লোৱা হৱ বুলী কয়
আৰু অভিভাৱক সকলে ইস্কুলৰ পৰিছালনাত আনন্দৰ বন্যা দেখিৱলৈ পোৱা যায় ।লগতে ইস্কুলৰ পৰিছালক শ্ৰী সঞ্জীৎ দাস সকলো ৰাইজক সহায় সহাজোগীতা আগবঢ়োৱা আবেদন জনায় ।
ব্যাসকুছিৰ পৰা ছাকিম আলী ৰ সহযোগত জাকিৰ জামান।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিপুৰাৰ আম্বাচা আৰু ৰাধাকিশোৰপুৰত বিজয় সংকল্প ৰেলীসম্বোধন কৰি ত্ৰিপুৰাৰ ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ আৰম্ভ কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে ত্ৰিপুৰা আৰু ৰাষ্ট্ৰৰ উন্নয়নত জনজাতীয় লোকসকলৰ অৱদানৰ ওপৰত আলোকপাত কৰি তেওঁ ভাষণ দিয়ে ।
বিহত্তৰ বৰপেটা জিলাৰ বৰমাৰা গাঁও স্থিত "বি.কে.বি.বি.উচ্চ মাধ্যমিক বিদ্যালয়"ত যোৱা কালি অৰ্থাৎ ৩১ জানুৱাৰি তাৰিখে "চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ"ৰ উদ্যোগত বিনামূলীয়া বিশেষ স্বাস্থ্য পৰীক্ষা শিৱিৰʼ আয়োজন কৰা হয়। শিৱিৰত বহুটো যোগ্য চিকিৎসক ক্ৰমে Dr. Sazidur Rahman, Dr. Ayub ali, Dr. Sahid akhtar, Dr. kingkar Medhi আদিকে ধৰি "বি.কে.বি.বি. উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মগবুল খান আৰু ১৮নং গাওঁ পঞ্চায়তৰ সভাপতি ছাইদুল ইছলামৰ লগতে অঞ্চলটোৰ সচেতন ৰাইজ তথা বহুতো গণ্য মাণ্য ব্যক্তি উপস্থিত থাকে । শিবিৰ শুভ উদ্বোধন কৰে ১৮ নং গাঁও পঞ্চায়তৰ সভাপতি ছাইদুল ইছলামে !
বিগত কেইবাহ মানৰ পৰাই বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ ১৬ ন্ং দক্ষিণ পশ্চিম গাওঁ পঞ্চায়তৰ অধীনত। ক্ষুদ্ৰপালাদী বোৰপালাদী গাৱত PMAY ৰ ঘৰৰ নামত দুৰ্নীতি অব্যাহত আছে , ২ নং ৱাৰ্ডৰ নায়াব আলি নামৰ দালাল এজন
স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে বিগত দিন ধৰি শৌচালয়, টিউবল আৰু pmay ঘৰৰ নামত ২০০০ টকা কৈ দাবি কৰি দুখীয়া গাওঁ বাসিক জাতনাত ভুগাইছে । নায়াব আলী নামৰ দালাল জনে পঞ্চায়তৰ কৰ্মচাৰী ছাহজাহান খানৰ লগত মিলি দুৰ্নীতি কৰা বুলি ভুক্তভোগীৰ অভিযোগ
পঞ্চায়তৰ ভিতৰত গোপন বুজাবুজি চলি থকাৰ সময়তে সাংবাদিক ক দেখি কেমেৰাত হাতেৰে বাধা দিয়াৰ চেষ্টা কৰে । লগতে কৰ্মৰতট থকা সাংবাদিক জনক ভাবুকি দিয়ে
শীঘ্ৰে এনে দুৰ্নীতি কাৰ্য বন্ধ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে ভুক্তভোগী ৰাইজে ।
আৰ্কাইভ ঐতিহাসিক ভাষণৰ পৰা ৰাজস্থান বিধান সভাৰ বিধায়কে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধিক লৈ মোডীক তীব্ৰ সমালোচনা কৰে
ক'হিমাত NSCN আৰু আছাম ৰাইফলছৰ মুখামুখি
নাগা সেনাশিবিৰ অঞ্চলৰ অধিকাৰ ক্ষেত্ৰত প্ৰৱেশ কৰা জালুকীত নিয়োজিত ২৫ নং আছাম ৰাইফলছৰ ৩১ জন সৈনিকক যোৱা বেলি প্ৰায় ২:৩০ বজাত নাগা সেনাৰ জিএফটিএইচকিউৰ বিশেষ দলে আটক কৰে। পিছত, তেওঁলোক সকলোকে যুদ্ধবিৰতিৰ ভাৱনাত কোনো ক্ষতি নোহোৱাকৈ মুকলি কৰি দিয়া হৈছিল, আৰু পুনৰ অনধিকাৰ প্ৰৱেশ নকৰিবলৈ কঠোৰ সতৰ্কবাণী দিয়া হৈছিল
ভোগালীৰ আনন্দ আলফা(স্বাঃ)ই
ঘন অৰণ্যত নাচি-বাগি ভোগালী বিহুৰ উদযাপন আলফা(স্বাঃ)ই
সকলো অসমবাসী লৈ ভোগালী-বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো