Radio Brahmaputra 90.4 FM

Radio Brahmaputra 90.4 FM Radio Brahmaputra 90.4 FM, the North-East India's first grassroots Community Radio Station.
(9)

Radio Brahmaputra 90.4 FM is a community radio station situated near the banks of the mighty Brahmaputra in Dibrugarh district of upper Assam. It is the first grassroots community radio station in North-Eastern India region that broadcast program in different local language and dialects with the direct involvement of local communities. Radio Brahmaputra is dedicated to serve the people within cove

rage of 15-20 KM radius to disseminate information on social, cultural and development issues as well as foster local cultures and talents. It broadcast programs in range of issue from health, education, socioeconomic, agriculture, environment, local culture through mobilize community participation and focus on local issues. Radio Brahmaputra’s goal is to serve the people of island villages as well as the tea garden communities and mainland urban and rural settlement through direct participation of local volunteers and community based reporters and producers.

03/10/2024

🖋 শৰীৰমে ৰহা ৰোগ প্ৰতিৰোধক চক্তিয়ে টিবি বিজাণুকেৰ বিৰুদ্ধে
কি ৰকম লঢ়েক পাৰেলা?
🖋 টিবিকেৰ বিজাণু কেতনা দুৰতক হাৱামে সংক্ৰমিত হ’য়ক পাৰেলা?
🖋 খণ্ড- ২

চাদ্ৰী ভাষাৰ টিবি বা যক্ষ্মা ৰোগৰ সজাগতামূলক অনুষ্ঠান - টিবিমুক্ত বাগিচা।

যক্ষ্মা ৰোগ কেনেদৰে বিয়পে।
যক্ষ্মা সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা।
টিকাকৰণৰ গুৰুত্ব (BCG vaccine).


Oil India Limited

03/10/2024

Dibrugarh International Trade Expo 2024 at Chowkidingee Play Ground in Dibrugarh from September 22 to October 7, 2024



Reporting Radio Brahmaputra 90.4 FM

      #পুৱাৰ‌‌‌‌ব্ৰহ্মপুত্ৰৰ আগষ্ট মাহৰ লাইভ কুইজ প্ৰতিযোগীতাৰ ফলাফল। প্ৰতিগৰাকী বিজয়ী আৰু অংশগ্ৰহণকাৰীলৈ আন্তৰিক অভিনন্...
02/10/2024



#পুৱাৰ‌‌‌‌ব্ৰহ্মপুত্ৰৰ আগষ্ট মাহৰ লাইভ কুইজ প্ৰতিযোগীতাৰ ফলাফল। প্ৰতিগৰাকী বিজয়ী আৰু অংশগ্ৰহণকাৰীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

আজি গান্ধী জয়ন্তী। ১৫৫তম জয়ন্তী'ত তেখেতলৈ জনাইছোঁ গভীৰ শ্ৰদ্ধা।
02/10/2024

আজি গান্ধী জয়ন্তী। ১৫৫তম জয়ন্তী'ত তেখেতলৈ জনাইছোঁ গভীৰ শ্ৰদ্ধা।

01/10/2024

টিবিমুক্ত বাগিচাৰ প্ৰথম খণ্ডৰ প্ৰশ্ন।

🖋 যক্ষ্মা বা টিবি ৰোগ মাইক'বেক্টেৰিয়াম টিউবাৰকুল'চিচ নামৰ, বীজাণুৰ দ্বাৰা সংক্রমিত হয়। এতিয়া প্রশ্নটো হৈছে, এই বীজাণু এজন টিবি ৰোগীৰ পৰা আন এজন সুস্থ ব্যক্তিলৈ কি দৰে বিয়পিব পাৰে?
ক) ৰোগীজনৰ হাঁচি, কাহ, থু-খেকাৰ পৰা
খ) ৰোগীজনক কামোৰা মহে কামুৰিলে
গ) শিশুকালত বিচিজি বেজী নললে

▶ উত্তৰ প্ৰেৰণ কৰক এই নম্বৰত +𝟵𝟭-𝟵𝟵𝟱𝟰𝟰-𝟴𝟵𝟰𝟯𝟵 (SMS/ WhatsApp)।
▶ উত্তৰ প্ৰেৰণৰ অন্তিম সময় ২ অক্টোবৰ - ২০২৪

30/09/2024

🖋 যক্ষ্মা বা টিবি বেমাৰ কি লাগে?
🖋 কি ৰকম ছে হয়লা?
🖋 খণ্ড-১

চাদ্ৰী ভাষাৰ টিবি বা যক্ষ্মা ৰোগৰ সজাগতামূলক অনুষ্ঠান - টিবিমুক্ত বাগিচা।


Oil India Limited

30/09/2024

দুদিনা জীৱন দুদিনা যাছে মন
ঝুমুইৰ সুৰীয়া গীত
শিক্ষাৰ দিশত সজাগতামূলক

ইউনিচেফৰ সহযোগত অসম শাখা ভাৰতীয় চাহ সন্থা (ABITA) ৰ উদ্দ্যোগত ৰেডিঅ’ ব্ৰহ্মপুত্ৰ ৯০.৪এফ.এম ৰ সহযোগত কিশোৰ-কিশোৰীৰ দ্বাৰা ৰচিত আৰু পৰিবেশিত এটি শিক্ষাৰ দিশত সজাগতামূলক ঝুমুইৰ সুৰীয়া গীত “দুদিনা জীৱন দুদিনা যাছে মন”

অপেক্ষাৰ অন্ত! ৩০ চেপ্তেম্বৰ বিয়লি ২ বজাৰ পৰা আপোনাৰ ৰেডিঅ' "ৰেডিঅ' ব্ৰহ্মপুত্ৰ"ত সম্প্ৰচাৰ হ'ব এক নতুন শৃংখলা - টিবিমুক...
29/09/2024

অপেক্ষাৰ অন্ত!

৩০ চেপ্তেম্বৰ বিয়লি ২ বজাৰ পৰা আপোনাৰ ৰেডিঅ' "ৰেডিঅ' ব্ৰহ্মপুত্ৰ"ত সম্প্ৰচাৰ হ'ব এক নতুন শৃংখলা - টিবিমুক্ত বাগিচা"।
টিবি বা যক্ষ্মা ৰোগক প্ৰতিৰোধ কৰি হাজাৰটা পৰিয়াললৈ হাঁহি ঘুৰাই আনিবলৈ শুনিব - চাদ্ৰী ভাষাৰ টিবি বা যক্ষ্মা ৰোগৰ সজাগতামূলক অনুষ্ঠান টিবিমুক্ত বাগিচা।

Oil India Limited

অইল ইণ্ডিয়া লিমিটেডৰ সহযোগীতাত ব্ৰহ্মপুত্ৰ ফাউণ্ডেচন ফৰ চ'চিয়েল ৰিচাৰ্চ এণ্ড লাইভলিহোড প্ৰেকটিচ আৰু ব্ৰহ্মপুত্ৰ ৰেডিঅ' দ...
25/09/2024

অইল ইণ্ডিয়া লিমিটেডৰ সহযোগীতাত ব্ৰহ্মপুত্ৰ ফাউণ্ডেচন ফৰ চ'চিয়েল ৰিচাৰ্চ এণ্ড লাইভলিহোড প্ৰেকটিচ আৰু ব্ৰহ্মপুত্ৰ ৰেডিঅ' দ্বাৰা আয়োজিত টিবি মুক্ত বাগিচা (TB Free Tea Garden) অভিযানৰ অন্তৰ্গত মাইজান চাহবাগিচা আদৰ্শ বিদ্যালয়ত এক সজাগতামূলক আলোচনা। আলোচনাত অংশগ্ৰহণ কৰিছে - অসম চিকিত্সা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ স্নাতকোত্তৰ শাখাৰ শিক্ষাৰ্থীসকলে।

Oil India Limited

25/09/2024

ব্ৰহ্মপুত্ৰৰ লহৰ I বিশেষ লাইভ অনুষ্ঠান I ৰেডিঅ’ ব্ৰহ্মপুত্ৰ ৯০.৪ এফ.এম

ইউনিচেফৰ সহযোগত অসম শাখা ভাৰতীয় চাহ সন্থা (ABITA) ৰ উদ্দ্যোগত ৰেডিঅ’ ব্ৰহ্মপুত্ৰ ৯০.৪এফ.এম ৰ সহযোগত কিশোৰ-কিশোৰীৰ সৈতে বিশেষ লাইভ অনুষ্ঠান “ব্ৰহ্মপুত্ৰৰ লহৰ”

23/09/2024

চান্দা I চাদ্ৰী ভাষাৰ নাটক I ৰেডিঅ' ব্ৰহ্মপুত্ৰ

অসম চাহ জনগোষ্ঠী জল্হা যুৱ-ছাত্ৰ পৰিষদ, ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত
ৰেডিঅ’ ব্ৰহ্মপুত্ৰ ৯০.৪ এফ.এম.ৰ সহযোগত নাহৰতলী চাহ-বাগিছাত অনুষ্ঠিত কৰা গ্ৰীষ্মকালীন কৰ্মশালাত শিশুৰ দ্বাৰা ৰচিত আৰু অভিনীত নাটক “চান্দা”

🌿 "টিবি মুক্ত বাগিচা" অভিযান – মনোহৰী চাহবাগিচা ৯ নং লাইন 🌿ব্ৰহ্মপুত্ৰ ফাউণ্ডেচন ফৰ ছ'ছিয়েল ৰিচাৰ্চ এণ্ড লাইভলিহোড প্ৰেক...
20/09/2024

🌿 "টিবি মুক্ত বাগিচা" অভিযান – মনোহৰী চাহবাগিচা ৯ নং লাইন 🌿
ব্ৰহ্মপুত্ৰ ফাউণ্ডেচন ফৰ ছ'ছিয়েল ৰিচাৰ্চ এণ্ড লাইভলিহোড প্ৰেকটিচ আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা সজাই তোলা আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগীতাত আৰম্ভ হোৱা "টিবি মুক্ত বাগিচা" শীৰ্ষক যক্ষ্মা ৰোগৰ সজাগতামূলক কাৰ্যসূচীৰ অন্তৰ্গত আজি মনোহৰী চাহবাগিচাৰ ৯ নং লাইনত এক সজাগতামূলক কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰা হয়।
এই বিশেষ অভিযানত অসম মেডিকেল কলেজৰ কমিউনিটি মেডিচিন বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ প্ৰশিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰি যক্ষ্মাৰ বিপদ আৰু সজাগতাৰ বিষয়ে উপস্থিত ৰাইজক গুৰুত্বপূৰ্ণ জনসচেতনতা প্ৰদান কৰে। ✨
আমাৰ উদ্দেশ্য হৈছে- চাহবাগিচাৰ অঞ্চলসমূহত যক্ষ্মা ৰোগৰ বিষয়ে সঠিক সজাগতা আনি, বাগিচাৰ লোকসকলক এই ৰোগৰ বিৰুদ্ধে যুঁজ দি, ইয়াক নিৰ্মূল কৰিব পৰাকৈ সক্ষম কৰি তোলা।


#

বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভকামনা।
17/09/2024

বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভকামনা।

🌿 TB Mukta Bagisa (TB-Free Tea Garden) 🌿We are excited to announce the launch of TB Mukta Bagisa, a community-driven ini...
14/09/2024

🌿 TB Mukta Bagisa (TB-Free Tea Garden) 🌿
We are excited to announce the launch of TB Mukta Bagisa, a community-driven initiative to raise awareness about Tuberculosis (TB). Led by Brahmaputra Foundation for Social Research & Livelihood Practice and Radio Brahmaputra 90.4 FM, with support from Oil India Limited, this program aims to educate and empower tea garden communities.
The initiative includes a comprehensive TB awareness campaign featuring radio programs in (the local tea community dialect), community outreach activities, quizzes on radio and within the community, interactive discussions, Q&A sessions, narrowcasting, and live radio interactions with experts. Together, these efforts will tackle myths and misconceptions about TB and emphasize the importance of completing the full course of treatment to achieve a TB-free future.
💡 Technical Partner:
National TB Elimination Program (NTEP), Dibrugarh
💡 Knowledge Partner:
Department of Community Medicine, Assam Medical College & Hospital (AMCH), Dibrugarh
🤝 Community Partners:
Assam Chah Mazdoor Sangha
Chah Janajati Jatiya Sanmilani
Join us in raising awareness and making our tea gardens TB-Free! 🌱


Oil India Limited

জহাৰ। চাহ জনজাতি ভাই-বহিন, আয়'-বাবাকে পবিত্ৰ কৰম পৰবকেৰ আন্তৰিক দুলাৰ শুভেচ্ছা জানাহি। কৰমাকেৰ আছিৰবাদছে ছবকে জীবনমে হা...
14/09/2024

জহাৰ। চাহ জনজাতি ভাই-বহিন, আয়'-বাবাকে পবিত্ৰ কৰম পৰবকেৰ আন্তৰিক দুলাৰ শুভেচ্ছা জানাহি। কৰমাকেৰ আছিৰবাদছে ছবকে জীবনমে হাসি-খুসি আৰ' সমৃদ্ধি আছুক।

14/09/2024
Exciting two-day orientation workshop on Community Radio functioning and radio production for peer leaders from tea gard...
11/09/2024

Exciting two-day orientation workshop on Community Radio functioning and radio production for peer leaders from tea gardens by Radio Brahmaputra in collaboration with ABITA.

This workshop empowers local voices and strengthens communication within the community.

ডিব্ৰুগড় পৌৰ নিগম এলেকাৰ অন্তৰ্গত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান তথা দোকানৰ গৰাকীসকলৰ জ্ঞাতাৰ্থে।
09/09/2024

ডিব্ৰুগড় পৌৰ নিগম এলেকাৰ অন্তৰ্গত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান তথা দোকানৰ গৰাকীসকলৰ জ্ঞাতাৰ্থে।

08/09/2024

ৰাষ্ট্ৰীয় নেত্ৰদান পষেক প্ৰতি বছৰে ২৫ আগষ্টৰ পৰা ৮ ছেপ্টেম্বৰলৈ পালন কৰা হয়। এই অভিযানৰ জৰিয়তে চকু দানৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণৰ সজাগতা সৃষ্টি কৰা আৰু মৃত্যুৰ পিছত চকু দানৰ বাবে বিভিন্ন স্তৰৰলোকক অনুপ্ৰাণিত আৰু সজাগ কৰাই ইয়াৰ মূল উদ্দেশ্য।
চকু দান নো কি, কিয় আমি চকু দান কৰিব লাগে বা কেনেদৰে আপুনি চকুযুৰি দান কৰি, অন্য এজন লোকক জীৱনৰ সৰ্বোত্তম উপহাৰটো প্ৰদান কৰিব পাৰে।


মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আছিল একক আৰু অনন্য। আজি গুৰুজনাৰ পুণ্য তিৰোভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত যাচিলোঁ সশ্ৰদ্ধ প্...
04/09/2024

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আছিল একক আৰু অনন্য। আজি গুৰুজনাৰ পুণ্য তিৰোভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত যাচিলোঁ সশ্ৰদ্ধ প্ৰণিপাত।

ভগৱান শ্ৰীকৃষ্ণৰ পৱিত্ৰ জন্মাষ্টমী উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱনলৈ অনাবিল সুখ, শান্তি, সমৃদ...
26/08/2024

ভগৱান শ্ৰীকৃষ্ণৰ পৱিত্ৰ জন্মাষ্টমী উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱনলৈ অনাবিল সুখ, শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বতৰা কঢ়িয়াই আনক, তাৰ বাবে ত্ৰি-জগতৰ পতি মহাপ্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ।

আজিৰ পুৱাৰ ব্ৰহ্মপুত্ৰ কুইজৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আপুনি সাজুনে? টিউন কৰক 90.4 এফ.এম.ত ৰেডিঅ’ ব্ৰহ্মপুত্ৰআজিৰ বিষয় ভাৰতলৈ ...
22/08/2024

আজিৰ পুৱাৰ ব্ৰহ্মপুত্ৰ কুইজৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আপুনি সাজুনে?

টিউন কৰক 90.4 এফ.এম.ত ৰেডিঅ’ ব্ৰহ্মপুত্ৰ
আজিৰ বিষয় ভাৰতলৈ ব্ৰিটিচৰ আগমণ
🗓️ ১ আগষ্টৰ পৰা ৩১ আগষ্ট পৰ্যন্ত
🕢 পুৱা ৭.৩০ পৰা (প্ৰতি সোমবাৰৰ পৰা শণিবাৰলৈ)

বিজয়ীসকলৰ বাবে বিশেষ পুৰষ্কাৰ আগবঢ়াব
🏆 শ্ৰীযুতা তুলিকা মেচ, ২ নং চিৰিংহোলা গাঁও
🏆 শ্ৰী দীপক মুণ্ডা, ৰমাই বঙালী গাঁও, ডিব্ৰুগড়

পুৱাৰ ব্ৰহ্মপুত্ৰৰ কুইজত অংশগ্ৰহণ কৰি আপোনাৰ জ্ঞানৰ পৰিসৰ বঢ়াওক আৰু আকৰ্ষণীয় পুৰষ্কাৰ জিকাৰ সুযোগ পাওক! 🎉

☑️ WhatsApp Channel: https://whatsapp.com/channel/0029VaB89fVAe5VnBRGtZE34
☑️ YouTube: https://www.youtube.com/c/RadioBrahmaputraCRS
☑️ Facebook: https://www.facebook.com/Radiobrahmaputra90.4FM
☑️ Instagram: https://www.instagram.com/radiobrahmaputra90.4fm
☑️ Spotify: https://open.spotify.com/show/46Ji00quG9sAbmyz1X6lUB...
☑️ Twitter: https://twitter.com/radiobrahmaput1
☑️ SoundClound: https://soundcloud.com/radio-brahmaputra
☑️ Website: https://radiobrahmaputra.org

🌟 Calling All Culinary Enthusiasts! 🌟Get ready for the Dibrugarh Food Awards 2024—where the art of cooking meets innovat...
18/08/2024

🌟 Calling All Culinary Enthusiasts! 🌟

Get ready for the Dibrugarh Food Awards 2024—where the art of cooking meets innovation! 🎉

Are you a passionate home chef or baker? Or maybe you're a young aspiring chef ready to showcase your talent? Here's your chance to shine!

👩‍🍳 Audition Categories:

Home Chef of the Year
Home Baker of the Year
Chef Junior of the Year (Ages 14 to 19)
📍 Audition Venue: Multipurpose Indoor Stadium
🗓 Audition Date: 1st September 2024
🗓 Grand Finale Date: 22nd September 2024

📅 Event Date: 5th October 2024
📍 Venue: District Library, Dibrugarh

🎙 Radio Partner: Radio Brahmaputra

🚨 Hurry! Registration closes on 30th August 2024!

For more details, contact us at 📞 6002813596.

Don't miss this chance to be a part of Dibrugarh's biggest culinary competition! 🍽️✨

🌄 পুৱাৰ ব্ৰহ্মপুত্ৰৰ লাইভ কুইজ: আগষ্ট মাহৰ বিশেষ 🌄বিষয়: ভাৰতৰ স্বাধীনতা সংগ্ৰাম🗓️ ১ আগষ্টৰ পৰা ৩১ আগষ্ট পৰ্যন্ত🕢 পুৱা ৭....
16/08/2024

🌄 পুৱাৰ ব্ৰহ্মপুত্ৰৰ লাইভ কুইজ: আগষ্ট মাহৰ বিশেষ 🌄

বিষয়: ভাৰতৰ স্বাধীনতা সংগ্ৰাম
🗓️ ১ আগষ্টৰ পৰা ৩১ আগষ্ট পৰ্যন্ত
🕢 পুৱা ৭.৩০ পৰা (প্ৰতি সোমবাৰৰ পৰা শণিবাৰলৈ)
📻 অংশগ্ৰহণ কৰিবলৈ টিউন কৰক 90.4 এফ.এম.ত ৰেডিঅ’ ব্ৰহ্মপুত্ৰ

বিজয়ীসকলৰ বাবে বিশেষ পুৰষ্কাৰ আগবঢ়াব
🏆 শ্ৰীযুতা তুলিকা মেচ, ২ নং চিৰিংহোলা গাঁও
🏆 শ্ৰী দীপক মুণ্ডা, ৰমাই বঙালী গাঁও, ডিব্ৰুগড়
🎉 আগষ্ট মাহৰ পুৱাৰ ব্ৰহ্মপুত্ৰৰ কুইজত অংশগ্ৰহণ কৰি আপোনাৰ জ্ঞানৰ পৰিসৰ বঢ়াওক আৰু আকৰ্ষণীয় পুৰষ্কাৰ জিকিবলৈ সুযোগ পাওক! 🎉

#90.4FM

15/08/2024

৭৮ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰতিগৰাকী শ্ৰোতা আৰু শুভাকাংখীলৈ ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ পৰা আন্তৰিক অভিনন্দন!!


Address

Maijan Borsaikia Gaon (Near Paltan Bazar)
Dibrugarh
786002

Opening Hours

Monday 8am - 10pm
Tuesday 7am - 10pm
Wednesday 7am - 10pm
Thursday 8am - 10pm
Friday 8am - 7pm
Saturday 7am - 10pm
Sunday 8am - 1pm

Alerts

Be the first to know and let us send you an email when Radio Brahmaputra 90.4 FM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Radio Brahmaputra 90.4 FM:

Videos

Share

Category