Barbaruah Live

Barbaruah Live News and media website 24 hour's

06/01/2025

ডিব্ৰুগড়ৰ বৰবৰুৱাত অসম সেউজ মাঘী উৎসৱৰ দুৱাৰ মুকলি মন্ত্ৰী প্ৰশান্ত ফুকনৰ ।।

06/01/2025

বগৰীবাৰীত অনুষ্ঠিত সম্প্ৰীতিৰ এসাঁজ অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশৰ গীতৰ শৰাই।।

05/01/2025

সমষ্টি পুনঃনিৰ্ধাৰণৰ পিছতেই বিপাঙত ডিব্ৰুগড়ৰ উদয়পুৰবাসী ৰাইজ…

03/01/2025
03/01/2025

অসম টি গ'ল্ডেন কাপ মহিলা ফুটবল প্ৰতিযোগিতাৰ লাইখুটা স্থাপন কাৰ্যসূচী সমাপন

31/12/2024

সুখ, দুখ,কণ্টকময় আৰু ব্যস্ততাময় জীৱনৰ মাজতে দিহিংৰ পাৰত মৰাণ, খোৱাং আৰু বৰবৰুৱাৰ সাংবাদিক সকলৰ বছৰৰ শেষত মিলা প্ৰীতিৰে এসাঁজ।।

30/12/2024

শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত বৰবৰুৱাৰ "মাই চোটা প্লে স্কুলৰ বিদ্যায়তনিক অগ্ৰগতি।।।

30/12/2024

বৰবৰুৱা স্থিত ব্ৰিলিয়ান স্কলাৰ একাডেমীৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ

বৰবৰুৱাৰ দুলিয়া গাঁৱৰ যুৱক সন্ধানহীন সন্ধানহীন যুৱক জন দুলীয়া গাঁৱৰ ৩৭ বছৰ বয়সৰ খনিন (নিপু)সোণোৱালযোৱা শনি বাৰৰ পৰা গধূ...
23/12/2024

বৰবৰুৱাৰ দুলিয়া গাঁৱৰ যুৱক সন্ধানহীন

সন্ধানহীন যুৱক জন দুলীয়া গাঁৱৰ ৩৭ বছৰ বয়সৰ খনিন (নিপু)সোণোৱাল

যোৱা শনি বাৰৰ পৰা গধূলি সময়ত ফুৰিবলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈছিল নিপু সোণোৱাল

বৰ্তমান লৈকে ঘৰৰ পৰিয়ালৰ লগত সংযোগ নাইহোৱা নিপু সোণোৱালৰ

এই সন্দৰ্ভত বৰবৰুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পিতৃ হৰি সোনোৱালে

AS23Q3953 নম্বৰৰ এখন গ্লেমাৰ বাইক লৈ ওলাই গৈছিল নিপু সোনোৱালে।।

22/12/2024

Football player MLA chakradhar gogoi

21/12/2024

দৃষ্টি ফাউণ্ডেশ্বনৰ উদ্যোগত মহিলা স্বাৱলম্বিতাৰ অন্য এক প্ৰয়াস

# কোটোহাত আৰম্ভ কৰিলে মহিলা বজাৰ

18/12/2024

BANGS SALON সৌন্দৰ্য্য চৰ্চাৰ অন্যতম এক প্ৰতিষ্ঠান

বৰদিন আৰু নতুন বছৰ উপলক্ষ্যে ডিব্ৰুগড়ৰ মিলন নগৰ স্থিত bang's salon এ লৈ আহিছে গ্ৰাহকৰ বাবে লৈ আহিছে সহজলভ্য সেৱা।

15/12/2024

মধুপূৰ দেউৰী গাঁৱত দেউৰী ছাত্ৰ সন্থাৰ কাৰ্যনিবাহক সভা সম্পন্ন।।

14/12/2024

খোৱাং সমষ্টিৰ খেল মহাৰণ -২.o আৰম্ভ

বিধায়ক চক্ৰধৰ গগৈয়ে অলিম্পিক শিখাৰে আৰম্ভ কৰিলে ১৭ টা পঞ্চায়তৰ খেল।।

11/12/2024

দেৱানবাৰী কৈৱৰ্ত গাঁৱত চেঁচা ডাঙৰীয়া সকাম সম্পন্ন।।

Address

MANKOTTA Road
Dibrugarh
786003

Alerts

Be the first to know and let us send you an email when Barbaruah Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share