পূৱৰ বেলি POBOR BELI

পূৱৰ বেলি  POBOR  BELI Pobor Beli is a Web Portal Digital Media Platform. Dibrugarh. Assam.
পূৱৰ বেলি এটা ৱেব ভিত্তিত ভিডিঅ’ প্ৰচাৰ মাধ্যম।
(1)

20/12/2024

পুষ্পিতা বিয়াৰ আনন্দত,
নাতিনীৰ বিয়াত আইতাকৰ আনন্দ

18/12/2024

পশ্চিম মণ্ডলৰ নৱ নিৰ্বাচিত মণ্ডল সভাপতি চিৰঞ্জীৱ কুমাৰ চেতিয়া

18/12/2024

ডিব্ৰুগড়ৰ পশ্চিম মণ্ডলৰ নৱ নিৰ্বাচিত মণ্ডল সভাপতি চিৰঞ্জীৱ কুমাৰ চেতিয়া আৰু শুভাকাংক্ষীৰ,
বি জে পি জিলা কাৰ্যালয়লয়ত বন্তি প্ৰজলন

18/12/2024

ডিব্ৰুগড়ৰ পশ্চিম মণ্ডলৰ নৱ নিৰ্বাচিত মণ্ডল সভাপতি চিৰঞ্জীৱ কুমাৰ চেতিয়া আৰু শুভাকাংক্ষীৰ,
বি জে পি জিলা কাৰ্যালয়লৈ এক বৃহৎ ৰেলী

18/12/2024

ডিব্ৰুগড়ৰ পশ্চিম মণ্ডলৰ নৱ নিৰ্বাচিত মণ্ডল সভাপতি চিৰঞ্জীৱ কুমাৰ চেতিয়া

17/12/2024

School ৰ পৰা আহোতে স্কুল বেগতে ভৰাই লৈ আহিল কুকুৰৰ পোৱালিটো।
দেখিছেনে কিমান মৰম জীৱ জন্তুৰ প্ৰতি এই কণমানি ল'ৰাটোৰ

17/12/2024


ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন দেৱৰ শক্তি মন্ত্ৰীত্ব পদ লাভৰ পিছত বিজুলী বিভাগৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে। বিজুলী সৰবৰাহ কৰা তাঁ‌ৰৰ তলত যিমান সমূহ গছ গছনী আছে সকলো গছ গছনীৰ ডাল কাটিবলৈ নিৰ্দেশ জাৰি বিদ্যুৎ বিভাগলৈ।

Congratulations
17/12/2024

Congratulations

16/12/2024


ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱ ২০২৪
চিন্তাদূত সাহিত্য চ'ৰা গ্ৰন্থ বিক্ৰেতা আৰু প্ৰকাশনৰ পৰা জানিব চেষ্টা কৰিলো
বহুতো কিতাপৰ কথা আৰু গ্ৰাহকৰ সমাগমৰ কথা।
পূৱৰ বেলি POBOR BELI

16/12/2024


অঙ্কুৰণ মহিলা সমজৰ উদ্যোগত ২১ ডিচেম্বৰ ২০২৪ তাৰিখ শনিবাৰে, ডিব্ৰুগড়ৰ আউনীআটী শাখা সত্ৰত সন্ধিয়া ৬-০০ বজাৰ পৰা মহিলা সকলে পৰিবেশন কৰা ভাওনা "ৰুক্মিণী হৰণ" অনুষ্ঠিত হ'ব। গতিকে বৰ্তমান অঙ্কুৰণ মহিলা সমাজ ভাওনাৰ আখৰাত ব্যস্ত।
সকলো ৰাইজৰ সহযোগিতা আৰু উপস্থিতি উদ্যোক্তা সকলে কামনা কৰিছে।

13/12/2024

ৰাজযোগ কি হয়? ৰাজযোগ কৰিলে কি লাভ হয় বা কিয় কৰিব লাগে জানো আহক।
ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়, কুমাৰণী ছিগা , ডিব্ৰুগড়।

12/12/2024


কমলাবাৰী সত্ৰৰ ​গায়ন বায়ন
ডিব্ৰুগড় কুমাৰণীছিগা ব্ৰহ্মা কুমাৰি আশ্ৰমত অনুষ্ঠিত কৰা হয়
UNIVERSAL CULTURE OF PEACE, LOVE & HARMONY অনুষ্ঠান।

11/12/2024

Universal Culture of Peace, Love & Harmony অনুষ্ঠান আয়োজন
ব্ৰ্হ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়।
কুমাৰণী ছিগা, ডিব্ৰুগড়।
পূৱৰ বেলি POBOR BELI

09/12/2024

ডিব্ৰুগড় কুমাৰণীছিগা ব্ৰহ্মা কুমাৰি আশ্ৰমত অনুষ্ঠিত কৰা হয়
UNIVERSAL CULTURE OF PEACE, LOVE & HARMONY অনুষ্ঠান।

09/12/2024

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজ্জ্বলি উঠা ডিব্ৰুগড়ৰ লাহোৱাল ২ নং
জাপি সজীয়া গাৱঁৰ ইন্দ্ৰানী সেনাপতিক অভিনন্দন জ্ঞাপন বিহু সুৰক্ষা সমিতি অসমৰ।

পূৱৰ বেলি  POBOR  BELI ৰ তৰফৰ।পৰা,বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা...
08/12/2024

পূৱৰ বেলি POBOR BELI ৰ তৰফৰ।পৰা,
বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো।
"সকলোৰে পৰিচিত অসমৰ জনপ্ৰিয় চেটেলাইট চেনেল Dy365ৰ ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিকতা বটাঁ পাবলৈ সক্ষম বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক ৰাতুল বুঢ়াগোহাঁই।
গুৱাহাটীৰ Mayfair ৰিৰ্জটত অনুষ্ঠিত হোৱা বিশেষ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় ডিব্ৰুগড়ৰ বৃহত্তৰ প্ৰেছ ক্লাৱৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইলৈ।

08/12/2024
05/12/2024

ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে ৰাজ্যিক কেবিনেট মন্তীত্ব লাভ কৰাৰ পিছতেই সমৰ্থন কাৰী সকলে এনেদৰে আনন্দ উল্লাহ কৰা দেখিবলৈ পোৱা গ'ল।

Address

Dibrugarh
786008

Telephone

+918822486768

Alerts

Be the first to know and let us send you an email when পূৱৰ বেলি POBOR BELI posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to পূৱৰ বেলি POBOR BELI:

Videos

Share

Category