আজি সামাজিক মাধ্যমেৰ কিছু নিউজ পোৰ্টেলত প্ৰকাশ পাওয়া কামতাপুৰ স্বায়ত্বশাসিত পৰিষদেৰ মানচিত্ৰখান নিৰ্ভুল আৰ পূৰ্ণাংগ নাহয় বুলিয়া স্পষ্টীকৰণ দিল কাৰ্যবাহী সদস্য কর্মেশ্বৰ ৰায় ।
চিলাৰায় মহাবিদ্যালয়েৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত অবিভক্ত গোৱালপাৰা (UG)জিলা আক্ৰাছুৰ বৃহৎ জয়লাভ।
Exclusive: ভাৰত সৰকাৰেৰ লগত চুক্তিত বছিবাৰ জৈন্নে জীবন সিং সহ KLO ৰ একটা দল জঙ্গল থাকি আছি আছে ।
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানেৰ উদ্যোগত । লিংগ বৈষম্যমূলক হিংসাৰ সমাপ্তিৰ বাবে সজাগতা সভা ।
ভাৰত বাংলাদেশ সীমান্তত বস্ত্ৰ বিতৰণ । শাৰদীয় দুৰ্গা পূজা উপলক্ষে দুখীয়া মানুহ বিলাকক বস্ত্ৰ বিতৰণ কৰে কামতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য কাৰ্তিক ৰায় , সাধাৰণ সদস্য উত্তম প্ৰধানী , সচেতন যুৱক কৃষ্ণ ৰায় , বিশ্ব ৰায় , তপন ৰায় , ধীৰাজ শ্বেটীয়া
ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নদীত ভয়ংকৰ নাও দুৰ্ঘটনাৰ দৃশ্য কেমেৰাত বন্দী ।
আজি গোলকগঞ্জৰ শিল্পী সমাজ প্রেক্ষাগৃহত কামতাপুৰ স্বায়ত্বশাসিত পৰিষদেৰ সাধাৰণ সদস্য উত্তম কুমাৰ প্ৰধানীৰ উদ্যোগত আত্মসহায়ক গোট গুলানক এক কালীন আৰ্থিক সাহায্য প্ৰদান কৰা হয় । আজিৰ এই এক কালীন আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কামতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য কাৰ্ত্তিক ৰায় ।
অসম - পশ্চিমবংগৰ একাংশ এলেকাত বসবাস কৰি থাকা কোচ ৰাজবংশী জনগোষ্ঠীৰ উন্নয়নেৰ স্বাৰ্থত অসম সৰকাৰে গঠন কৰি দেওয়া কামতাপুৰ স্বায়ত্বশাসিত পৰিষদেৰ আজি প্ৰথমটা বৰ্ষপুতিৰ সাধাৰণ সভা অনুষ্ঠিত হয়।
KAC ৰ সচিবলয়ত মূখ্য কাৰ্যবাহী পৰিষদ গকুল বৰ্মনে বন্তি প্ৰজ্জ্বলন কৰে । আৰ তাৰ পাছত ।
বঙাইগাঁও জিলাৰ উপায়ুক্তৰ কাৰ্যালয়েৰ সভাকক্ষত KAC ৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনেৰ সঞ্চালনাত অনুষ্ঠিত হয় এই সাধাৰণ সভা ।
আজি বিলাসীপাৰাৰ প্ৰতিমা পাণ্ডে প্রেক্ষা গৃহত অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্রীয় সমিতি , কোচ ৰাজবংশী মহিলা সমিতি আৰ কেন্দ্ৰীয় চিলাৰায় সেনায় শপত গ্ৰহণ কৰে । লগতে আজিৰ এই শপত গ্ৰহণ কাৰ্যসূচীত পূৱ আৰ পশ্চিম ধুবুৰী জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা , মহিলা সমিতি আৰ চিলাৰায় সেনাৰো শপত গ্ৰহণ অনুষ্ঠিত হয় । আজিৰ এই উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কামতাপুৰ স্বায়ত্বশাসিত পৰিষদেৰ কাৰ্যবাহী সদস্য কাৰ্তিক ৰায় আৰ বিভিন্ন জাগাত থাকি আইছা বুদ্ধিজীৱি গুলা । উল্লেখযোগ্য যে দিনযোৰা কাৰ্যসূচীৰে আজিৰ শপত গ্ৰহণ অনুষ্ঠান সুকলমে পাৰ হয় ।
জনজাতিকৰনেৰ দাবীত গোলাকগঞ্জৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ । দেশেৰ প্ৰধানমন্ত্ৰী আৰ অসমেৰ মুখ্যমন্ত্ৰীৰ পুতুলা জ্বলে দিয়া উত্তাল প্ৰতিবাদ কৰে আৰ যদি খুব তাৰতাৰি জনজাতিকৰণ নাদে তাহইলে পৰৱৰ্তী দিনত ভয়ানক আন্দোলন কৰিবে বুলি হুংকাৰ দেয় ।
ধুবুৰী জিলাৰ গোলকগঞ্জত অবিভক্ত গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ ।
অসমেৰ ছয় জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণ থাকিয়া বঞ্চিত কৰাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অবিভক্ত গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই ।
অসম চৰকাৰ হায় হায় , জনজাতিকৰণ আমাক লাগিবে , ইত্যাদি শ্লোগান দিয়া গোলকগঞ্জৰ ৰাজপথত উত্তাল প্ৰতিবাদ কৰে।
লগতে কয় যে বাৰে বাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ উপুৰা ভেকো ভাওনা কৰি আছে কেন্দ্ৰীয় আৰ ৰাজ্য চৰকাৰে । যদি খুব তাৰতাৰি কোচ ৰাজবংশীক জনজাতিকৰনেৰ মৰ্য্যদা নাদেয় তাহইলে ভয়ানক আন্দোলন গঢ়ি তুলিবে বুলি হুংকাৰ দেয় ।
ধুবুৰী জিলাৰ আগমণিত অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৰ ধুবুৰী জিলা সমিতিৰ প্ৰথম দ্বি বাৰ্ষিক অধিবেশন সুকলমে পালন কৰা হয় । আজিৰ এই অধিবেশনত মুখ্য অতিথি হিচাপে কে , এ ,চিৰ কাৰ্যবাহী সদস্য কাৰ্তিক ৰায়ক আমন্ত্ৰন কৰাত সভাখনত উপস্থিত হয় আৰ আগন্তুক দিনত সাগাকে একসাথে মিলাপ্ৰীতিৰে কাম কৰিয়া জাতিৰ হকে কাম কৰিবাৰ জৈন্যে আহ্বান জানায় । শেষত কেন্দ্ৰীয় সভাপতি নিমাই ৰায়ে সংবাদ মাধ্যমৰ আগত কয় যে আজিৰ এই প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনত ধুবুৰী জিলা সমিতি , মহিলা সমিতি আৰ চিলাৰায় সেনাৰ নতুন সমিতি গঠন কৰি দিয়া হয় । শেষত চৰকাৰক দাবী জানায় যে আগন্তুক লোকসভা নিৰ্বাচনৰ আগত কোচ ৰাজবংশী জনজাতিকৰণ নিদিলে ভয়াবহ আন্দোলন গঢ়ি তুলিবে ।
ধুবুৰী জিলাৰ আগমণিত অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৰ ধুবুৰী জিলা সমিতিৰ প্ৰথম দ্বি বাৰ্ষিক অধিবেশন সুকলমে পালন কৰা হয় । আজিৰ এই অধিবেশনত মুখ্য অতিথি হিচাপে কে , এ ,চিৰ কাৰ্যবাহী সদস্য কাৰ্তিক ৰায়ক আমন্ত্ৰন কৰাত সভাখনত উপস্থিত হয় আৰ আগন্তুক দিনত সাগাকে একসাথে মিলাপ্ৰীতিৰে কাম কৰিয়া জাতিৰ হকে কাম কৰিবাৰ জৈন্যে আহ্বান জানায় । শেষত কেন্দ্ৰীয় সভাপতি নিমাই ৰায়ে সংবাদ মাধ্যমৰ আগত কয় যে আজিৰ এই প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনত ধুবুৰী জিলা সমিতি , মহিলা সমিতি আৰ চিলাৰায় সেনাৰ নতুন সমিতি গঠন কৰি দিয়া হয় । শেষত চৰকাৰক দাবী জানায় যে আগন্তুক লোকসভা নিৰ্বাচনৰ আগত কোচ ৰাজবংশী জনজাতিকৰণ নিদিলে ভয়াবহ আন্দোলন গঢ়ি তুলিবে ।
যাওয়াকালি কামতাপুৰ স্বায়ত্বশাসিত পৰিষদেৰ দ্বিতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস ধুমধামেৰে পালন কৰাৰ কিছু মুহূৰ্ত ।
পৃথক গ্ৰেটাৰ কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্য সন্দৰ্ভত প্ৰাক্তন আক্ৰাছু নেতা বিশ্বজিৎ ৰায়েৰ মিশ্ৰিত প্ৰতিক্ৰিয়া
কোচৰাজবংশীৰ জনজাতি কৰণ আৰ পৃথক কামতাপুৰ ৰাজ্যৰ দাবীত নাচ গানেৰ মাজ দিয়া আক্ৰাছুৰ তিন ঘন্টীয়া ধৰ্না কাৰ্য্য সূচী পালন৷ দিল্লীৰ যনতৰ মন্তৰত৷
AKRSU PROTEST IN DELHI
পৃথক কামতাপুৰ ৰাজ্য আৰ জনজাতিকৰণেৰ দাবীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰছু)ৰ তিন ঘন্টীয়া অবস্থান ধৰ্মঘট৷ দিল্লীৰ যনতৰ মনতৰত
ভয়েচ অফ কামতাপুৰেৰ বিশেষ অনুষ্ঠান
"প্ৰতিভা সন্ধান"
আজিৰ অনুষ্ঠানেৰ শিল্পী গোলকগঞ্জেৰ লিপম ৰায়
বিশ্ব সংগীত দিবস, নিউদিল্লীত অনুষ্ঠান পৰিবেশন কৰাৰ সমায়
অনুকুল ৰায়, দুলাল ৰায় আৰ অনিল ৰায়
ই, এম কাৰ্ত্তিক চন্দ্ৰ ৰায়েৰ মহানতাৰ পৰিচয়৷
ভাৰত-বাংলাদেশ সীমান্তৰ কেদাৰ গাওয়েৰ ১০৮ বছৰি বৃদ্ধা ময়নামতি দেবীক দেওয়া প্ৰতিশ্ৰুতি ৰক্ষা৷
ভাৰতবৰ্ষৰ অদ্বিতীয় ৪০০ বছৰ পুৰাণা পিতলেৰ ৰথ৷
কামতাপুৰ স্বায়ত্বশাসিত পৰিষদেৰ সচিবালয়েৰ শুভ উদ্বোধন কৰাৰ মুহূৰ্ত ।
৩০ জুনত কামতাপুৰ স্বায়ত্ব শাসিত পৰিষদেৰ সিচিবালয় উদ্ভোধন অনুষ্ঠানত সগ্গাকে আমন্ত্ৰণ জানায় মুখ্য কাৰ্য্যবাহী পাৰিষদ গোকুল বমৰ্ণে
৩০ জুন ২০২২ , বৃহস্পতিবাৰে শুভ উদ্বোধন কৰা হৈবে কামতাপুৰ স্বায়ত্বশাসিত পৰিষদেৰ সচিবালয় । উক্ত অনুষ্ঠানত জাতি , ধৰ্ম ,ভাষা নিৰ্বিশেষে সগাকে উপস্থিত থকিবাৰ জৈন্যে অনুৰোধ জানায় কামতাপুৰ স্বায়ত্বশাসিত পৰিষদেৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন ।
কামতাপুৰ স্বায়্ত্বশসিত পৰিষদেৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ গোকুল বৰ্মনেৰ সংবাদ মেল.....