Juli vlog

Juli vlog মোৰ ভিদ'অ চাবলৈ
page টো follow কৰি দিবা দে😀🤗🙏

Babur birthday asibad কৰিব যাতে তাৰ আহিব লগিয়া দিনবোৰ ভালদৰে কতাb পাৰে ❤️❤️❤️🙏
23/12/2024

Babur birthday asibad কৰিব যাতে তাৰ আহিব লগিয়া দিনবোৰ ভালদৰে কতাb পাৰে ❤️❤️❤️🙏

22/12/2024
17/12/2024

আজি বৃন্দাবন থিয়েটাৰৰ চাবলৈ যাম 🤪
কোনে কোনে যাব জলদি জলডি comment kori jonai 😀😀😀🤗

Just simpl pic
09/12/2024

Just simpl pic

বিয়া খাবলৈ গৈছিলো ❤️❤️❤️🙏
02/12/2024

বিয়া খাবলৈ গৈছিলো ❤️❤️❤️🙏

24/09/2024

হৰে কৃষ্ণ 🙏 vedio

12/09/2024

Ma monasha pujar eti soru clips

12/12/2023

অস্ত প্ৰহৰ দেখি আহিলা 🙏🙏🙏

14/11/2023

ঘৰতে মম বনালো দীপাৱলীৰ বাবে।
নাজানো কেনেকুৱা হৈছে চেষ্টা কৰিছিলোঁ।,যদি ভিদিঅটো চাই ভাল পাই তেনেহলে chanel2 follow kori dib ধন্যবাদ।।😃😃🙏

04/10/2023

Simple koi pitha bonalo dei..🤗🤗🤗😋😃

25/09/2023

বিশ্বকৰ্মা পূজা কেনেদৰে পাতিলো সেয়া চাবলৈ হ'লে ভিদিঅটো চাব লাগিব আৰু vedioটো যদি চাই ভাল পাই like, comments n shears লগতে চেনেলটো subscribe kori দিব আৰু যদি fb paget চাই আছে চেনেলটো follow কৰা দিবা ধন্যবাদ।

26/04/2023

মা মহামায়াৰ মন্দিৰলৈ গৈ আহিলো।🙏🙏🙏

21/04/2023

কালী পূজাৰ মা কালী ৰূপী চণ্ডীৰ নাচ

11/04/2023

ঘৰুৱা পদ্ধতিৰে এটি recepi মোৰ styleot আপোনালোকৰ লগত share কৰিলো যদি ভিদিঅটো চাই ভাল পায় তেনেহলে like comments লগতে share কৰি চেনেলটো Follow কৰি দিব ধন্যবাদ।

31/03/2023

অষ্টমী স্নান কৰিবলৈ পোৱাৰ কিছু মুহূৰ্ত আপোনালোকৰ লগত share , কৰিলো যদি ভিদিঅটো চাই ভাল পায় তেনেহলে like, comments, share, লগতে চেনেলটো Follow kori দিব

24/02/2023

নলবাৰীত থকা শিৱ কালীৰ ধাম, আমিও চাই আহিলো আৰু আপোনালোককো দেখোৱাব চেষ্টা কৰিলো যদি ভিদিঅটো চাই ভাল পায় তেনেহলে like, comments, share কৰাৰ লগতে চেনেলটো follow কৰি দিব ধন্যবাদ।

11/02/2023

ল'ৰাৰ জন্মদিন উপলক্ষ্যে কিছু আয়োজন কৰা হৈছিল। যিবোৰৰ কিছু মুহূৰ্ত আপোনালোকৰ লগত share কৰিলো। আৰু আশীৰ্বাদ কৰিব যাতে আহিব লগীয়া দিনবোৰ ভালদৰে পাৰ হয়

Address

Dhubri

Website

Alerts

Be the first to know and let us send you an email when Juli vlog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share