Rajiv Bhai

Rajiv Bhai নমস্কাৰ বন্ধু বান্ধৱী সকল আপোনালোক কেনে আছে ? নিশ্চয় ভালে আছে চাগে আমাৰো খবৰ ভালে🙏🙏

শ্ৰী শ্ৰী আউনীআটী সত্ৰ  #মাজুলী
11/11/2024

শ্ৰী শ্ৰী আউনীআটী সত্ৰ
#মাজুলী

ফটো মাৰি ভাল নাপাওঁ কিয় নাজানো, বছৰত চাগে কৰবালৈ ফুৰিবলৈ গলে চাৰি পাঁচ কপি মান ফটো মাৰি থওঁ। সেইটোকে  সামাজিক মাধ্যমত ক...
06/11/2024

ফটো মাৰি ভাল নাপাওঁ কিয় নাজানো, বছৰত চাগে কৰবালৈ ফুৰিবলৈ গলে চাৰি পাঁচ কপি মান ফটো মাৰি থওঁ। সেইটোকে সামাজিক মাধ্যমত কেতিয়াবা মন গলে আপলোড কৰো।

24/06/2024

সুনিল গগৈ আৰু জাহাঙ্গীৰ হুইছেনক কেনেকৈ চিনি পাওঁ? মোৰ লগত জাহাঙ্গীৰ তথা ভাইক জাহিদুল ৰহমানৰ কি লেনদেন আছিল!


Good Evening বন্ধু বান্ধৱী সকল ভাল নে আপোনালোকৰ 💚💚
22/06/2024

Good Evening বন্ধু বান্ধৱী সকল
ভাল নে আপোনালোকৰ 💚💚

চিনি পাইছেনে আপোনালোকে?
02/06/2024

চিনি পাইছেনে আপোনালোকে?

25/04/2024

এইখন আমাৰ অসম ইয়াত যে কি কি নহয় 🥺

অনুগ্ৰহ কৰি কথা খিনি মন দি পঢ়িব 🙏এগৰাকী মহিলাই এটা সাপ পুহিছিল। সাপটোৱেও সেই মহিলা গৰাকীক খুবেই ভাল পাইছিল। সাপটো দীঘল ...
17/04/2024

অনুগ্ৰহ কৰি কথা খিনি মন দি পঢ়িব 🙏

এগৰাকী মহিলাই এটা সাপ পুহিছিল। সাপটোৱেও সেই মহিলা গৰাকীক খুবেই ভাল পাইছিল। সাপটো দীঘল ৪ মিটাৰ আৰু সু-স্বাস্থ্যৱান আছিল। হঠাৎ এদিন মৰমৰ সাপটোৱে খোৱা-বোৱা বন্ধ কৰি দিলে।
এইদৰে কেইবা দিন,সপ্তাহ পাৰহৈ গ'ল।একোৱে নাখায়।মৰম লগা সাপটোৰ এনে অৱস্থা দেখি মহিলা গৰাকী বৰ চিন্তাত পৰি যায়। উপায় নাপাই শেষত সাপটোক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল তাই।
ডাক্তৰ জনে বৰ মনোযোগেৰে সকলো চোৱাৰ পিছত মহিলা গৰাকীক সুধিলে- ‘সাপটোৱে ৰাতি আপোনাৰ লগত শোৱে নেকি?’
- হয় চাৰ।
- টোপনি যোৱাৰ আগ মূহুৰ্তত সি আপোনাৰ ওচৰলৈ চেপি যায় নেকি?’
- হয় চাৰ।
- তাৰ পিছত লাহে লাহে আপোনাক মেৰিয়াই ধৰে নেকি?
-(বিৰক্তি বোধ কৰি কলে, হয়)
তেতিয়া ডাক্তৰ জনে কলে- ‘মেদাম, সাপটোৱে আপোনাক সাৱটি আৰু মেৰিয়াই লোৱাৰ কাৰন হ'ল সি আপোনাৰ জোখ লৈছে।আৰু নিজকে প্রস্তুত কৰিছে আপোনাক আক্রমণ কৰাৰ কাৰনে।আৰু এইটোও হব পাৰে যে,সি খোৱা-বোৱা বন্ধ কৰিছে এইটো কাৰনে যে, তাৰ পেটত জেগা খালি কৰি আছে।যাতে সহজতে আপোনাক পেটৰ ভিতৰত সোমোৱাব পাৰে।
এই কাহিনীটো শিক্ষণীয় বিষয়টো হ'ল- আপোনাৰ চাৰিওফালে, এনে বহুত লোকেই আছে, যিসকলক আপুনি কাষৰ মানুহ বুলি ভাবি আছে।সেই সকলক দেখি আপোনাৰ অনুভৱ হয় যেন,সিহতে আপোনাক প্ৰচণ্ড ভাল পায়।
কিন্তু আপুনি চাগে নাজানে যে তেওলোকেও আপোনাৰ জোখ লৈ আছে,আপোনাৰ ক্ষতি কৰাটোৱে তেওলোকৰ প্ৰধান উদ্দেশ্য।
(ফেচবুকৰ পৰা সংগৃহীত)

13/04/2024

এক সুন্দৰ আৰু সুৰক্ষিত ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ সকলোলৈকে শুভেচ্ছা জনালোঁ।

For a Happy & Safe Rongali

15/03/2024

🔴 গাটো লৰিছে পকৰটো লৰিছে মিছিং গান
🔴 জনপ্ৰিয় উদীয়মান কণ্ঠশিল্পী ৰিস্মা পাংগিঙৰ এটি গীত।

ষ্টাইলত অলপ
25/01/2024

ষ্টাইলত অলপ

Beti
25/01/2024

Beti

21/01/2024

29/12/2023

শ্ৰদ্ধাৰে সুঁৱৰিছো 🪔🪔🪔

26/12/2023

যদি অসমত অসমীয়াই হিন্দী কব নোৱাৰৰ বাবে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত লব লগা হৈছে, তাতোতকৈ দূৰ্ভাগ্যজনক কথা একোৱেই থাকিব নোৱাৰে।😭😭

ঔম শান্তি 🙏🙏
17/12/2023

ঔম শান্তি 🙏🙏

Address

Dhemaji

Website

Alerts

Be the first to know and let us send you an email when Rajiv Bhai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share