Dhrubajyoti Dhemaji

Dhrubajyoti Dhemaji Dhemaji All News Channel Owner
সত্য পক্ষত মাত মাতিম
Page খন আাগবঢ়াই নিয়াত সহায় কৰিব 🙏

05/02/2024

কণ্ডম মেইন 😁😁

গোলাঘাট টাউন 😊
30/01/2024

গোলাঘাট টাউন 😊

28/04/2023

সামাজিক খেচেৰা প্ৰাণীয়োঁ ভাগ আছে কিন্তু এইবোৰ প্ৰাণীৰ পৰা আজি-কালি আমি নিজৰ মা-দেউতা অথবা পৰিয়ালৰ লগত একেলগে বহি ভিডিঅ’ এটা চাব নোৱাৰা হৈছোঁ একমাত্ৰ এনে নমুনাকাৰী ভিডিঅ’বোৰৰ পৰা ৷৷ ধিক্কাৰ ধিক্কাৰ ধিক্কাৰ ৷৷
আৰু এইখিনিতে কওঁ যে মোক ক্ষমা কৰিব ৰাইজ উক্ত ভিডিঅ’টিত মোৰোঁ সামাণ্য ভুল এটা হৈছে প্ৰথম Seen টোত মই ভুলৱসত Blure কৰি দিবলৈ পাহৰি গ’লোঁ ৷ ইয়াক লৈ মোক আপোনালোঁকে বিতৰ্কিত মন্তব্য অন্যথা বেয়া কমেণ্ট নকৰিব মই মোৰ ভুলটো স্বীকাৰ কৰিছোঁ ৷
আৰু এই বিষয়ত মোক যিসকলে কথাটো মনত পেলাই দিলে বা কমেণ্ট কৰি কৈছে তেওঁলোঁকক ধন্যবাদ দিছোঁ ৷

All Assam
all_assam_page
Dhrubajyoti Dhemaji

22/04/2023

অসমৰ বোৱাৰীয়ে নিজৰ গোপন অংগৰ পৰা ভিডিঅ’টো আৰম্ভ কৰা_ এই নমোনাবোৰ বন্ধ কৰক অন্যথা অনুৰোধ কৰিছোঁ এইবোৰ ভিডিঅ’ সামাজিক মাধ্যমত এৰি নিদিব 🙏 ৷৷

সকলোঁ অসমবাসী ৰাইজক মোৰ ফালৰ পৰাঁ ৰঙালী বিহুৰ হিয়া ভৰাঁ শুভেচ্ছা যাঁছিলোঁ ৷ Happy Rongali Bihu
16/04/2023

সকলোঁ অসমবাসী ৰাইজক মোৰ ফালৰ পৰাঁ ৰঙালী বিহুৰ হিয়া ভৰাঁ শুভেচ্ছা যাঁছিলোঁ ৷ Happy Rongali Bihu

03/04/2023

ছোৱালীজনী 3 মাহলৈ জেল হ’ব পাৰে IPC Section 294 ত অন্যথা জৰিমনাও ভৰিব পাৰে, সাধাৰণ যদিওঁ জানিবলগীয়া কথা আৰু মনত ৰাখিবলগীয়া কথা ৷৷

29/03/2023

হিমন্ত বিশ্ব শৰ্মা গ’ বেক, ৰনোজ পেগু গ’ বেক_ ধ্বনিৰে ধেমাজিৰ মাজমজিয়াত উত্তাল প্ৰতিবাদ _ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ ৷৷
Himanta Biswa Sharma Go Back, Ronoz Pegu Go Back_ slogans, _Dhemaji Regional Students' Union.

Himanta Biswa Sarma
All Assam
all_assam_page
Dhrubajyoti Dhemaji

26/03/2023

ৰাতি হ’লেই কিছুমান বোৱাৰীৰ বাঢ়ে নেকি যৌন উত্তেজনা_? কিছুমান বোৱাৰীৰ কৰ্ম কাণ্ড কিয় ইমান লেতেৰা _? মোক ৰাতি Ranumai Chutia এই ID টো অৰ্থাৎ এই বোৱাৰী গৰাকীয়ে নিজৰ কিছুমান ফটোৰ লগতে S*x Video মোক Messenger ত পঠিয়াই লগতে তেওঁ নিজৰ Private Phone Number ৰো মোক Send কৰে ৷ আপোনালোকে কি ক’ব এনে কিছুমান নিলাজ বোৱাৰীক ৷ বোৱাৰী গৰাকী ঘৰ ধেমাজি ভদ্ৰপাৰা বুলি তেওঁ জানিবলৈ দিয়ে ৷ সাৱধান এইবোৰ প্ৰাণীৰ পৰা ৷ আজি মোক দিছে কাইলৈ আপোনাকো দিব পাৰে !
গতিকে Video টো যিমান পাৰে Share কৰক যাতে কোনোঁ বোৱাৰীয়ে এইবোৰ লেতেৰা কৰ্ম কাণ্ড কৰিব নোৱাৰে ৷ ধন্যবাদ ৷ চেয়াৰ কৰক 🙏
all_assam_page Dhrubajyoti Dhemaji
My YouTube Channel👎
https://youtube.com/

17/03/2023

এটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰা “ৰনোজ পেগু” শিক্ষামন্ত্ৰী হোৱাৰ কোনো যোগ্যই নহয় ৷ আৰু কিমান শেতালী খেলিব ছাত্ৰ- ছাত্ৰী সকলৰ লগত এইয়া হ’ব লক্ষ্যনীয়_ ।৷
School principal among 3 held for Class X 'question paper leak' in Assam.

12/03/2023

কইনাগৰাকীয়ে ভাল সিদ্ধান্ত ল’লে নে ভুল সিদ্ধান্ত ল’লে কওঁকচোন আপোনালোঁকৰ মতামতবোৰ চাওঁ ৷
মই মোৰ অভিজ্ঞতা ফালৰ পৰা কৈছোঁ_ কোনো ভুল সিদ্ধান্ত লোৱা নাই কইনাগৰাকীয়ে 👍
All Assam

11/03/2023

জীৱনত Scond Options থাকিব লাগে 😜️

Dhrubajyoti Dhemaji
Dimpu Baruah
All Assam

10/03/2023

Bihu 😍

08/03/2023

Finally tab এটা লৈ ললোঁ 😍 নিজে কষ্ট কৰি কিবা এটা বস্তু ল’লে মনটো বহুত ভাল লাগে 😊 কেনেকুৱা লাগিছে কমেণ্ট কৰিব লগতে পেজটো follow কৰিব 🙏

Dhrubajyoti Dhemaji and
All Assam

02/03/2023

#হূদয়বিদাৰক অ‘ আংকুল কেতিয়াকে আহিব বাছখন আমাৰ বস্তু খালি কৰা হোৱা নাই দশ মিনিটমান দেৰিকে হ’ব 😭এইয়া উচ্চেদ অভিযান চলাই থকা সময়ত কনমানণিটিৰ আৰক্ষী জোৱানৰ লগত হোৱা কথোপকথন ৷
Dhrubajyoti Dhemaji

27/02/2023

বাল্যবিৱাহক লৈ মেখেলা-চাদৰ পিন্ধি আন্দোলনত নামিল এদল নাৰীৰূপী পুৰুষ ৷ চাওঁক এই ভিডিও 😁😂
Dhrubajyoti Dhemaji

22/02/2023

Jahid Vai য়ে দাবী কৰিছে যে প্ৰেমত বোলে কাজিয়া থাকিবই লাগিব ! আপুনি কি ক’ব ? Dhrubajyoti Dhemaji

05/02/2023

বাল্যবিবাহক লৈ মুখ্যমন্ত্ৰীয়ে লোৱা কঠোৰ নিৰ্দেশ আৰু মোৰ ক’বলগীয়া ৷ আপুনি সমৰ্থন কৰে এনে মুখ্যমন্ত্ৰীৰ এই কাৰ্যক _? আপোনাৰ মতামত জনাব নাপাহৰিব আৰু
সকলোৰে ভিডিওটো Share কৰিব নাপাহৰিব 🙏

All Assam
Himanta Biswa Sarma

I've just reached 200 followers! Thank you for continuing support. I could never have made it without each one of you. 🙏...
24/11/2022

I've just reached 200 followers! Thank you for continuing support. I could never have made it without each one of you. 🙏🤗🎉

19/11/2022

ক’বলৈ ভাষা হেৰাই গ’ল আজি যেন নিজকে বহুত দু:খি দু:খি অনুভৱ কৰিছোঁ ৷ প্ৰেমৰ এক অনন্য নিদৰ্শন ।
যোৱা সাত বছৰে চাপৰমুখ কচোৱাৰ এগৰাকী যুৱতীৰ সৈতে মৰিগাঁওৰ এজন যুৱকৰ প্ৰেমৰ সম্পৰ্ক আছিল কিন্তু যোৱা কেইমাহ মানৰ পৰা যুৱতী গৰাকী এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল আৰু আজি যুৱতী গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে যদিও প্ৰেমৰ এক অনন্য নিৰ্দশন দাঙি ধৰি যুৱকজনে মৃত্যুৰ পিছতো ধৰ্মীয় ৰীতি নীতিৰে মৃত যুৱতী গৰাকীৰ শিৰত সেন্দুৰ পিন্ধাই আজীৱন নিজৰ পত্নীৰ মৰ্যাদা প্ৰদান কৰি নিজৰ সঁচা প্ৰেমৰ বিৰল প্ৰমাণ ৰাখি গল ।

যুৱতী গৰাকীৰ বিদেহী আত্মাৰ সদ্‌গতি কামনা কৰিলোঁ ।
ঔম শান্তি🙏🏻

Address

Dhemaji

Telephone

+916002522272

Website

Alerts

Be the first to know and let us send you an email when Dhrubajyoti Dhemaji posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dhrubajyoti Dhemaji:

Videos

Share


Other Digital creator in Dhemaji

Show All