Assamese reels

Assamese reels -W€l¢om€ t♂ m¥ wo®ld🌍
-😘fírѕt cruѕh mч mσm…
-W●₹k h@rd🔨
-$¡πgl€ ✌
-Z¡dd¡ b●¥cricket αddíctєd…

যদি সময়বোৰ ধৰি ৰাখিব পৰা হ’লে সময়ৰ লগতে তোমাকোধৰি ৰাখিলোঁ হয়,নিজৰ কাষত আজীৱন।
17/12/2024

যদি সময়বোৰ ধৰি ৰাখিব পৰা হ’লে
সময়ৰ লগতে তোমাকো
ধৰি ৰাখিলোঁ হয়,
নিজৰ কাষত আজীৱন।

সময়বোৰ  এনেকৈ পাৰ হলে হয় আৰু ।দুদিনিয়া জীৱন মাথোঁ উপভোগ কৰা।
15/08/2024

সময়বোৰ এনেকৈ পাৰ হলে হয় আৰু ।
দুদিনিয়া জীৱন মাথোঁ উপভোগ কৰা।

04/04/2024
নাৰীশক্তি - সমাজৰ চালিকাশক্তিস্বৰূপ আৰু আমাৰ বাবে অনুপ্ৰেৰণাৰ উৎস। 'ৰাষ্ট্ৰীয় নাৰী দিৱস'ত সমাজৰ ভেটি গঢ়োঁতা প্ৰতিগৰাকী...
13/02/2024

নাৰীশক্তি - সমাজৰ চালিকাশক্তিস্বৰূপ আৰু আমাৰ বাবে অনুপ্ৰেৰণাৰ উৎস। 'ৰাষ্ট্ৰীয় নাৰী দিৱস'ত সমাজৰ ভেটি গঢ়োঁতা প্ৰতিগৰাকী নাৰীৰ অনবদ্য অৱদানৰ প্ৰতি আন্তৰিক শুভেচ্ছা আৰু তেওঁলোকৰ ত্যাগৰ বাবে কৃতজ্ঞতা জনাইছোঁ।


27/01/2024
অসমত চিকিৎসা সেৱা কিয় ইমান তলত আছে মানুহে বিশ্বাস নকৰে নে অসম চৰকাৰে সেইটো নোৱাৰে ।ইমান কোটি কোটি টকা বেকাৰ কামত লগাই আ...
27/12/2023

অসমত চিকিৎসা সেৱা কিয় ইমান তলত আছে মানুহে বিশ্বাস নকৰে নে অসম চৰকাৰে সেইটো নোৱাৰে ।ইমান কোটি কোটি টকা বেকাৰ কামত লগাই আছে যদি পাৰে ন চিকিৎসা ক্ষেত্ৰ লগাওক ।চিকিৎসা ক্ষেত্ৰ সদায় অসম উপৰত থাকিব লগে ।
মানুহ বোৰে এটা কথা মন কৰিছে নাই নাজানো এই ছোৱালী জনী অসমৰ যে বাহিৰত চিকিৎসা ধিণ হৈ আছে তাক চাগে সকলোৱে ignore কৰিছে। কিন্তু মই সেইটো egnore কৰিব নোৱাৰোঁ কিয় নো অসমৰ বাহিৰত চিকিৎসা কৰিছে সেইটো বহুত লগৰ কথা।। থিককাৰ জনাইছোঁ অসম চৰকাৰ।। থিককাৰ জনাছোঁ।
লাজ নাপাই কিয় এইবোৰ কথাত।

26/10/2023
24/09/2023

reels

27/08/2023

27/08/2023

সপোন দেখা আৰু সেই সপোন পূৰণ কৰা সচাকৈ বহুত কঠিন ন।কিন্তু জীৱনত সপোন এটা বহুত দৰকাৰী।কাৰণ জীয়াই থাকিবলৈ সপোন বহুত প্ৰয়ো...
04/08/2023

সপোন দেখা আৰু সেই সপোন পূৰণ কৰা সচাকৈ বহুত
কঠিন ন।কিন্তু জীৱনত সপোন এটা বহুত দৰকাৰী।কাৰণ জীয়াই থাকিবলৈ সপোন বহুত প্ৰয়োজন। এটা সপোনে জীয়াই থাকিবলৈ বহু খিনি সহায় কৰে।। আচলতে সপোন নহলে জীয়াই থাকি লাভ নাই।।

19/07/2023



08/07/2023

AT

01/07/2023

সদৌ অসম তাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বত ৩৪ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ অন্যতম এটা নিত্য ত সাঁচি ৰাখিলোঁ।। . At #লক্ষীমপুৰ .

 #আজি_এটা_নতুন_ৰেচিপী_বনাই_খাম।।জুইত পুৰি মাংস খায় ভাল পাইনে? মই হলে পাও ।আপোনালোকে পাই নে নাপায় জনাব চুন।আৰু লগত  #হাঁ...
30/06/2023

#আজি_এটা_নতুন_ৰেচিপী_বনাই_খাম।।
জুইত পুৰি মাংস খায় ভাল পাইনে? মই হলে পাও ।
আপোনালোকে পাই নে নাপায় জনাব চুন।আৰু লগত #হাঁহৰ_মাংস।খায় নিশ্চয় ভাল পাই।মোৰ কিন্তু হাঁহ মাংস বৰ প্ৰিয়। হাঁহৰ মাংস লগত কুকুৰা হব লাগে তেষ্টি লাগে।। জুইত পুৰা মাংসটো কিন্তু বইলাৰ হয়। #আমঠো।।

28/06/2023

#ৰঘূপতি
ইমান এখন সুন্দৰ ছবি অসমৰ ৰাইজলৈ আগ বহাই দিয়া কাৰণে প্ৰথমে মই #ৰবি_শৰ্মা ডাঙৰীয়াৰ ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে অসম লগতে বহি ৰাজ্যটো অসমীয়া এখন ছবি চাব পাই বহুত সুখী হৈছোঁ।
লগতে ছবি খনৰ কাৰণে গাঁৱৰে বহু বন্ধু , লগৰ,আৰু দাদা সকলক লগ পাই আৰু ভাল লাগিল।

Address

Dhemaji

Alerts

Be the first to know and let us send you an email when Assamese reels posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assamese reels:

Videos

Share