Breaking
ঢেকিয়াজুলিৰ শিঙৰী চাহ বাগিচাত দিন দুপৰতে নৃশংস হত্যাকাণ্ড৷ হাটখোলা লাইনত বাবলু বাউৰি নামৰ এজন যুৱকক অচিনাক্ত লোকে নিজৰ ঘৰতে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে৷আঘাতপ্ৰাপ্ত বাবলু বাউৰীক চিকিৎসাৰ বাবে TMCHলৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই৷
#highlights
#Singrilive
#StarsEverywhere
#BigBreakingNews
#AssamPolice
@topfans
মদৰ নিচাত অতপালি বাইক আৰোহীৰ
নতুন শিঙৰীত সংঘতিত হৈ দুৰ্ঘটনা
বাইক No. AS12A H 8718
#Singrilive
#BigBreakingNews
#highlights
#AssamPolice
#StarsEverywhere
@topfans
অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ,অসম চাহ জনজাতি মহিলা সমিতি, আট্ছা ডিব্ৰুগড় জিলা সমিতি আৰু ডিব্ৰুগড় শাখা সমিতিৰ সহযোগত আৰু ডিব্ৰুগড়বাসী ৰাইজৰ আতিথ্যত
২৮ ডিচেম্বৰ ২০২৪ (শনিবাৰ) মানকটা চাহ বাগিচা খেলপথাৰ, ডিব্ৰুগড় (অসম) ৭৭ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন ।
#highlights
#Singrilive
#BigBreakingNews
#StarsEverywhere
@topfans
#ATTSA
@ATTSA
#attsadhekiajuli
অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ,অসম চাহ জনজাতি মহিলা সমিতি, আট্ছা ডিব্ৰুগড় জিলা সমিতি আৰু ডিব্ৰুগড় শাখা সমিতিৰ সহযোগত আৰু ডিব্ৰুগড়বাসী ৰাইজৰ আতিথ্যত আজি
২৮ ডিচেম্বৰ ২০২৪ (শনিবাৰ) মানকটা চাহ বাগিচা খেলপথাৰ, ডিব্ৰুগড় (অসম) ৭৭ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন ।
অসম চাহ জনজাতি ছাত্ৰ সন্থা শিঙৰী উপশাখাই
অখৰাৰ নামত চলি থকা জুৱা খেল বন্ধ কৰে।
লগতে সকলো জুৱা খেলৰ সামগ্ৰী সমুহক আৰক্ষীক গতাই দিয়ে। এতিয়া আৰক্ষীয়ে কি পদক্ষেপ লব তাকে লক্ষণীয় ।
#Singrilive
#live
#StarsEverywhere
#BigBreakingNews
#highlights
@topfans
SeSTA (NGO) আৰু Palladium ৰ উদ্যোগত TAMINER PROJECT ৰ অধীনত গাহৰি পালনত দক্ষ উৎপাদন আৰু পৰিচালনা পদ্ধতিৰ ওপৰত AAE আৰু লিড কৃষকসকলক দুদিনীয়া প্ৰশিক্ষণ শিবিৰ IFIP, ALPCO আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগ অসমৰ সহযোগিতাৰে আয়োজন কৰা হয়।
#Singrilive
#BigBreakingNews
#live
#StarsEverywhere
#highlights
@topfans
Singri Live
নতুন চিৰাজুলী ৰাস মহোৎসৱ উদযাপন ।
#highlights
#Singrilive
#followers
#StarsEverywhere
#Live
@topfans
Singri Live
নতুন চিৰাজুলী ৰাস মহোৎসৱ উদযাপন ।
#highlights
#Singrilive
#followers
#StarsEverywhere
#Live
@topfans
Singri Live
নতুন চিৰাজুলী ৰাস মহোৎসৱ উদযাপন ।
#highlights
#Singrilive
#followers
#StarsEverywhere
#Live
@topfans
Singri Live
নতুন চিৰাজুলী ৰাস মহোৎসৱ উদযাপন ।
#highlights
#Singrilive
#followers
#StarsEverywhere
#Live
@topfans
Singri Live
শোণিতপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথত পুৱাতে সংঘটিত হয় পথ দুৰ্ঘটনা ।
#BigBreakingNews
#Singrilive
#live
#highlights
শোণিতপুৰ জিলাৰ ৰাক্ষসমাৰীত আঞ্চলিক ৰাস মহোৎসৱ উদযাপন ।
#highlights
#Singrilive
#live
#BigBreakingNews
#StarsEverywhere
@topfans
Singri Live