28/07/2023
সুগন্ধি পখিলাৰ কবি হীৰুদাৰ জন্মতিথিত আন্তৰিক শ্ৰদ্ধা জনাই হীৰুদাৰ কবিতা এটিৰ হিন্দী অনুবাদ তেখেতলৈ সমৰ্পণ কৰিছোঁ🙏
वसंत का गीत
[एक कवि के लिए]
कवि -- हीरेन भट्टाचार्य
✍️अनुबाद -- जाह्नवी काकति
कल रात काफी कोहरा था
पहाड़ की तलहटी में
एक चिड़िया ने रातभर
गाना गाके आकाश को रुलाया था
सुबह,
पेड़ और जंगल में , पहाड़ की चोटियों में
बकुल के फूलों की तरह
चूरा चूरा होके बर्फ गिरी थी
काश! एक चिड़िया की पुकार से
वसंत आ जाता!
उसके दुबले पंख
काश कोहरा हटा पाते!
বসন্তৰ গান
[এজন কবিলৈ]
কবি- হীৰেন ভট্টাচাৰ্য (১৯৬১)
কালি ৰাতি খুব কুৱঁলি পৰিছিল |
পাহাৰতলিত
এটা চৰায়ে ওৰে ৰাতি
গান গাই আকাশখনক কন্দুৱাইছিল |
ৰাতিপূৱা,
গছে বনে, পাহাৰৰ শিখৰে শিখৰে
বকুলফুলৰ দৰে
গুৰি গুৰিকৈ বৰফ পৰিছিল |
এটা চৰাইৰ
মাতত বসন্ত অহা হ’লে !
তাৰ লাহী ডেউকাই
কুঁৱলী আঁতৰাব পৰা হ’লে