Time NE Live

Time NE Live সদায় সত্যৰ সন্ধানত.....

বৰ ভূমিকম্প‌ই কঁপাইছে ৰাজ‍্য
04/01/2026

বৰ ভূমিকম্প‌ই কঁপাইছে ৰাজ‍্য

04/01/2026

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী আবেদনৰ বাবদ নিৰ্ধাৰণ কৰা ধনৰ সন্দৰ্ভত ধিঙৰ বিধায়ক আমিনুলৰ মন্তব্য

হাতীৰ দেখুওৱা দাঁত আৰু খোৱা দাঁত বেলেগ

কংগ্ৰেছৰ ৫০ হাজাৰ আৰু ৰাইজৰ দলৰ ২৫ হাজাৰ নামতহে

টিকটৰ নামত কংগ্ৰেছত কিমান কোটি টকা দিব লাগে সকলোৱে জানে

04/01/2026

গোৱালপাৰা জিলাৰ বুদুচৰত পঞ্চায়ত সদস্যৰ দুই সন্তানৰ মাতৃৰ সৈতে ছাহিদুল ইছলামৰ পৰকীয়া প্ৰেম ।
nelive

04/01/2026

*News@Rupahi hat*

ৰূপহী হাটত গৰু চোৰৰ সন্ত্ৰাস।

ৰূপহী হাট আৰক্ষীয়ে দিনে নিশাই চোৰাং গৰু ভৰ্তি বাহন জব্দ কৰি আছে যদিও কিছুমান অঞ্চলত এতিয়ালৈকে কমা নাই গৰু চোৰৰ সন্ত্ৰাস।

02/01/2026

'উচ্ছেদৰ ৰাজনীতি বেছি দিন নচলে। ডবকাত হোৱা উচ্ছেদে উলংঘা কৰিছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ'।ডবকাত হোৱা উচ্ছেদত বাধা দি AIUDF নেতা বিল্লাল উদ্দিনৰ বিস্ফোৰণ।হোজাই জিলা ADCৰে তীব্ৰ বাক-বিতণ্ডাত লিপ্ত ছিৰাজুদ্দিন আজমলৰ নমিনি AIUDF নেতা বিল্লাল উদ্দিন ডাঙৰীয়া।হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্তই গছ কটাৰ অনুমতি দেখাব লাগে বুলি উভতি ধৰিছে বিল্লাল উদ্দিনে।

30/12/2025

📌হুকহুকাই কান্দি আমছু এৰিলে ৰেজাউল কৰিম সৰকাৰে। ২০ বছৰ ধৰি আমছুৰ সৈতে জড়িত আছিল নেতাগৰাকী। হাজাৰ হাজাৰ লোকে কান্দি কান্দি বিদায় দিলে নেতাগৰাকীক।

26/12/2025

দিল্লীত প্ৰতিবাদ কৰিব মুছা

বাংলাদেশৰ লগত অৰ্থনৈতিক অবৰোধ কৰাৰ দাবী হুংকাৰ মুছলিম ছাত্ৰ সন্থা,অসম (মুছা)ৰ ।

জুবিন গাৰ্গৰ হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাচীৰ দাবী মুছাৰ

21/12/2025
20/12/2025

Follow up--------------

নগাৱৰ ধিঙৰ হত্যাকাণ্ড সন্দৰ্ভত নগাঁৱৰ জেষ্ঠ আৰক্ষী অধীক্ষকৰ মন্তব্য।

19/12/2025

BIG BREAKING

ধিঙৰ কাছখাটিত চাঞ্চল্যকৰ হত্যাকাণ্ড।

পিতৃয়ে হত্যা কৰিলে দুই সন্তান আৰু পত্নীক।

এমদাদুল ইছলামে পাৰিবাৰীক কণ্ডলৰ বাবেই সংঘটিত হয় এই হত্যাকাণ্ডটো ।

শুই থকা অৱস্থাত কোঠাৰেৰে ঘপিয়াই হত্যা কৰে এমদাদুল ইছলামে।

তীব্ৰবেগী ব'লেৰ বাহনৰ খুন্দাত নিহত স্কুটী আৰোহী প্রিঞ্চিপাল্কী বৰা নামৰ যুৱতী গৰাকী।...
18/12/2025

তীব্ৰবেগী ব'লেৰ বাহনৰ খুন্দাত নিহত স্কুটী আৰোহী প্রিঞ্চিপাল্কী বৰা নামৰ যুৱতী গৰাকী।...

14/12/2025

ধিঙৰ বিধায়ক আমিনুল ইছলামৰ পুনৰ বিস্ফোৰক মন্তব্য ।

পাকিস্তানৰ লগত চোৰাং চোৱাৰ অপৰাধত যিমান লোক গ্ৰেপ্তাৰ হৈছে ৯৯ শতাংশ লোকে হিন্দু সম্প্রদায়ৰ লোক ।

Address

Darrang
782125

Website

Alerts

Be the first to know and let us send you an email when Time NE Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Time NE Live:

Share