Dalgaon Official

Dalgaon Official Dalgaon Official Dalgaon Official Page To Share Now #
(1)

21/04/2024
21/04/2024
দলগাঁৱত দিন হাজিৰা কৰি  পৰিয়ালক পোহপাল দিয়া পুত্ৰই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬ টা বিষয়ত লেটাৰ সহ লাভ কৰিলে ডিষ্টিংচন ৷...
21/04/2024

দলগাঁৱত দিন হাজিৰা কৰি পৰিয়ালক পোহপাল দিয়া পুত্ৰই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬ টা বিষয়ত লেটাৰ সহ লাভ কৰিলে ডিষ্টিংচন ৷দলগাঁৱৰ কছাৰীপাৰা গাঁৱৰ এগৰাকী মেধাবী ছাত্ৰই ধ্ৰুৱজ্যোতি শইকীয়াই লেটাৰ সহ লাভ কৰিলে ডিষ্টিংচন । শুভেচ্ছা জনালোঁ💐💐💐

নতুন ৰূপত নিজদলগাঁৱৰ সূৰ্যজ্যোতি বিহুৱা দল।যোগাযোগ নম্বৰ : 📞৮৮৭৬৯৮৬৮৭৫/৬০০১৭২৭৯৬২
15/04/2024

নতুন ৰূপত নিজদলগাঁৱৰ সূৰ্যজ্যোতি বিহুৱা দল।
যোগাযোগ নম্বৰ : 📞৮৮৭৬৯৮৬৮৭৫/৬০০১৭২৭৯৬২

14/04/2024

দলগাঁৱত জেং বিহুৰ দল!

দলগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী।
13/04/2024

দলগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী।

ৰঙালী বিহুৰ শুভেচ্ছা...
12/04/2024

ৰঙালী বিহুৰ শুভেচ্ছা...

দলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত গৰু বিহুৰ উদযাপন।স্থান : বগৰী দলং
12/04/2024

দলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত গৰু বিহুৰ উদযাপন।
স্থান : বগৰী দলং

12/04/2024

এয়া বিহুৰ বতৰ

দলগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী।তাৰিখ : ২, ৩ আৰু ৪ বহাগ স্থান : দলগাঁও টাউন খেলপথাৰ(দলগাঁও, দৰং, অসম)
10/04/2024

দলগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী।
তাৰিখ : ২, ৩ আৰু ৪ বহাগ
স্থান : দলগাঁও টাউন খেলপথাৰ(দলগাঁও, দৰং, অসম)

দলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ১০ দিনীয়া কাৰ্যসূচীৰে বিহু কৰ্মশালা।
23/03/2024

দলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ১০ দিনীয়া কাৰ্যসূচীৰে বিহু কৰ্মশালা।

সকলোৰে সহায় সহযোগিতা আন্তৰিক শ্ৰদ্ধাৰ সৈতে কামনা কৰিলোঁ।
21/03/2024

সকলোৰে সহায় সহযোগিতা আন্তৰিক শ্ৰদ্ধাৰ সৈতে কামনা কৰিলোঁ।

08/03/2024

আজি মহা শিৱৰাত্ৰি
দলগাঁও বুঢ়াগোহাঁই থানত উদুলি-মুদুলি পৰিৱেশ সন্ধিয়া ভক্ত সকলৰ ভীৰ! LIVE

22/02/2024

এম আৰ এফ পেছ ফাউন্ডেশন চেন্নাইলৈ আমন্ত্ৰণ অসমৰ দেবাংশু ঘোষ

21/02/2024
12/02/2024
12/02/2024

পলাস-শিমলু-মদাৰৰে ৰঙীন হৈ পৰিছে দলগাঁৱত,ফাগুনৰ ৰংবোৰত ৰঙীন হৈ পৰে প্ৰতিজন লোক। আকৌ আহিলে ফাগুন।

২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন ক...
11/02/2024

২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

দলগাঁৱৰ আঙ্গিকৰ উদ্যোগত ক্ৰিকেট খেল প্ৰতিযোগিতা। দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয় বনাম দলগাঁও আদৰ্শ জাতীয় বিদ্যালয়।    ...
03/02/2024

দলগাঁৱৰ আঙ্গিকৰ উদ্যোগত ক্ৰিকেট খেল প্ৰতিযোগিতা। দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয় বনাম দলগাঁও আদৰ্শ জাতীয় বিদ্যালয়।

31/01/2024
৭৫ সংখ্যক গণৰাজ্য দিৱস‌ উপলক্ষে  দলগাঁও টাউন খেলপথাৰত দলগাঁও ৰাজহ চক্ৰ বিষয়াৰ লগতে কৰ্মচাৰীসকল  আৰু দলগাঁও গাঁও পঞ্চায়...
26/01/2024

৭৫ সংখ্যক গণৰাজ্য দিৱস‌ উপলক্ষে দলগাঁও টাউন খেলপথাৰত দলগাঁও ৰাজহ চক্ৰ বিষয়াৰ লগতে কৰ্মচাৰীসকল আৰু দলগাঁও গাঁও পঞ্চায়তৰ‌ দলৰ মাজত এখন ক্ৰিকেট খেল অনুষ্ঠিত হয় । খেল খনত দলগাঁও গাঁও পঞ্চায়তে বিজয়ী সাব্যস্ত হয়। দুয়ো দ'লৰ খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ উদ্যোগত ৰূপজ্যোতি প্ৰসাদ দত্ত সোঁৱৰণীজিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা।স্থান:দলগাঁও প্...
21/01/2024

দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ উদ্যোগত ৰূপজ্যোতি প্ৰসাদ দত্ত সোঁৱৰণী
জিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা।
স্থান:দলগাঁও প্ৰগতি সংঘ
তাৰিখ : ২৩ জানুৱাৰী, ২০২৪

দলগাঁৱত প্ৰথমবাৰৰ বাবে পালেআমাৰ সকলোৰে গৌৰৱশিল্পী শিখা নাথ APSCRank-155
17/01/2024

দলগাঁৱত প্ৰথমবাৰৰ বাবে পালে
আমাৰ সকলোৰে গৌৰৱ

শিল্পী শিখা নাথ
APSC
Rank-155

Address

Dalgaon
784116

Alerts

Be the first to know and let us send you an email when Dalgaon Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

Category

Our Story

#Dalgaon_Official_Page#

#Like_To_Share_Now #

by_riki das


Other Publishers in Dalgaon

Show All

You may also like