C 24X Live - চাংমাজি লাইভ

C 24X Live - চাংমাজি লাইভ Bracking Fly To international Seas Daily And Non Stop with Changmaji 24x Live
(1)

14/10/2023

PM Modi को दी धमकी, कौन है Lawrence Bishnoi | PM Modi |
Lawrence Bishnoi News !

12/10/2023

স্বৰূপ ওলাল দুৰ্নীতি বিৰোধী শ্ল’গান দিয়া মোদী চৰকাৰৰ। ১ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ব্যয় ২৫০ কৌটি। মোদী চৰকাৰৰ দুৰ্নীতি ফাদিল কৰা কেগৰ বিষয়াক বদলি। মোদী চৰকাৰ নে মাফিয়াৰ চৰকাৰ, প্ৰশ্ন বিৰোধীৰ।

09/10/2023

এই মানুহজনে, এই বিষাক্ত সাপটোক এনেদৰে চুমা খাইছে, দেখি লাগিছে যেন ই সাপটো তেওঁৰ প্ৰেমিক ! কিদৰে চুমা খালে।

04/10/2023

গুটখায় বিক্ৰী কৰা চুপাৰষ্টাৰ সকলক, কুমাৰ ছানেৱে কলে, বিজ্ঞাপন অনুষ্ঠিত কৰা গায়কসকল, অল্প টকাৰ কাৰণে পাহৰি গ'লে দেশৰ কথা, কুমাৰ ছানেৱে অভিনেতা /অভিনেত্ৰী সকলক কলে সামাজিক দায়িত্বৰ কথা !

03/10/2023

জুবিন গাৰ্গ 420 মানুহ - জুবিন গাৰ্গ দালাল মানুহ !
জুবিন গাৰ্গ মানুহৰ শাৰীত নপৰে ৷ জুবিন গাৰ্গ দালাল শিল্পী৷ জুবিন গাৰ্গে মদৰ নিচাত কথা ক’য় !

27/09/2023

दिखावा के चक्कर में, प्रधानमंत्री नरेंद्र मोदी को हुआ इंटरनेशनल बेइज्जती,

हाथ में फाइल, आंखों में चश्मा, ऐसा लगा कि नरेंद्र मोदी देश के विश्व गुरु बनने जा रहे हैं !

27/09/2023

Bollywood News updated

25/09/2023

চাংমাজিৰ হাৰিছ আলী, নিজৰ মনৰ দুখ প্ৰকাশ গান বাজনাত উল্লেখ কৰে, ৰাইজলৈ এটা সহায় বিচাৰিলে হাৰিছ আলী ।

23/09/2023

লটাৰী টিকট ক্ৰয় কৰাৰ আগতে সাবধান, ডবকাৰ লটাৰীয়ে পালেগৈ উচ্চ ন্যায়ালয় !

22/09/2023

ৰাহুল গান্ধীৰ বিৰুদ্ধে মন্তব্য কৰি বিপদত হিমন্ত বিশ্ব শৰ্মা

18/09/2023

তৰুণ গগৈ বিহীন এটা বছৰ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অবিহনে আজিও উকা অসমৰ ৰাজনীতিজগত…

31/08/2023

দবকা চাংমাজিৰ A Hussain পৰিছে ৰ জালত, ২৪ ঘন্টাৰ ভিতৰতে দিব লাগিব টকা, টকা ঘূৰাই নিদিলে সকলো হেক কৰি পেলাম, A Hussain এ, কয় ২৪ ঘন্টা নহয়, ২৮ ঘন্টা দিছোঁ কৰ !

17/07/2023
22/05/2023
21/05/2023

এজন হাফিজৰ সু মধুৰ কন্ঠৰ পবিত্ৰ কোৰান তিলাৱাত !

চাংমাজিৰ আফজল হাফিজে কি মধুৰ সুৰেৰে তিলাৱাত কৰিলে পবিত্ৰ কোৰান

18/05/2023

এক কথাত ক'বলৈ গ'লে অসমত কৰ্কট ৰোগী
হটস্পটত পৰি আছে

09/05/2023

চাংমাজি Live আজি বাতৰিত নহয়, Entertainmentত, চাংমাজি live ৰ সৈতে, আজিৰ এই Entertainment টো চাওক,

ফেচবুক ব্যৱহাৰকাৰী সকলে অভিযোগ দিলে, বিতৰ্কীত মোনালিৰ, ফেচবুক 🆔
03/05/2023

ফেচবুক ব্যৱহাৰকাৰী সকলে অভিযোগ দিলে, বিতৰ্কীত মোনালিৰ, ফেচবুক 🆔

02/05/2023

পুনৰ আজান বিতৰ্ক! আজান তথা নাম কীর্তনৰ শব্দ কাৰ সহ্য নহয় ?

27/04/2023

এজনী হিন্দু যুৱতীয়ে নিজৰ পৰিচয় বনোৱাৰ কাৰণে, ইচলাম ধৰ্মীয় লোকসকলৰ আজানৰ উপৰত আঙুলি উটালে, হয়তো মোনালিয়ে নাজানিলে চাগে যে এনেকুৱা মানুহ viral হব নোৱাৰে,

19/04/2023

দুই লাখ টকা আহি সোমাব আপোনাৰ বেংক একাউণ্টত , হিমন্ত চৰকাৰে সকলোকে দিব দুই লাখ টকা

কৰ্ণাটকত ৰাজহুৱা সভাত ভাষণ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।  এই সময়ত তেওঁ কয়, ‘কৰ্ণাটকত বিজেপি চৰকাৰে কি কাম কৰিলে?  ৪০% ...
16/04/2023

কৰ্ণাটকত ৰাজহুৱা সভাত ভাষণ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। এই সময়ত তেওঁ কয়, ‘কৰ্ণাটকত বিজেপি চৰকাৰে কি কাম কৰিলে? ৪০% কমিচন খালে। কামটো সম্পূৰ্ণ কৰিবলৈ বিজেপি চৰকাৰে কৰ্ণাটকৰ জনসাধাৰণৰ পৰা ধন চুৰি কৰিছিল। যিয়েই নকৰক সি ৪০% কমিচন লৈছিল। মই এই কথা কোৱা নাই, ঠিকাদাৰ ইউনিয়নে এই কথা কৈ প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিছে।

16/04/2023

অল্প পাছতে কেজৰৱাল উলাই জাব লাগিব CBIৰ উচৰলৈ ৰাহুল গান্ধীৰ দৰে এইবাৰ কেজৰিৱাল হব নেকি গ্ৰপ্তাৰ ! Delhi chief minister kejriwal. CBI summons arvind kejriwal

14/04/2023

নগাঁও জিলাৰ বিভিন্ন চৰ-চাপৰ অথবা উপকূলতী অঞ্চলত এতিয়া অব্যাহত আছে মাতববীৰাজ

#চাংমাজিLive

13/04/2023

টকা নিদিয়াৰ কাৰণে, ঘৰ নিদিয়ে, অসমত দূৰ্নীতি দূৰ কৰাৰ চেষ্টা
ডঃ হিমন্ত বিশ্বসৰ্মাক, অবগতা কৰাৰ বাবে আমাৰ আজি এই প্ৰতিবেদন

11/04/2023

আমচোৰ সফলতাৰে এটা পৰিয়াল, ৰ, পৰা নগাঁওৰ পৰা

11/04/2023

Ik Vlog, লগতে Jamuna Ne, নামৰ ৰ, creatorৰে মজিদৰ এটা বিদিয় Viral কৰাত পইচা খোৱাৰ দাবী, সামাজিক মাধ্যমত Viral হল

31/03/2023

আৰক্ষীৰ লগত খেল খেলিছে

Address

North East
Dabaka
782440

Alerts

Be the first to know and let us send you an email when C 24X Live - চাংমাজি লাইভ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to C 24X Live - চাংমাজি লাইভ:

Videos

Share

Category


Other Video Creators in Dabaka

Show All