MB Live

MB Live MB Live is a daily news portal. find us on FB & YouTube

Assam cabinet decision about Anandaram baruah award
04/11/2023

Assam cabinet decision about Anandaram baruah award

কাৰাগাৰৰ পৰা ব্ৰিটিছক মাফিনামা দি মুক্তি পোৱা হিন্দুত্ববাদী নেতা ছাবাৰকাৰৰ জন্মদিনৰ সৈতে সম্পৰ্ক ৰাখি স্বাধীন ভাৰতবৰ্ষৰ ...
25/05/2023

কাৰাগাৰৰ পৰা ব্ৰিটিছক মাফিনামা দি মুক্তি পোৱা হিন্দুত্ববাদী নেতা ছাবাৰকাৰৰ জন্মদিনৰ সৈতে সম্পৰ্ক ৰাখি স্বাধীন ভাৰতবৰ্ষৰ নতুন সংসদ ভৱনৰ উদ্বোধন!

এয়াই চাগে হিপক্ৰেচি!

আজি হোজাইত উপস্থিত ধিং সমষ্টিৰ সন্মানীয় বিধায়ক আলহাজ আমিনুল ইছলাম ডাঙৰীয়া আৰু চেংগা সমষ্টিৰ বিধায়ক সকলোৰে প্ৰিয় তথা...
23/05/2023

আজি হোজাইত উপস্থিত ধিং সমষ্টিৰ সন্মানীয় বিধায়ক আলহাজ আমিনুল ইছলাম ডাঙৰীয়া আৰু চেংগা সমষ্টিৰ বিধায়ক সকলোৰে প্ৰিয় তথা যুৱ প্ৰজন্মৰ নয়নৰ মনি আশ্ৰাফুল হুছেইন ছাৰৰ উপস্থিতিত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বহু গুৰুত্বপূৰ্ণ বিষয় আলোচনা হৈ যায়!
হোজাই স্থিত AIUDF দলৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত এই সভাত উপস্থিত থাকে জিলা সভাপতি হেলাল উদ্দিন বিধায়ক চিৰাজ উদ্দিন আজমল চাহাবৰ ৰাজনৈতিক সচিব আকবৰ আলী ডাঙৰীয়া সম্পাদক আব্দুল হাই মিৰ তথা সমষ্টি কমিটীৰ সভাপতি ও অন্যান্য বহু দলীয় কৰ্মী উপস্থিত থাকে!!

28/01/2023
05/12/2022

ৰ পঞ্চম বৰ্ষপুতি অনুষ্ঠানত ডবকা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু সন্দিকৈ দেৱৰ সংগীত পৰিবেশন।

24/11/2022

কৰৈগুৰি নতুন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্ৰদ্ধাৰ দেৱলক্ষী বড়া বাইদেউৰ কণ্ঠত এক সুন্দৰ গীত। বাইদেউৰ কণ্ঠই সকলোকে মোহিত কৰিলে।

কোনে লিখিছে নাজানো, কিন্তু  #অসাধাৰণ👌 ১. মায়ে ৯ মাহ বহন কৰে, দেউতাই বছৰ বছৰ বহন কৰে, দুয়ো সমান,তথাপিও  নাজানো কিয়  # ...
22/11/2022

কোনে লিখিছে নাজানো, কিন্তু #অসাধাৰণ👌

১. মায়ে ৯ মাহ বহন কৰে, দেউতাই বছৰ বছৰ বহন কৰে, দুয়ো সমান,তথাপিও নাজানো কিয় # দেউতা পিছ পৰি ৰয়।
২. মায়ে দৰমহা নোহোৱাকৈ পৰিয়ালটো চলায়, দেউতাই ঘৰৰ বাবে সকলো দৰমহা খৰচ কৰে, দুয়োৰে সমান প্ৰচেষ্টা, তথাপিও নাজানো দেউতা কিয় পিছ পৰি ৰয়।
৩. মায়ে যি মন যায় ৰান্ধে, দেউতাই যি বিচাৰে কিনি আনে, তেওঁলোকৰ মৰম সমান, কিন্তু মাৰ মৰমক শ্ৰেষ্ঠ বুলি দেখুওৱা হয়। ,তথাপিও নাজানো কিয় # দেউতা পিছ পৰি ৰয়।
৪. ফোনত কথা পাতিলে প্ৰথমে মাৰ লগত কথা পাতিব মন যায়, বিপদত পৰিলে 'মা' বুলি কান্দো। প্ৰয়োজনৰ সময়তহে দেউতালৈ মনত পৰে, কিন্তু দেউতাই কেতিয়াও বেয়া নাপায় যে আমি আন সময়ত তেওঁক মনত নেপেলাওঁ? সন্তানৰ পৰা মৰম পোৱাৰ ক্ষেত্ৰত পিতৃসকল কিয় পিছ পৰি আছে, প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নাজানো।
৫. আলমাৰীটো ৰঙীন শাৰী আৰু ল’ৰা-ছোৱালীৰ বহুত কাপোৰেৰে ভৰি পৰিব কিন্তু দেউতাকৰ কাপোৰ খুব কম, নিজৰ প্ৰয়োজনৰ প্ৰতি তেওঁ গুৰুত্ব নিদিয়ে, ,তথাপিও নাজানো কিয় # দেউতা পিছ পৰি ৰয়।
৬. মাৰ বহুত সোণৰ অলংকাৰ আছে, কিন্তু দেউতাৰ মাত্ৰ এটা আঙঠি আছে যিটো তেওঁৰ বিয়াৰ সময়ত তেওঁক দিয়া হৈছিল। তথাপিও মায়ে কম গহনা বুলি অভিযোগ কৰে আৰু দেউতাই নকৰে। এতিয়াও নাজানো দেউতা কিয় পিছ পৰি ৰয়।
৭. দেউতাই গোটেই জীৱন কষ্ট কৰি পৰিয়ালটো চোৱাচিতা কৰে, কিন্তু স্বীকৃতিৰ কথা আহিলে নাজানো কিয় তেওঁ সদায় পিছ পৰি থাকে।
৮. মায়ে কয় এই মাহত কলেজৰ ফীজ দিব লাগিব, তথাপিও প্লিজ মোক উৎসৱৰ বাবে শাৰী এখন কিনি দিব, কিন্তু দেউতাই নতুন কাপোৰৰ কথাও নাভাবিলে। দুয়োৰে মৰম সমান, ,তথাপিও নাজানো কিয় # দেউতা পিছ পৰি ৰয়।
৯. মাক-দেউতাক বুঢ়া হ’লে ল’ৰা-ছোৱালীবোৰে কয়, ঘৰৰ কাম চোৱাচিতা কৰাত আৰু পৰিয়াল পৰিচালিত কৰাত মা সকলোতকৈ উপযোগী।
দেউতা পিছ পৰি ৰৈছে কাৰণ তেওঁ পৰিয়ালটোৰ #মেৰুদণ্ড। আৰু আমাৰ মেৰুদণ্ড আমাৰ শৰীৰৰ পিছফালে থাকে। তেওঁৰ বাবেই আমি নিজৰ ওপৰত থিয় দিব পাৰো। হয়তো, এই কাৰণেই তেওঁ গোটেই পৰিয়ালটো ধৰি ৰাখিছে...!!!!
*কোনে লিখিছে নাজানো। সকলো পিতৃলৈ উৎসৰ্গিত * পৃথিৱীৰ সকলো পিতৃলৈ প্ৰণাম!!!

(সংগৃহীত)

Scholars Academic and Scientific Society পৰিয়ালে কবি ৰফিক উদ্দিন দেৱলৈ আগবঢ়ায় SAS Poet of the year 2022 Award.
13/11/2022

Scholars Academic and Scientific Society পৰিয়ালে কবি ৰফিক উদ্দিন দেৱলৈ আগবঢ়ায় SAS Poet of the year 2022 Award.

পদ খালীহোজাইৰ হাজী আব্দুল মজিদ মেমোৰিয়েল হস্পিটেল এণ্ড ৰিচাৰ্ছ চেন্টাৰ (হাম) হস্পিটেলত ফাৰ্মাচীৰ বাবে যুৱক-যুৱতীৰ প্ৰয়োজ...
12/11/2022

পদ খালী
হোজাইৰ হাজী আব্দুল মজিদ মেমোৰিয়েল হস্পিটেল এণ্ড ৰিচাৰ্ছ চেন্টাৰ (হাম) হস্পিটেলত ফাৰ্মাচীৰ বাবে যুৱক-যুৱতীৰ প্ৰয়োজন৷

অৰ্হতা:
(১)D.PHARM বা ফাৰ্মাচীত কাম কৰা অভিজ্ঞতা থকা প্ৰয়োজন৷

(২)কম্পিউটাৰৰ জ্ঞান থকা প্ৰয়োজন৷

(৩)প্ৰাৰ্থীজন সৎ আৰু নম্ৰ হব লাগিব৷

(৪)প্ৰাৰ্থীজন অসমীয়া, বাংলা আৰু হিন্দী ভাষা কব পৰাটো বাধ্যতামূলক৷

আবেদনৰ অন্তিম তাৰিখ ১৫ নৱেম্বৰ ২০২২

যোগাযোগ:
এইচ আৰ বিভাগ
ফোন: 9101029383 (10 AM TO 5 PM ONLY)
বায়োডাটা প্ৰেৰণ কৰক
Email: [email protected]

সমাজকৰ্মী সাহাব উদ্দিন মজুমদাৰক কংগ্ৰেছৰ হোজাই জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি নিযুক্তি৷ আজি আনুষ্ঠানিকভাৱে নিযুক্তি দিয়ে অ...
09/11/2022

সমাজকৰ্মী সাহাব উদ্দিন মজুমদাৰক কংগ্ৰেছৰ হোজাই জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি নিযুক্তি৷ আজি আনুষ্ঠানিকভাৱে নিযুক্তি দিয়ে অসম প্ৰদেশ কংগ্ৰেছ সংখ্যালঘু মৰ্চাৰ চেয়াৰমেন সলমান খানে৷

09/11/2022

আজমল আই.এ.এচ একাডেমীত উপস্থিত আজমল ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া ।

 .
06/11/2022

.

The Australian people have been lied to _ Covid vaccines are not SAFE -..... Dr. Phillip Altman.
06/11/2022

The Australian people have been lied to _ Covid vaccines are not SAFE -..... Dr. Phillip Altman.

On the occasion of National Unity Day, a Marchpast program organised by Hojai Police at Hojai town in collaboration with...
01/11/2022

On the occasion of National Unity Day, a Marchpast program organised by Hojai Police at Hojai town in collaboration with 2nd APTF Battalion, Lumding, Hojai.




Himanta Biswa Sarma

Address

Dabaka
782440

Telephone

+917086454049

Website

Alerts

Be the first to know and let us send you an email when MB Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share