শব্দৰ অনুভৱ Shabdar Anubhab

শব্দৰ অনুভৱ Shabdar Anubhab আপোনালোকৰ অনুভৱ শব্দৰ ৰূপত এই পৃষ্ঠাত
(1)

🟪  আমাৰ পেজৰ লেখাসমূহ ভাল লাগিলে শ্বেয়াৰ কৰিব।🔴 আমাৰ পৰৱৰ্ত্তী পোষ্টসমূহ নিয়মীয়াকৈ পাবলৈ পেজখন ফ'লো কৰিব।
23/12/2023

🟪 আমাৰ পেজৰ লেখাসমূহ ভাল লাগিলে শ্বেয়াৰ কৰিব।

🔴 আমাৰ পৰৱৰ্ত্তী পোষ্টসমূহ নিয়মীয়াকৈ পাবলৈ পেজখন ফ'লো কৰিব।

22/12/2023
29/11/2023

অসম ৰত্ন জ্ঞানপীঠ বঁটা বিজয়ী মামনি ৰয়ছম গোস্বামীৰ মৃত্যু বাৰ্ষিকত
শ্ৰদ্ধাঞ্জলি যাচিলোঁ

28/11/2023

তোমাক পোৱাৰ দিনাৰ পৰাই
তোমাক হেৰুওৱাৰ ভয়ে বাহ
বান্ধিছিল
বুকুত
পুৱাৰ বাতৰি কাকতৰ সকলো খবৰ
যেন তুমিয়ে আছিলা
পুৱাৰ চাহকাপৰ ধোঁৱাত তুমি
উৰি আছিলা শূন্য নিজানত
তেতিয়াও এনে লাগি আছিল যেন
তোমাক মই হেৰুৱাম
ৰাতিৰ সপোনতো তোমাৰ অবাধ
বিচৰণে
ধূলিয়ৰি কৰি তুলিছিল হৃদয়
নক্ষত্ৰবোৰৰ পৰা তুমি যেন খহি পৰা
এচমকা পোহৰ আছিলা
তেতিয়াও এনে লাগি আছিল
যেন তোমাক মই হেৰুৱাম
তোমাক নেহেৰুৱাবলৈ মই
যে কি কি
কৰা নাছিলো
ৰ’দত চৰাই হৈ ছাঁ দিছিলো
বৰষুণত মেলি দিছিলো ভালপোৱাৰ
ছাতি
আন্ধাৰত বিয়পাই দিছিলো মোৰ চকুৰ
চাকিৰ পোহৰ
এনে লাগিছিল মই যেন তোমাৰ
মাজত
জী আছো
তুমি যেন মোৰ মাজত জী আছা
প্ৰেম নামৰ এটা ঠিকনাত দুয়ো
বাস কৰি আছিলো
আৰু যিদিনা সংগোপনে তোমাক
হেৰুৱালো
সঁচাকৈয়ে
মোৰ চিতাৰ জুইৰে পোহৰ হ’ল
পৃথিৱী!

#সংগ্ৰহ

20/11/2023

কোনোবাই যদি দূৰত্ব বঢ়াব বিচাৰিছে
তেতিয়া সেইজনক আমনি নকৰাই ভাল

🟡 আমাৰ পেজৰ লেখাসমূহ ভাল লাগিলে শ্বেয়াৰ কৰিব।🔴 আমাৰ পৰৱৰ্ত্তী পোষ্টসমূহ নিয়মীয়াকৈ পাবলৈ পেজখন ফ'লো কৰিব।
17/11/2023

🟡 আমাৰ পেজৰ লেখাসমূহ ভাল লাগিলে শ্বেয়াৰ কৰিব।

🔴 আমাৰ পৰৱৰ্ত্তী পোষ্টসমূহ নিয়মীয়াকৈ পাবলৈ পেজখন ফ'লো কৰিব।

পোহৰৰ উৎসৱ দিপাৱলী আৰু কালীপুজাৰ শুভেচ্ছাৰে🟡 আমাৰ পেজৰ লেখাসমূহ ভাল লাগিলে শ্বেয়াৰ কৰিব।🔴 আমাৰ পৰৱৰ্ত্তী পোষ্টসমূহ নিয়মী...
12/11/2023

পোহৰৰ উৎসৱ দিপাৱলী আৰু কালীপুজাৰ শুভেচ্ছাৰে

🟡 আমাৰ পেজৰ লেখাসমূহ ভাল লাগিলে শ্বেয়াৰ কৰিব।

🔴 আমাৰ পৰৱৰ্ত্তী পোষ্টসমূহ নিয়মীয়াকৈ পাবলৈ পেজখন ফ'লো কৰিব।

Address

Bongaigaon
Bongaigaon
783380

Alerts

Be the first to know and let us send you an email when শব্দৰ অনুভৱ Shabdar Anubhab posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Digital creator in Bongaigaon

Show All