Thar News

Thar News Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Thar News, Media/News Company, Kajal gaon, Bongaigaon.

15/05/2024

सासे Educated सिख्लानि ना फाननायनि नुथायआ Social Media आव गोसारदों।

13/05/2024

Romantic Case.
VCDC Chairman आ सासे आयजोजों Romantic खालामफुनायाव हमजादों।
सिरां जिल्ला नि Basugaon नि सिङाव तिलकगाव VCDC Office आव सनजिब देवनाथ (VCDC Chairman ) आ मोनानि समाव सासे आयजोजों रमान्टिक गेलेबाय थानाय समाव हमजादों।
सांग्रां नोगोरारिफोरा हौवा- हिनजाव सानैखौबो VCDC Office आव हमहैनाय जाथाया सोरांआव फैदों।

07/05/2024

नोंसोर UPPL ना ABSU : सोंथि खालामदों सांग्रां रायजो राजाफोरा
बे दावरावआ मसलपुरआव जादों होननानै मोनथिनाय जादों ।।

06/05/2024

Florence Basumatary, UPPL leader caught on the spot at Garubhasa by the public while distributing money.

# chirang

Miniswrang Brahma Central Youth UPPL दोलोनि Org.Secretary प्रमद बर'नि आगसि आखाय ।Hagrama Mohilary
06/05/2024

Miniswrang Brahma Central Youth UPPL दोलोनि Org.Secretary प्रमद बर'नि आगसि आखाय ।

Hagrama Mohilary

06/05/2024

কি।কয় এবিএমছুৰ সভাপতি টাইচন হুচেইনে ?

05/05/2024

চিৰাঙৰ কাশিকত্ৰাত বিপিএফৰ কোঁচ ৰাজবংশী চেলৰ সংবাদ মেল। কোচৰাজবংশী সকলৰ সমস্যা সমাধানৰ বাবে কোকৰাঝাৰ লোকসভা সমষ্টীৰ কোচ ৰাজবংশী সকলক বিপিএফক ভোটদানৰ আহ্বান।

Hagrama Mohilary Everyone Pramod Boro Joyanta Basumatary USA TODAY ABMSU Jayanta Mallabaruah

28/04/2024

ভাইৰেল নেতাৰ টকাৰ সৈতে ফটো সন্দৰ্ভত বিপিএফ দলৰ উপ সভাপতি শুদ্ধ বশুমতাৰীৰ মন্তব্য ।

28/04/2024

নিৰ্ব্বাচন আহিলে মদৰ দাম কিয় বাঢ়ে মন্ত্ৰী ৰঞ্জিত দাসক প্ৰশ্ন ব্যৱসায়ীৰ ।

28/04/2024

মুখ্যমন্ত্ৰী জনৰ কি হল ? যেন মেডিয়াৰহে দোষ হল বুলিহে কব বিচাৰিছে । দুৰ্ণীতিৰ টকা এইদৰে লৈ ফটো উঠিছে। এয়া ৰাইজৰ টকা । গতিকে তদন্ত কৰক । দিল্লীৰ মুখ্যমন্ত্ৰীক নেৰিলে আপোনালোকে এতিয়া এনডিএৰ মিত্ৰজোটৰ নেতা বাবে জনজাতী বুলি কৈ সাৰি যাব বিচাৰি আছে । জনজাতী সকলৰ কালচাৰ নহয় এইটো । দুৰ্ণীতি কৰিছে টকা বিলাইছে । সেই সমুহ লৈ ফটো উঠিছে তদন্ত কৰি শাস্থি দিয়াৰ ব্যৱস্থা কৰক । এতিয়াও সময় আছে।

28/04/2024

লাজ নালাগে বেলেগক দোষ দিবলৈ ? নিজৰ দলৰ নেতাৰ টকালৈ ভাইৰেল হোৱা এয়াই প্ৰথম নহয় সেয়া সকলোৱে জানে। আগতো ভৈৰাগুৰি ভিচোডিচিৰ সভাপতি বেঞ্জামিন নাৰ্জাৰী ভাইৰেল হৈছিল তেতিয়া কাক দোষ দিছিল। এতিয়া কৈ আছে বিপিএফৰ প্ৰপাগন্ধা বুলি নিলাজ নেকি এওলোক ?

Anthoni Narzary, the central members of the Bodoland Students Union (BSU) who joined the UPPL, a party led by Promod Bor...
28/04/2024

Anthoni Narzary, the central members of the Bodoland Students Union (BSU) who joined the UPPL, a party led by Promod Boro and reputed to be free of corruption. This photo has gone viral on social media.

प्रमद बर' दैदेननाय UPPL सरखार कौटि कौटि रां बिसायख'थी नि सिगां रां बिलायनाय ।

1. Nipu ranjan basumatary
2. Dularai basumatary
3. Jhonty basumatary
4. Ni**od Brahma
5. Kwrwmdao Brahma
6. Anthony narzary

প্ৰমোদ বড়োৰ UPPL কোম্পানীত এতিয়া টকাৰ ৰমৰমীয়া বেপাৰ চলিছে। চেয়াৰমেন বেঞ্জামিনৰ টকাৰ গাদীত শুৱাৰ ছবিৰ পিছত পুণৰাই UPPL দলৰ এন্থনী নাৰ্জাৰী আৰু জনটি বড়ো হঁতে টকাৰ গাদীত শুৱাৰ ছবি ভাইৰেল হৈছে। এয়াই প্ৰমোদ বড়োৰ শাসনাধীন বিটিচিৰ বাস্তৱ ছবি, বাকী সব ফটাঢোল।

ৰাইজ সাৱধান হওক। এই বাৰ নিৰ্ব্বাচনত ভাৱি চিন্তি ভোটদান কৰক। বিশেষকৈ বৰ্তমানৰ বিটিচিৰ শাসকীয় চৰকাৰ ত্ৰিপুল ইঞ্জিনৰ চৰকাৰ ...
27/04/2024

ৰাইজ সাৱধান হওক। এই বাৰ নিৰ্ব্বাচনত ভাৱি চিন্তি ভোটদান কৰক।

বিশেষকৈ বৰ্তমানৰ বিটিচিৰ শাসকীয় চৰকাৰ ত্ৰিপুল ইঞ্জিনৰ চৰকাৰ বুলি কয় । তেওঁলোকে চৰকাৰত থাকি কি কি উন্নয়ণ কৰিলে সেয়া সকলোৱে জানে। অৰুনোদয়ৰ বাবে টকা দিব লাগে,ঘৰৰ বাবদ টকা দিব লাগে , সকলো কামৰ বাবেই কমিচন দিব লাগে। সভাই সমিতিয়ে বুকু ফুলাই কয় শান্তি আনিলো অমুক তমুক তমুক কৰিলো । যদিহে ইমানেই কৰিলে তেন্তে এতিয়া নিৰ্ব্বাচনূ আচৰণ বিধি বলবৎ থকা সময়ত চুৰ কৰি ঘৰে ঘৰে বিজেপি/ইউপিপিএলৰ ফটো সম্বলিত অৰুদয়ৰ ফৰ্ম কিয় বিলাব লগীয়া হৈছে ? ভোটাৰক ঠগিবলৈ এই প্ৰলোভনৰ ৰাজনীতি কৰি আছে বিজেপি ইউপিপিএল দলে । গতিকে আপোনালোকে সাৱধান হওক। সকলো সামগ্ৰীৰ মুল্য বৃদ্ধি,যতে ততে টেক্স দিব লাগে এইবোৰ কথা মনত পেলাওক । ভাৱি চিন্তি ভোটদান কৰক । চৰকাৰে ইমানেই যদি ভাল কাম কৰিছে তেন্তে এতিয়া কিয় পাগলৰ নিচিনা কেম্পেইন কৰিছে তেওঁলোকে । ভাল কাম কৰিলে নিশ্চিন্ত মনে থাকিব লাগিছিল নিৰ্ব্বাচনৰ সময়ত নহয়নে ? আমি সকলোৱে কাক ভোট দিম নিশ্চয় যি জনে ভাল কাম কৰিব তেওঁকে দিম ।। গতিকে এতিয়াও সময় আছে ভাৱি চিন্তি ভোট দিয়ক।।

26/04/2024

চিৰাঙৰ বাসুগাঁৱত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি অৰুণোদই আচঁনিৰ প্ৰপত্ৰ বিতৰণ বিজেপি - ইউপিপিএল ৰ অভিযোগ বিপিএফ দলৰ। বাসুগাঁৱত অৰুণোদই আচঁনিৰ প্ৰপত্ৰ বিৰতণক লৈ উত্তপ্ত পৰিস্থিতি । আৰক্ষীয়ে জব্দ কৰিলে অৰুণোদই আচঁনিৰ প্ৰপত্ৰ । ভোট লাভৰ উদ্দেশ্যে ভোটাৰক প্ৰলোভন দি ঠগোৱাৰ ফন্দি । গতিকে ভোটাৰ সকল সাৱধান হওক।যধি দিবলগাই আছিল ইমান দিনে কি কৰিলে ত্ৰিপুল ইঞ্জিনৰ চৰকাৰে ।

WE Support Hagrama Mahilary Hagrama Mohilary BPF LONG LIVE Gossaigaon District B.P.F Hagrama Mohilary for the Unity, Peace & Prosperity of Bodoland Region. I love BPF Bodoland People's Front - BPF Sahanur Rahman Central Youth BPF

26/04/2024

Violating Model code of conduct UPPL distributed Arunodoy forms among voters at Bartalowa villege of CHIRANG district.

Hagrama Mohilary WE Support Hagrama Mahilary BPF LONG LIVE Gossaigaon District B.P.F Hagrama Mohilary for the Unity, Peace & Prosperity of Bodoland Region. I love BPF Bodoland People's Front - BPF Sahanur Rahman Central Youth BPF

21/04/2024

গণতন্ত্ৰ আৰু ভাৰতীয় সংবিধান ৰক্ষাৰ বাবে ৰাইজে ভোট দিয়ক----টাইছন হুচেইন।

চিৰাঙৰ মোজাবাৰীত আঞ্চলিক এবিএমছুৰ অধিৱেশন।

18/04/2024

চিৰাঙৰ কদমতলি চিলাৰায় ভৱনত বিপিএফৰ জনসভা ও যোগদান অনুষ্টানত হাগ্ৰামা মহিলাৰী। অহা ৪ জুনৰ পিচত বিজেপি-ইউপিপিএলৰ ফাটাফাটী হোৱাৰ ভৱিষ্যতবানী হাগ্ৰামা মহিলাৰীৰ।

13/04/2024

চন্দন ব্ৰহ্মৰ ইউপিপিএলত যোগদানত ভাল পাইছে বিপিএফৰ কৰ্মকৰ্তাই।

Hagrama Mohilary WE Support Hagrama Mahilary

06/04/2024

বিপিএফ দল হাগ্ৰামা মহিলাৰীক লৈহে । কোনো নেতা আহিব যাব বিপিএফৰ কোনো ক্ষতি নহয়---কাষ্টম বসুমতাৰী। চিৰাং জিলা সদৰ কাজলগাঁওত বিপিএফৰ নিৰ্ব্বাচনী কাৰ্য্যালয় উদ্বোধন। বিপিএফৰ কেন্দ্ৰীয় সম্পাদক কাষ্টম বসুমতাৰী,মহিলা বিপিএফৰ সভানেত্ৰী সুপ্ৰিয়াৰানী ব্ৰহ্ম,পাৰিষদ পানীৰাম ব্ৰহ্ম, সহ বিপিএফ দলৰ বহু সংখ্যক লোক উপস্থিত থাকে। নিৰ্ব্বাচনী কাৰ্য্যালয় উদ্বোধন কৰি বিপিএফৰ সম্পাদক কাষ্টম বসুমতাৰীয়ে কয় যে বিপিএফৰ নেতৃত্বত প্ৰথম বাৰৰ বাবে বিটিচি বাসীয়ে দুজনকৈ সাংসদ পাব। বিপিএফ দল হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত চলে। ইয়াত বহু নেতা আহিছে গৈছে দলৰ কোনো ক্ষতি হোৱা নাই বুলি চন্দন ব্ৰহ্মৰ বিষয়ে প্ৰশ্ন কৰাত এই দৰে কয় কাষ্টম বসুমতাৰীয়ে।

02/04/2024

গোসাইগাঁৱত নিৰ্বাচনী প্ৰচাৰৰ ধুমঃ
:::কোকৰাঝাৰ লোক সভা সমষ্টিত ৭৫ শতাংশ ভোটাত জয়ী হব বিপিএফ দল:খাম্পা বৰগয়াৰী
:::বিটিচিক বচাবলৈ হলে বিপিএফৰ বাইৰে কোনো বিকল্প নাইঃইউপিপিএল দলৰ ধন বল আৰু বাহুবল একো প্ৰভাৱ নপৰে বিপিএফ দলত:::বিধায়ক ৰবিৰাম নাৰ্জাৰী

Hagrama Mohilary WE Support Hagrama MahilaryHagrama MohilarySahanur Rahman Hagrama Mohilary for the Unity, Peace & Prosperity of Bodoland Region. Central Youth BPF BPF LONG LIVEI love BPFGossaigaon District B.P.F Bodoland People's Front - BPF

01/04/2024
01/04/2024

কাজলগাঁওত বিপিএফৰ জিলা কাৰ্য্যালয়ত জেমচ বসুমতাৰী,পানীৰাম ব্ৰহ্মৰ উপস্থিতিত ৪০ জনকৈ শিক্ষিত যুৱকৰ বিপিএফত যোগদান।

Hagrama Mohilary Hagrama Mohilary WE Support Hagrama Mahilary

31/03/2024

১৯৩০ চনৰ পুৰ্বৰ বেংতল ৰাজহুৱা স্মশান লৈ বিতৰ্ক । দীৰ্ঘদিনীয়া স্মশানৰ ভূমি আৱন্টন বিচাৰি আবেদন কৰাত ভূমি আৱন্টন নিদিয়াৰ অভিযোগ বিটিআৰৰ ভূমি বিভাগৰ কাৰ্য্যবাহি সদস্য ৰঞ্জিত বসুমতাৰীৰ বিৰুদ্ধে। ৰাইজৰ দাবী দীৰ্ঘদিনীয়া স্মশান আমি বেংতল অঞ্চলৰ ৫ খন গাঁওৰ লোকে এৰি নিদিম ।

19/03/2024

বিপিএফৰ কোকৰাঝাৰ লোকসভা ষ্টেয়াৰিং কমিটী গঠন ।

আনপপুলাৰ মানুহ কাক কলে হাগ্ৰামাই …¿

Hagrama Mohilary

17/03/2024

চিৰাঙৰ বাসুগাঁও সমুহীয়া স্বাস্থ্য কেন্দ্ৰ উদ্বোধনক কেন্দ্ৰ কৰি বিতৰ্ক । সদৌ বিটিআৰ বেঙ্গলি যুৱ ছাত্ৰ ফেডাৰেচনৰ সংবাদমেলত কি কলে ? শুনক।

16/03/2024

চিৰাঙৰ বাথৌ খেৰাইত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা । কোকৰাঝাৰ লোকসভা সমষ্টি আৰু দৰং ওদালগুৰী লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা বিপিএফৰ ।প্ৰাৰ্থী ঘোষণা কৰিলে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে । কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে বিপিএফৰ প্ৰাৰ্থী হ'ল খাম্পা বৰগয়াৰী ।দৰং ওদালগুৰী লোকসভা সমষ্টিৰ বাবে বিপিএফৰ প্ৰাৰ্থী হ'ল বিধায়ক দূৰ্গাদাস বড়ো । পাঁচটা সমষ্টিত নিৰ্বাচন খেলাৰ কথা ঘোষণা হাগ্ৰামা মহিলাৰীৰ । তেজপুৰ , বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা তিনিদিন পিছত কৰিব -মন্তব্য হাগ্ৰামাৰ । গোটেইকেইটা সমষ্টিত জিকাৰ সম্ভাৱনা আছে ।

Hagrama Mohilary 🅴🆅🅴🆁🆈🅾🅽🅴 support Hagrama 🅼🅾🅷🅸🅻🅰🆁🆈

15/03/2024

এইবাৰ বৰপেটা লোক সভা সমষ্টীত বিপিএফৰ প্ৰাৰ্থি দিয়াৰ দাবীৰে বিপিএফৰ বঙাইগাঁও,বৰপেটা আৰু নলবাৰী জিলা সমিতিৰ যৌথ সংবাদমেল চিৰাঙত। অহা কালি অনুষ্টিত হবলগীয়া বিপিএফৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্ব্বাহকত যাতে বৰপেটা লোক সভা সমষ্টিতো বিপিএফ দলে প্ৰাৰ্থি প্ৰদান কৰাৰ ওপৰত আলোচনা কৰে সেই উদ্দেশ্যে আজি সংবাদ মেল পাতি দাবী কৰে তিনি জিলা সমিতিয়ে।

Hagrama Mohilary 🅴🆅🅴🆁🆈🅾🅽🅴 support Hagrama 🅼🅾🅷🅸🅻🅰🆁🆈

15/03/2024

চিৰাঙত বিপিএফৰ মুখপাত্ৰ কামাল আজাদৰ সংবাদমেল । সংবাদমেলত বিপিএফৰ প্ৰাৰ্থী পেনেলত নাম থকা পৃথ্বিৰাজ নাৰায়ণ দেৱ মেচৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে যোৱা ২০১৯ চনত বিটিচিত উচ্ছেদৰ দাবীৰে উচ্চন্যায়ালয়ত পিআইএল কৰিছিল । তেওঁ বিটিচিৰ মুছলমান সকলক বিদেশী আখ্যায়িত কৰি উচ্ছেদৰ দাবী কৰিছিল বুলি সংবাদমেলত উল্লেখ কৰে যাতে প্ৰাৰ্থীত্ব লাভ নকৰে পৃথ্বিৰাজ নাৰায়ণ দেৱ মেচে ।

Hagrama Mohilary

14/03/2024

চিৰাং জিলা বিপিএফৰ সংবাদমেল কাজলগাঁওত। পৃথিৰাজ নাৰায়ণ দেৱ মেচৰ বিপিএফৰ সদস্য পদ লৈ প্ৰশ্ন । পৃথ্বীবি নাৰায়ণ দেৱ মেচৰ ওপৰত প্ৰতিক্ৰীয়া চিৰাং জিলা বিপিএফৰ সভাপতি তথা পাৰিষদ জেমচ বসুমতাৰীয়ে। বিপিএফৰ জেষ্ট নেতা খাম্পা বৰগয়াৰীৰ বিৰুদ্ধে পৃথ্বিনাৰায়ণ দেৱ মেচে কোন অধিকাৰ লৈ এইদৰে অপপ্ৰচাৰ চলাইছে ? বিপিএফৰ কোন জিলা বা শাখাৰ পৰা তেওঁ বিপিএফৰ নেতা হৈছে বুলি কয় বসুমতাৰীয়ে। বিপিএফ দলৰ সদস্য পদো নাই বুলি কয় সংবাদমেলত। তেওঁ লগতে কয় তেওঁৰ চৰিত্ৰ প্ৰায়ে ভাইৰেল হৈ থাকে । সেয়া ৰাইজে জানে। গতিকে নিজৰ চৰিত্ৰৰ ঠিক নাই সেইজনে আকৌ বিপিএফৰ জন্মৰ পৰা থকা তথা আন্দোলন কৰা খাম্পা বৰগয়াৰীৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ কৰে বুলি কয় সংবাদ মেলত। পৃথিৰাজৰ নৈতিক অধিকাৰ নাই বিপিএফৰ জেষ্ট নেতা খাম্পা বৰগয়াৰীৰ বিৰুদ্ধে কথা কবলৈ। আগলৈ যাতে বিপিএফৰ কোনো নেতাৰ বিৰুদ্ধে এইদৰে কোৱাৰ শাহস নকৰে তাৰ বাবে সকিয়াই দিয়ে সংবাদ মেল যোগে।

09/03/2024

গোসাইগাঁওত বিপিএফৰ কৰ্মি সভাত বৃহৎ যোগদান।

Address

Kajal Gaon
Bongaigaon
783385

Telephone

+919395873526

Website

Alerts

Be the first to know and let us send you an email when Thar News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Thar News:

Videos

Share


Other Media/News Companies in Bongaigaon

Show All