27/12/2024
দেশৰ প্ৰাক্তন মাননীয় প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ ড০ মনমোহন সিং ডাঙৰীয়াৰ পৰলোকপ্ৰাপ্তিৰ খবৰে আজি সমগ্ৰ ভাৰতবাসীৰ লগতে আমাকো মৰ্মাহত কৰি তুলিছে। তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ।
তেখেতৰ বিদেহ্ আত্মাৰ সদগতি কামনা কৰি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাইছোঁ।
ঔঁম শান্তি 🙏