News Assam

News Assam News Assam 24x7 Assamese News satellite Channel

12/12/2022
12/12/2022

গোসাইগাওঁ পৌৰসভা এলেকাত স্বচ্ছ ভাৰত অভিযানৰ ফোফোলা স্বৰূপ ? গোসাইগাওঁ পৌৰসভা কুম্ভকৰ্ণ নিদ্ৰাত ! গোসাইগাওঁ পৌৰসভা কাৰ্য্যলয়ৰ গাতে লাগি থকা নলা -নৰ্দ্দমাত জাৱৰ যোথৰেৰে ভৰিপৰিছে ।

10/12/2022

BIG BRAKING
-বটদ্ৰৱাত ভয়ঙ্কৰ পথ দুৰ্ঘটনা। আহত স্কুলীয়া ছাত্ৰী। আজি বটদ্ৰৱাত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংগঠিত হয়। দুৰ্ঘটনাৰ ফলত বটদ্ৰৱা সতী ৰাধিকা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যায়নৰত হালিমা নামৰ এগৰাকী ছাত্ৰী স্কুলৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত মটৰ চাইকেলৰ খুন্দাত গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত হয়।
ধিঙৰ পৰা ইছাম উদ্দিন আহমেদ*

08/12/2022

মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। চিকিৎসালয় খনৰ ড্ৰেচিংৰুমৰ আচবাব ভাঙি চুৰমাৰ কৰে ৰোগীৰ আত্মীয়ই।
মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

08/12/2022

নলবাৰী জিলাৰ মিলনপুৰত নলবাৰী বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ উদ্বোধন কৰে।

06/12/2022

শ্ৰেষ্ঠ কবি হিচাপে স্বৰ্ণপদক লাভ কৰি বঙাইগাঁও জিলা লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে শ্বেলিমা আকতাৰা কল্যানীয়ে। যোৱা ২৭ নৱেম্বৰত কৰিমগঞ্জ জিলাত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক সাহিত্য মহাসভাত শ্ৰেষ্ঠ কবি হিচাপে স্বৰ্ণপদক লাভ কৰে বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।

06/12/2022

সুদূৰ ডিব্ৰুগড়ৰৰ পৰা দুজন যুবক ৩২ দিনত খোজকাঢ়ি পালে মৈৰাবাৰীৰ পাতেকীবড়ী সত্ৰলৈ।
মৈৰাবাৰীৰ আলীপুখুৰী পাতেকীবড়ী সত্ৰত সুদূৰ ডিব্ৰুগড়ৰৰ পৰা দুজন যুবক খোজকাঢ়ি বাৰখন জিলা অতিক্ৰম কৰি ৩২ দিনৰ মুৰত আহি পালে সত্ৰ খনত।
মৈৰাবাৰীৰ পৰা ছেলিম আহমেদ ৰ ৰিপোৰ্ট NEWS ASSAM.

29/11/2022

মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ বৃদ্ধ ৰহস্যজনক বাবে নিৰুদ্দেশ।এক বছৰ পূৰ্বে কৰ্মসূত্ৰে ফজৰ আলী নামৰ ৬৫ বছৰীয়া বৃদ্দা জনে কেৰেলালৈ গৈছিল।.

29/11/2022

দাদা শুকুৰ আলীক ৰাইজে আটক কৰি ৰাইজে গতালে আৰক্ষীক : আজি কাজিগাওঁ আৰক্ষীৰ জালত দাদা শুকুৰ আলী ৷

27/11/2022

মৈৰাবাৰীৰ শগুনবাহী পথাৰ এম ই মাদ্ৰাছা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে মধ্যান্হ ভোজনৰ খাদ্যৰ পৰা আদি কৰি বিভিন্ন দুৰ্নীতি কৰাৰ অভিযোগ।

26/11/2022

জুৰীয়াত পিতৃক হত্যা কৰিলে পুত্ৰই।
নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত মেলেকাধিংত গাঁৱত যোৱা ৰাতি পিতৃ মাইনুল ইছলামে ডাস্ক খাবলৈ পুতেক ছাহজাহান আলিক টকা নিদিয়াৰ বাবে ইটাৰে মাৰি পিতৃ মাইনুল ইছলামক ৰাতি হত্যা কৰিলে।
ধিঙৰ পৰা ইছাম উদ্দিন আহমেদ ।

22/11/2022

সদৌ বিটিআৰ বেংগলী যুৱ-ছাত্র ফেডাৰেচনৰ গকুলকাটা আঞ্চলিক কমিটি গঠন।
যোৱা ইং ১৩/১১ তাৰিখ ৰবিবাৰে ৰাতিপুৱা ১০ বজাত গকুলকাটা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত সদৌ বিটিআৰ বেংগলী যুৱ-ছাত্র ফেডাৰেচনৰ আঞ্চলিক কমিটিৰ আহবানত সাধাৰণ সভাত পুৰণি কমিটি ভঙ্গ কৰি নতুন কমিটি গঠন কৰা হয় ।

22/11/2022

বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনৰ উদ্যোগত চাৰিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে মহাবীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী।বিদ্যালয়ত অসমীয়া তাঁত শাল সজুলি প্ৰদৰ্শনী ।
ধিঙৰ পৰা ইছাম উদ্দিন আহমেদ ।

22/11/2022

সাকোঁঘাটত ভগ্ন কাঠৰ দলঙৰ বাবে বিঘ্নিত যাতায়াত মঙলদৈ বিধানসভা সমষ্টিৰ জনাৰামচৌকা গাঁও পঞ্চায়তৰ অন্তৰ্গত সাকোঁঘাট গাঁৱৰ শাকতোলা নদীৰ ওপৰত থকা ভগ্নপ্ৰায় কাঠৰ দলংখনে যাতায়াতৰ ক্ষেত্রত দীৰ্ঘ দিন ধৰি সৰ্বসাধাৰণ ৰাইজক জীয়াতু ভোগাই আহিছে।

22/11/2022

বটদ্ৰৱাত পানী মেটেকাৰে ক্ষুদ্ৰ উদ্যোগ গঢ় দিয়াৰ প্ৰচেষ্টা। ৰাজ্যৰ নৈ, বিল, জলাশয় সমূহত প্ৰচুৰ পৰিমাণে উৎপাদিত এক প্ৰাকৃতিক উপাদান হৈছে পানী মেটেকা।
ধিঙৰ পৰা ইছাম উদ্দিন আহমেদ ।

22/11/2022

বটদ্ৰৱা আৰক্ষীয়ে‌ কদমণি বজাৰৰ পৰা দুই তীৰ ব্যৱসায়ীক আটক কৰে।
বটদ্ৰৱা আৰক্ষী সাফল্য।
নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দলে শনিবাৰে গোপন সূত্ৰৰ পম খেদি কদমণি বজাৰৰ ছোবেদ আলীৰ হোটেলত অভিযান‌ চলাই দুই তীৰ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়।
ধিঙৰ পৰা ইছাম উদ্দিন আহমেদ ।

18/11/2022

আজি যোৰহাট বালিগাঁৱৰ ককিলামুখ গাঁৱৰ শ্ৰী শ্ৰী ধাপকটা সত্ৰত বাৰ্ষিক পালনাম অনুষ্ঠিত হয়। ধাপকটা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী নাৰায়ন চন্দ্ৰ দেৱগোস্বামীৰ শিষ্যসকল আৰু সমূহ বালিগাঁও ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা এই পালনামে অঞ্চলটোৰ লগতে সত্ৰলৈ আধ্যাত্মিক পৰিৱেশ কঢ়িয়াই আনিছে।

Address

Guwahati Maligaom
Bongaigaon
GUWAHATI

Alerts

Be the first to know and let us send you an email when News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Assam:

Videos

Share


Other Bongaigaon media companies

Show All

You may also like