𝐀𝐲𝐚𝐧𝐠 𝐆𝐨𝐦𝐮𝐠

𝐀𝐲𝐚𝐧𝐠 𝐆𝐨𝐦𝐮𝐠 Mising Réngam írroí ✊

23/11/2025

শিশু দিৱস উদযাপন 💗💗

14/ 11/2025

23/11/2025

হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্ম দিনৰ উপলক্ষে এজন ছাত্ৰৰ গীত পৰিৱেশন 💗💔😍
18/11/2025
♥️

23/11/2025

বিলতীয়া নৱ প্ৰাথমিক বিদ্যালয় ✨💓😊

26/09/2025

26/09/2025

02/04/2025

প্ৰকৃতাৰ্থত আমাৰ মাতৃভাষা আমাৰ স্বাভিমান স্বৰূপ৷ এই ভাষাতেই আমি সপোন দেখোঁ, এই ভাষা আমাৰ আইৰ ভাষা, এই ভাষাক লৈ আমি অতিকৈ গৌৰৱান্বিত, মোৰ মাতৃভাষা মোৰ আপোনৰো আপোন৷ সেইহে আজিৰে পৰা ৰাজ্যখনৰ ১১ খন জিলাৰ ২০০ খন প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ত মিচিং ভাষাত শিক্ষাদানৰ প্ৰক্ৰিয়া শুভাৰম্ভ কৰা হ'ব। উক্ত গোটেই কেইখন বিদ্যালয়ৰ পৰিয়ালবৰ্গলৈ তথা সমূহ মিচিং জনগোষ্ঠীয় ৰাইজলৈ আজিৰ এই পবিত্ৰ আৰু ঐতিহাসিক দিনটোৰ বাবে আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ।
Mising Réngam Írroi ✊
Anéké Agom írroi

Himanta Biswa Sarma
Ranoj Pegu
Pradan Baruah

Address

Bokakhat
785612

Alerts

Be the first to know and let us send you an email when 𝐀𝐲𝐚𝐧𝐠 𝐆𝐨𝐦𝐮𝐠 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to 𝐀𝐲𝐚𝐧𝐠 𝐆𝐨𝐦𝐮𝐠:

Share