KNN Bokakhat LIVE

KNN Bokakhat  LIVE (কাজিৰঙা নিউজ নেটৱৰ্ক) (KAZIRANGA NEWS NETWORK)
KNN BOKAKHAT LIVE,
প্ৰতিযোগিতা নহয়, সঁছা খবৰৰ সৈতে আপোনাৰ কাষত ।
আপোনাৰ সহাৰি আমাৰ সাহস।
(1)

19/02/2025
18/02/2025

অসম চাহ জনজাতি মহিলা সমিতিৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বোকাখাত নাট্য মন্দিৰত প্ৰনৱ কুমাৰ বৰ্মনৰ নাট "মাংৰি" প্ৰদৰ্শন ৷ Live streaming of KNN Bokakhat Live ...

18/02/2025

বোকাখাত নাট্য মন্দিৰত অসম চাহ জনজাতী মহিলা সমিতিৰ ৩৬ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস Live streaming of KNN Bokakhat Live ...

18/02/2025

টাইপাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ । বোকাখাততো এজাহাৰ দাখিল ৷

17/02/2025

বোকাখাত নিকৰি প্ৰাথমিক বিদ্যালয়ত শিশু মেলা সম্পন্ন।

17/02/2025

গোলাঘাট জিলাৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিক সকলক গোলাঘাট জিলা প্ৰশাসনৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা নতুন বছৰৰ উপহাৰ প্ৰদান গোলাঘাট আৱৰ্ত ভৱনত ৷
SDIPRO Bokakhat DIPRO Golaghat

17/02/2025

বোকাখাতত শৌচাগাৰ নিৰ্মাণক লৈ দল-সংগঠন, ৰাইজৰ প্ৰতিবাদ ৷

এক নতুন ইতিহাস ৰচনাৰে ৰাজধানীৰ বাহিৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল অসম বিধানসভাৰ বাজেট অধিৱেশন ।।।।স্থান - কোকৰাঝাৰ ।
17/02/2025

এক নতুন ইতিহাস ৰচনাৰে ৰাজধানীৰ বাহিৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল অসম বিধানসভাৰ বাজেট অধিৱেশন ।।।।
স্থান - কোকৰাঝাৰ ।

17/02/2025

বোকাখাত নিৰ্মাণ গোটৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস streaming of KNN Bokakhat Live ...

17/02/2025
16/02/2025

16/02/2025

কাইলৈৰ বোকাখাতৰ বেচৰকাৰী সংগঠন "বোকাখাত নিৰ্মাণ গোট"ৰ ৰূপালী জয়ন্তী বৰ্ষ । প্ৰস্তুতি সম্পূৰ্ণ । বৃদ্ধাশ্ৰমৰ শিলান্যাস, অসম জাতীয় পৰিষদৰ বোকাখাত সমষ্টিৰ কাৰ্যালয় উন্মোচন । বোকাখাত নিৰ্মাণ গোটৰ পৰা প্ৰস্তুতি সম্পৰ্কত পোনপতীয়া সম্প্ৰচাৰ ।
Live streaming of KNN BOKAKHAT LIVE ...

16/02/2025

Address

Bokakhat NH 37, Road
Bokakhat
785612

Telephone

+917002481961

Website

Alerts

Be the first to know and let us send you an email when KNN Bokakhat LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to KNN Bokakhat LIVE:

Videos

Share