Biswanath sangbad

Biswanath sangbad শুদ্ধ খবৰৰ সমাহাৰ

04/05/2024

চতিয়াত ভয়ংকৰ পথ দূৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই চতিয়াৰ ঘিলাধাৰী নৈৰ দলঙৰ তলত সোমাল তীব্ৰবেগী মালবাহী ট্ৰাক ৷

আই পি এলত ১০০০ ৰাণ সম্পূৰ্ণ কৰিলে ৰিয়ানে । আপুনিও জনাওক শুভেচ্ছা ।
02/05/2024

আই পি এলত ১০০০ ৰাণ সম্পূৰ্ণ কৰিলে ৰিয়ানে । আপুনিও জনাওক শুভেচ্ছা ।

30/04/2024

আকৌ মঞ্চত শিল্পীক অপমান । এইবাৰ মৌচম গগৈক গীত পৰিবেশন কৰি থকা অৱস্থাত অপমান কৰিলে এগৰাকী ব্যক্তিয়ে ।

27/04/2024

মাজাত ওলাল বিষাক্ত পোক । পেকেজিং যিকোনো পানীয় জাতীয় বস্তু খাওতে এবাৰ ভালকৈ ভাৱক ।

বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনিলে শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী ঝৰ্ণা শইকীয়াই । অসমৰ ভিতৰতে মেট্ৰিকত দ্বিতীয় স্থান দখল বিশ্বনাথ...
20/04/2024

বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনিলে শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী ঝৰ্ণা শইকীয়াই । অসমৰ ভিতৰতে মেট্ৰিকত দ্বিতীয় স্থান দখল বিশ্বনাথৰ ঝৰ্ণা শইকীয়াৰ ।

18/04/2024

বিশ্বনাথৰ নামবাঘমৰা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ।

16/04/2024

বিশ্বনাথ চাৰিআলি চহৰত এক বিশাল নিৰ্বাচনী ৰোড শ্ব'ত অংশগ্ৰহণ বিজেপিৰ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ ।

07/04/2024

বিশ্বনাথৰ বৰগাংত জ্ঞানম একাডেমীত খাদ্য মেলা অনুষ্ঠিত ।

05/04/2024

"পুৰণা দল পুৰণা নেতা ফটা চোলাৰ দৰে গতিকে ফটা চোলা বাদ দি নতুন চোলা পিন্ধিব লাগে" বিশ্বনাথত উপস্থিত হৈ আপৰ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিনই আৰু কি কলে শুনক ।

31/03/2024

বিশ্বনাথৰ কোচঁগাওঁস্থিত জ্ঞানম অকাডেমীত যোগ ,কলা, নৃত্য ,গীতৰ কৰ্মশালাৰ সামৰণি ।

অসম সন্তান ৰিয়ান পৰাগৰ আজিৰ প্ৰদৰ্শনক লৈ লিখক এক শাৰী বাক্য  । ৪৫টা বলত ৮৪ ৰানৰ বৰঙণি ৰিয়ান পৰাগৰ। মেন অফ দা মেচৰ সন্মান...
28/03/2024

অসম সন্তান ৰিয়ান পৰাগৰ আজিৰ প্ৰদৰ্শনক লৈ লিখক এক শাৰী বাক্য । ৪৫টা বলত ৮৪ ৰানৰ বৰঙণি ৰিয়ান পৰাগৰ। মেন অফ দা মেচৰ সন্মান লাভ কৰে ।

27/03/2024

প্ৰেমলাল গুঞ্জুৱে মুখ্যমন্ত্ৰীৰ এটা ফোনকলত বিজেপিত যোগদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কোৱা কথাৰ তীব্ৰ ভাষাৰে গৰিহণা জনায় বিশ্বনাথ জিলা কংগ্ৰেছে ।

17/03/2024

#বিশ্বনাথত অনুষ্ঠিত হ'ব উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয়, আধ্যাত্মিক আৰু জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিবেশন ।

09/03/2024

মাতাজী শ্রীনির্মলা দেৱীৰ কৃপাত কুণ্ডলিনী জাগৰণৰ দ্বাৰা আত্ম সাক্ষাৎকাৰ প্ৰাপ্তৰ লগত সংগতি ৰাখি বিশ্বনাথ নগৰত সাংস্কৃতিক শোভাযাত্ৰা ।

পৰমাত্মাৰ প্ৰেমৰ সৰ্বব্যাপক শক্তিৰ যোগ স্থাপন কৰি চিন্তা মুক্ত জীৱনলৈ অগ্ৰসৰ হবৰ বাবে বিশ্বনাথ চাৰিআলি পাভৈ পথৰ সার্বজনীন ধর্মশালাত আজিৰপৰা দুই দিনীয়া কাৰ্যসূচীৰে এই যোগৰ আয়োজন কৰা হৈছে ।

09/03/2024

#নৰসিংহৰ আর্ৱিভাব ।

নৃসিংহ যাত্ৰা ভাওনা ।

প্ৰসিদ্ধ গজল গায়ক পংকজ উধাছৰ দেহাৱসান। ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কণ্ঠশিল্পীগৰাকীৰ।
26/02/2024

প্ৰসিদ্ধ গজল গায়ক পংকজ উধাছৰ দেহাৱসান। ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কণ্ঠশিল্পীগৰাকীৰ।

17/02/2024

বিশ্বনাথত গাঞ্জাসহ দুজনক আটক ।

14/02/2024

বিশ্বনাথ চাৰিআলি ঠাকুৰবাড়ী মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা আৰু দ্বাৰ উন্মোচন ৰ উপলক্ষে চাৰিআলি ঠাকুৰবাড়ী সমিতিৰ সংবাদমেল ।

12/02/2024

#বৈকুণ্ঠপুৰীলৈ পৰিণত ৰঙিয়া হাটীখলা পথাৰ ।

#উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ ৯৩ সংখ্যক বাৰ্ষিক অধিৱেশনত অগণন ভকত বৈষ্ণৱৰ আগমনে বৈকুণ্ঠপুৰীলৈ পৰিণত কৰিলে ৰঙীয়া হাটীখলা পথাৰ ।

04/02/2024

বিশ্বনাথৰ বৰিগাঁৱৰ পৰা 'নৃসিংহ যাত্ৰা' ভাওনা Live...

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৩৯তম বিশ্বনাথ জিলা বাৰ্ষিক অধিবেশনৰ দ্বিতীয় নিশা প্ৰদৰ্শন নৃসিংহ যাত্ৰা ভাওনা ।

03/02/2024

#বিশ্বনাথৰ বৰীগাঁৱত এতিয়া উদুলি মুদুলি পৰিবেশে ।

আজিৰপৰা আৰম্ভ হল ৩৯ তম বিশ্বনাথ জিলা বাৰ্ষিক অধিবেশন ।

01/02/2024

#শ্রীমন্ত শংকৰদেৱ সংঘৰ ৩৯ তম বিশ্বনাথ জিলা বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি তুংগত । দুদিনীয়া কাৰ্য্যসূচীৰে ৩ আৰু ৪ ফেব্ৰুৱাৰীত বিশ্বনাথৰ বৰীগাওঁ নামঘৰ প্ৰাঙ্গনত অনুষ্ঠিত হব অধিবেশন ভাগ ।

# দ্বিতীয় দিনা নিশা প্ৰদৰ্শন কৰা হব নৃসিংহ যাত্ৰা ভাওনা ।

23/01/2024

বিশ্বনাথৰ প্ৰতাপ গড় চাহ বাগিচাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি নাম কীৰ্তনৰ আয়োজন ।

22/01/2024

বিশ্বনাথৰ বৌ বজাৰত নেতাজি শাখা আৰু শিবাজি সংঘৰ উদ্যোগত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি বিশেষ কাৰ্য্যসূচী পালন ।

21/01/2024

বিশ্বনাথত উপস্থিত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী । ভাৰত জড়ো ন্যায় যাত্ৰাত ৰাহুল গান্ধীয়ে ৰাইজক কি কলে শুনক ।

14/01/2024

বিহালীত পুনৰ বন্যহস্তিৰ সন্ত্ৰাস । বিহালীৰ এগৰাকী খেতিয়কে হাতীৰ অত্যাচাৰ সহিব নোৱাৰি অসম চৰকাৰ তথা বন বিভাগক খঙত অগ্নিশৰ্মা হৈ কি আহ্বান জনালে শুনো আহক ।

07/01/2024

# Wariors, বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বিশ্বনাথত প্ৰাক ভোগালী মেলা।

# বিভিন্ন ধৰণৰ থলুৱা পিঠা, চিৰা-মুৰী, ভজা চাউলৰ লগতে আচাৰ জাতীয় বিভিন্ন থলুৱা সামগ্ৰীৰে প্ৰাক ভোগালী মেলাৰ আয়োজন কৰিছে ।

Address

Biswanth Chariali
Biswanath Chariali
784176

Telephone

+919706617667

Website

Alerts

Be the first to know and let us send you an email when Biswanath sangbad posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Biswanath sangbad:

Videos

Share

Nearby media companies


Other Media/News Companies in Biswanath Chariali

Show All