B Express

B Express Hey, We are B Express dedicating our services for all sections of masses with an unique motto to bri Miles of ways, we had to walk to reach here before you.
(8)

B Express has already been in operation in searching out real facts out of the moving social phenomenon, bringing in books and pushing forward for popular judgements. We could reach you overcoming mere geographical boundary, even beyond. Both individual and collective efforts lead us to lead for the cause of humanity, Social justice and other. Yet, we are going to travel the state, the country and

the whole world again and again with no stone leaving unturned to reach our destination. Facts innumerable, passing through the front and back of man in the society and leaving behind them the prints of change, creative and destructive. B Express is all set to catch them to work people’s cause, as has already been. Be with us, please, share and care and bear with us. Please keep visiting our website www.bekiexpress.in. We have opened our minds to open the world. Yet the world opens it for citizens of the Global Village. Let the B Express be the reflection of the society of man, and not the refraction.

28/01/2024

কলগাছিয়াত ড্ৰা *গ *চ ব্যৱসায়ীক আটক কৰিলে ৰাইজে।

বিক্ৰিৰ বাবে অনা ভাং আৰু ড্ৰা *গ *চ কন্টেইনাৰ সহ পূব কলগাছিয়া চাৰিআলি চকত ৰাইজে হাতে লোটে ধৰা পেলায় নুৰুল ইছলাম নামৰ ড্ৰা *গ *চ ব্যৱসায়ীজনক।

27/01/2024

বৰপেটাৰোডত দিন দুপৰতে সংঘটিত হৈছে এক চুৰিকাণ্ডৰ ঘটনা।

ঘৰত কোনো নথকাৰ সুযোগ লৈ গৃহস্থৰ দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰি চোৰে লুটি নিলে নগদ টকা সহ সোণৰ আ-অলংকাৰ

27/01/2024

বৰপেটাৰোডৰ আগশাৰী এখন বিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ।

দুখীয়া নিচলা লোকৰ মাজত মানাস ভেলী একাডেমীৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা কম্বল দান অভিযান।

বৰপেটাৰোড চহৰৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান মানাস ভেলী একাডেমীৰ তৰফৰ পৰা দুখীয়া নিচলা লোকৰ মাজত কম্বল বিতৰণ কৰে।

27/01/2024

নগৰবেৰাৰ ৰঙ্গেশ্বৰীত আমোদজনক হাঁহ ধৰা খেল প্ৰতিযোগিতা।

দিলবৰ হুছেইন নামৰ প্ৰতিযোগীজনে হাঁহ ধৰি হয় বিজয়ী।

27/01/2024

কলগাছিয়াত মৰহুম ছফিউৰ ৰহমান সোঁৱৰণী দ্বিবা-নৈশ কচকো ক্ৰিকেট খেল প্ৰতিযোগিতা।

অহা ৩০ আৰু ৩১ জানুৱাৰীত কলগাছিয়া ষ্টেডিয়ামত অনুষ্ঠিত হব এই ক্ৰিকেট খেল প্ৰতিযোগিতা।

বিজয়ী পুৰষ্কাৰ-৫০,০০০/- আৰু ৰানাৰ্চ আপ-২৫,০০০/- ৰ লগতে ট্ৰফী আৰু খেলৰ ভৰ্তি মাছুল মাত্ৰ-৩০০০/- টকা।

27/01/2024

শিমলাবাৰী বিকল্প ৰাজ্যিক ঘাইপথত তীব্ৰ বেগী ইটাভৰ্তি ট্ৰাক আৰু বাছৰ মুখামুখি সং** ঘ** ৰ্ষ।

দুৰ্ঘটনাত আহত দুয়োখন বাহনৰ ৪ জন চালক আৰু হেণ্ডিমেনক সং** কট **জনক অৱস্থাত বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয় লৈ প্ৰেৰণ।

বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত শিমলাবাৰী ৰেইনবো একাডেমীৰ সন্মুখত ২ নং বিকল্প ৰাজ্যিক ঘাইপথত পুৱতি নিশা সংগঠিত হয় এই পথ দুৰ্ঘটনা।

বিপৰীত দিশৰ পৰা আহি থকা অৱস্থাত বাছ গাড়ীখনৰ নম্বৰ AS 25 DC 8664 আৰু ইটাভৰ্তি ট্ৰাকখনৰ নম্বৰ হৈছে AS 19 B 0123।

27/01/2024

মেৰেৰচৰৰ শিমলাবাৰী বিকল্প ৰাজ্যিক ঘাইপথত পুৱতি নিশা তীব্ৰ বেগী ইটাভৰ্তি ট্ৰাক আৰু বাছৰ মুখামুখি সং** ঘ** ৰ্ষ।

এই মুখামুখি সং** ঘ** ৰ্ষত দুয়োখন বাহনৰ ৪ জন চালক আৰু হেণ্ডিমেন আহ** ত।

26/01/2024

🇮🇳 🏏 প্ৰায় ২০ সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত জয়েন বাজাৰ প্ৰিমিয়াৰ লীগ (JPL) চিজন ১১ ৰ চূড়ান্ত খেল।

🇮🇳 🏏 এই চূড়ান্ত খেলৰ মুখ্য অতিথি হিচাপে উপস্থিত হৈ কি কলে বিধায়ক জাকিৰ হুছেইন শিকদৰে ?

26/01/2024

বৰপেটাৰ নলীৰ পাথাৰ গাঁৱত ভ *য়ং *কৰ অ *গ্নি কা *ণ্ডৰ ঘ *টনা ।

দৰিদ্ৰ পৰিয়ালটোত কান্দোনৰ ৰোল ।

বিদ্যুতৰ শর্ট ছাৰ্কিটৰ ফলত সংগঠিত হয় অ *গ্নি কা *ণ্ডৰ ঘ *টনা।

26/01/2024

ৰঙিয়াৰ কৰ্তাখাতত ভ *য়ং *কৰ পথ দু *ৰ্ঘ *টনা সংঘটিত হয়।

মাজ নিশা duty শেৰ কৰি ঘৰলৈ আহি থকা অৱস্থাত PWD ৰ নৱনিৰ্মিত কালভাৰ্টত ঘণ কুঁৱৰী বাবে দু *ৰ্ঘ *টনা সংঘটিত হয়।

দু *ৰ্ঘ *টনাত এজন আৰক্ষী কনিষ্টবলে মৃ *ত্যু *ক সাৱটি লয়।

25/01/2024

🟤 কলগাছিয়া মিনি ষ্টেডিয়ামত ৭৫ তম গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্ততি।

🟤 কি কলে আয়োজক সমিতিয়ে ?

🟤 সবিশেষ বেকী এক্সপ্ৰেছৰ বিশেষ প্ৰতিবেদনত।

24/01/2024

"লোকসভা নিৰ্বাচনৰ পাছত কিয়,
সাহস আছে যদি মুখ্যমন্ত্ৰীয়ে অসমত থকা সময়ছোৱাত ৰাহুল গান্ধীৰ গ্ৰেপ্তাৰ কৰি দেখুৱাওক?"

ভাৰত জোৰো ন্যায় যাত্ৰাত অংশ গ্ৰহণ কৰি মূখ্যমন্ত্ৰীক উদ্দেশ্যি এই মন্তব্য সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ।

24/01/2024

মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ বিৰুদ্ধে কি মন্তব্য কৰিলে সাংসদ গগৈয়ে?

23/01/2024

মৈৰাবাৰী থানাত দালালি কৰি গ্ৰেপ্তাৰ দুজনকৈ দালাল।

23/01/2024

এখন আজৱ বিদ্যালয়, আজৱ মানে অলপ বেলেগেই।

শ্ৰেণীকোঠাত এজন ছাৰে মাৰিছে ভাগৰৰ টোপনী, আন এজন ছাৰে আকৌ খেৰেৰে মোচিছে ব্লেকবোৰ্ড৷

চাপচুপকৈ এই দৃশ্যও মোবাইল বন্দী কৰিলে ছাত্ৰই৷

পিছে এই দৃশ্য কোন বিদ্যালয়ৰ সেয়া অৱশ্য জানিব পৰা হোৱা নাই৷

23/01/2024

প্ৰভু ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোতে বৰপেটাৰোডৰ এটি পুখুৰীত মন্দিৰৰ মূৰ্তি উদ্ধাৰক লৈ চাঞ্চল্য।

জাখলিবিল পথাৰৰ এখন পুখুৰীত উদ্ধাৰ হোৱা মন্দিৰটো ৰাম মন্দিৰ বুলি সন্দেহ ৰাইজৰ।

জাখলিবিল পথাৰ গাঁওৰ টুটন বৰ্মনৰ ১২ বছৰীয়া পুত্ৰ উজ্বল বৰ্মনে পুখুৰীত গা ধুই থাকোতে উদ্ধাৰ কৰে মন্দিৰটো।

22/01/2024

ৰেচন কাৰ্ড বিতৰণ কৰিবলৈ আহি কি মন্তব্য কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে?

22/01/2024

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে জাজৰি আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৮ টাকৈ চাইবাৰ অপৰাধী।

21/01/2024

অসমত দুটা যাত্ৰা চলি আছে।
এটা হল ৰাহুল গান্ধীৰ যাত্ৰা আৰু এটা ৰেচন কাৰ্ডৰ যাত্ৰা চলি আছে।
গতিকে ৰেচন কাৰ্ডৰ যাত্ৰাটোৱে হৈছে ন্যায় যাত্ৰা আৰু ৰাহুলৰ যাত্ৰাটো হৈছে অন্যায় যাত্ৰা।
কলগাছিয়াত ৰেচন কাৰ্ড বিতৰণ কৰি এই মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ।

21/01/2024

ৰেচন কাৰ্ডৰ বাবদ টকা বিচাৰিলে "ঠাচ ঠাচ" মাৰিবঃ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

21/01/2024

মিঞা সকল কি ভাৰতীয় নাগৰিক নহয় নেকি?
মিঞা সকল কি অসমৰ বাসিন্দা নহয় নেকি?
আপুনি তেওঁলোকৰ মূখ্যমন্ত্ৰী নহয় নেকি?
মূখ্যমন্ত্ৰীলৈ এই প্ৰশ্ন বৰপেটাৰ সাংসদ আব্দুল খালেকৰ-

20/01/2024

পুনৰ গোৱালপাৰাৰ লক্ষিপুৰত বনবিভাগৰ বৃহৎ উচ্ছেদ অভিযান।

লক্ষীপুৰত বনবিভাগে ১৪৬১ টা পৰিয়ালক উচ্ছেদ কৰি খালি কৰিব ৬০ হেক্টৰ বনভূমি।

20/01/2024

জল জীৱন মিছনৰ পাইপৰ বাবে খন্দা গাঁতত পৰি ৰাস্তাৰ কাষত বাগৰি পৰিল ট্ৰাক।

বিপৰীতমূখী দুখন গাড়ী অতিক্ৰম কৰোতে জল জীৱনৰ গাঁতত পৰি পথৰ কাষত বাগৰি পৰিল চিমেন্ট ভৰ্তি ট্ৰাক।

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰকুছি গাঁওতদূৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ AS 19C 9387।

কোনো মতে এটা পৰিয়ালৰ প্ৰাণ ৰক্ষা, অৱশ্যে সামান্য় ক্ষতি হৈছে এটা পৰিয়ালৰ গৃহৰ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

20/01/2024

বৰপেটাৰ চেঙাৰ পাঠিমাৰীত সংঘটিত হৈছে এক অ *গ্নি *কা *ণ্ডৰ ঘ *ট *না।

20/01/2024

কলগাছিয়াত Buildtech Trader’s নামৰ অত্যাধুনিক শ্বোৰুম মুকলি।

য’ত কম মূল্যত লাভ কৰিব টাইলচ, গ্ৰেনাইট, মাৰ্বল, ছেনিটাৰি, মোডুলাৰ কিটচেন, পেইন্টছ, কালাৰ ইত্যাদি।

20/01/2024

গোৱালপাৰাত বনবিভাগৰ আৰু জিলা প্ৰশাসনৰ অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে জিলা আয়ুক্ত কাৰ্যালয় চৌহদত দল-সংগঠনৰ উত্তাল প্ৰতিবাদ।

পাঁচ দফীয়া দাবীৰে গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয় চৌহদত চিপিআই(এম) কে ধৰি বিভিন্ন দল সংগঠনৰ যৌথ প্ৰতিবাদত কঁপিল ৰাজপথ।

20/01/2024

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী শাসনৰ বিৰুদ্ধে ধুবুৰী-বৰপেটাৰ সাংসদকে ধৰি সংখ্যালঘু বিধায়ক সকলে কিয় প্ৰতিবাদ নকৰে?
গোৱালপাৰাৰ পঞ্চৰত্নৰ উচ্ছেদক লৈ এই প্ৰশ্ন আমছু নেতা ৰেজাউল কৰিব সৰকাৰৰ।

20/01/2024

বন্ধন মানেই আত্মসংস্থাপনৰ পথ৷

বন্ধন মানেই দৰিদ্ৰ, নিছলা, মধ্যবিত্তৰ বন্ধু৷

বগৰীবাৰী বন্ধন বেংকৰ পৰা লোন লৈ স্বাৱলম্ভী মমিয়াছ খাতুন, লালচান আৰু হানুফা খাতুন৷

19/01/2024

🔴 এইজন মুখ্যমন্ত্ৰী তেঁওৰ বিকৃতি ঘটিছে, তেঁও সকলোঁ সীমা চেৰাই গৈছে।

🔴 শিষ্টাচাৰৰ সকলো সীমা এইজন মুখ্যমন্ত্ৰীয়ে চেৰাই গৈছে।

🔴 ভাৰতীয় জনতা পাৰ্টী আৰু আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী তেওঁলোকে ঘৃণা হিচি দিয়াৰ কাৰণে এই ধৰনৰ নিকৃষ্ট মন্তব্য কৰি পেলাই গোটেই অসমৰ সাংস্কৃতিক বাতাবৰণকে কুলখিত কৰিছে।

🔴 কলগাছিয়াত জ্যোতি-ৰাভা-নজৰুল সংঘৰ ৰূপালী জয়ন্তী উৎসৱৰ মুকলি সভাত উপস্থিতহৈ সাংবাদিকে হোধা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ 'ভাৰত যোড়ো ন্যায় যাত্ৰা' সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে

19/01/2024

▶ বৰক্ষেত্ৰীত বিশাল আয়োজন I

▶ জয়সাগৰ অনুসূচীত জাতিৰ ৰজহুৱা মাঘী সভা মহোৎসৱ উপলক্ষে আধুনিক নৃত্য প্ৰতিযোগিতাৰ লগতে মিনি থিয়েটাৰৰ নাট প্ৰদৰ্শন।

▶ কাইলৈ হ'ব ৰাজহুৱা হোমযজ্ঞ I

Address

Barpeta
Barpeta
781319

Alerts

Be the first to know and let us send you an email when B Express posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other News & Media Websites in Barpeta

Show All