Howly Live

Howly Live news
(1)

02/02/2025

হাউলীৰ হলি চাইল্ড ইংলিচ স্কুলৰ প্ৰতিষ্ঠা দিবস পালন।

02/02/2025

হাউলী মৈৰামাৰা ধান ক্ৰয় কেন্দ্ৰত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী কৌশিক ৰয়।

01/02/2025

হাউলীত অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে জিলা আমছুৰ নাগৰিক সভা সম্পন্ন।

হাউলী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক-কৰ্মচাৰীৰ কলা দিবস পালন।
01/02/2025

হাউলী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক-কৰ্মচাৰীৰ কলা দিবস পালন।

বৰপেটাৰোড শিমলাগুৰিৰ ভালুকি গাঁৱৰ পৰা শ্বাহ নুৰি খাতুন নামৰ মহিমা এগৰাকী নিৰুৰ্দ্দেশ বাক্সা জিলাৰ শিমলাগুৰি আৰক্ষী চকীৰ ...
01/02/2025

বৰপেটাৰোড শিমলাগুৰিৰ ভালুকি গাঁৱৰ পৰা শ্বাহ নুৰি খাতুন নামৰ মহিমা এগৰাকী নিৰুৰ্দ্দেশ

বাক্সা জিলাৰ শিমলাগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ভলুকি গাঁৱৰ মতিয়ৰ ৰহমানৰ পত্নী দুই সন্তানৰ মাতৃ শ্বাহ নুৰি খাতুন ২৮ বছৰীয়া নামৰ মহিলা এগৰাকী যোৱা ২৭ জানুৱাৰী সন্ধিয়া ৬ বজাত স্বামী গৃহৰ পৰা নিৰুৰ্দ্দেশ হৈ আছে।
পৰিয়ালৰ লোকে বিভিন্ন ঠাইৰ লগতে আত্মীয় স্বজনৰ ঘৰতো বিচাৰ খোচাৰ কৰাৰ পাছতো আজিলৈকে মহিলা গৰাকীৰ কোনো শুংসূত্ৰ উলিওৱাব পৰা নাই। মহিলা গৰাকী হেঙুলীয়া ৰঙৰ চুৰিদাৰ পিন্ধনত আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। কোনোবাই মহিলী গৰাকীৰ কোনো সন্ধান পালে স্বামী মতিয়ৰ ৰহনান এই ফোন ৬০০৩৭৪৩৯২০ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

31/01/2025

হাউলী আমবাৰীত আব জম জম ক্লাবৰ সদস্য সকলৰ হাতত ড্ৰাগছ সৰবৰাহকাৰী আটক

আটকাধীন যুৱক জন হাউলী শান্তিবজাৰৰ ৰকিবুল ইছলাম পিতা ইছব আলী আন জনী গুৱাহাটীৰ জালুকবাৰীৰ পাৰবিন ছুলতানা বুলি জানিব পৰা গৈছে ।

30/01/2025

হাউলীত জিলা পৰ্যায়ৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ খেল-ধেমালি প্ৰতিযোগিতাৰ সফল সামৰণিঃ

29/01/2025

হাউলীত জিলা পৰ্যায়ৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতাৰ শুভাৰম্ভ:

28/01/2025

হাউলী ৰাস মন্দিৰত মুখা মন্ত্ৰী ড* হিমন্ত বিশ্ব শৰ্মায়ে ললে আৰ্শীবাদ

ৰাজ্যৰ মুখ্য মন্ত্ৰী ড*হিমন্ত বিশ্ব শৰ্মা কোকৰাঝাৰ ভ্ৰমণৰ পৰা কাৰ্যসূচী সামৰি আজি ৪ বজাত হাউলীৰ ৰাস মন্দিৰ প্ৰাংগণত উপস্থিত হৈ ভগৱান শ্ৰী কৃষ্ণৰ মন্দিৰত আৰ্শীবাদ লয়। পাছত মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত কয় অহা ছেপ্টেম্বৰত বি টি আৰৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হৱ।হাউলী ৰাস মন্দিৰত শতবর্ষ অনুষ্ঠানৰ বাবে এটা শতবৰ্ষ অতিথিশালা নিৰ্মাণৰ আবন্টন দিয়াৰ কথা ঘোষণা কৰে।লগতে ৰাজ্যৰ ভিন্ন বিভাগত ৫০ হেজাৰৰো অধিক নিযুক্তিৰ বাবে বিজ্ঞাপণ প্ৰকাশ কৰিব । গুৱাহাটীৰ আমিনগাওৰ পৰা হাউলীলৈ নতুন দুই লেণ্ড যুক্ত পথৰ নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ হোৱাৰ কথা অৱগত কৰে।লগতে হাউলী অঞ্চলৰ বিভিন্ন সমস্যা সন্দৰ্ভত এক আলোচনাত মিলিত হয় ৯৭ সংখ্যক হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি, সম্পাদক আৰু উপদেষ্টা মণ্ডলীৰ সৈতে।

কাইলৈ  হাউলী ৰাস মন্দিৰ প্ৰাংগনত আবেলি ২.৩০ বজাত উপস্থিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
27/01/2025

কাইলৈ হাউলী ৰাস মন্দিৰ প্ৰাংগনত
আবেলি ২.৩০ বজাত উপস্থিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

26/01/2025

পঞ্চাশ হাজাৰ দৰ্শকৰ উপস্থিতিত জে পি এল ক্ৰিকেট খেলৰ চুড়ান্ত খেল সম্পন্ন:

25/01/2025

সৰভোগত ৰেডিক্স বেটাৰী কোম্পানীৰ ডিলাৰ সকলৰ সমাবেশ সম্পন্ন:

23/01/2025

হাউলীত পৰাক্ৰম দিবস উপলক্ষে নেতাজী সুভাষচন্দ্ৰ বসুক স্মৰণ

22/01/2025
ভৱানীপুৰ প্ৰাথমিক শিক্ষা খণ্ড বিষয়াৰ কাৰ্য্যালয়ৰ  ভূলৰ বাবে শিক্ষক সকল দৰমহাৰ পৰা বঞ্চিত হব লগা হৈছে। আন্দোলনৰ সন্মুখী...
20/01/2025

ভৱানীপুৰ প্ৰাথমিক শিক্ষা খণ্ড বিষয়াৰ কাৰ্য্যালয়ৰ ভূলৰ বাবে শিক্ষক সকল দৰমহাৰ পৰা বঞ্চিত হব লগা হৈছে। আন্দোলনৰ সন্মুখীন হব লাগিব নেকি শিক্ষক সকল!

19/01/2025

একেদিনাই হাউলীত দুখন জুৱেলাৰ্চৰ দোকানত চুৰিকাৰ্য্য সংঘটিত

আজি পুৱা হাউলী পৌৰসভাৰ অন্তৰ্গত ৯ নং ৱাৰ্ডৰ আনন্দ বাজাৰত অৱস্থিত ৰতন জুৱেলাৰ্চ নামৰ দোকান খনত চুৰিকাণ্ড সংঘটিত হয়। চুৰি কাৰ্য্য সংঘটিত হোৱাৰ খবৰ পোৱাৰ লগে লগে হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰা উপস্থিত হয় আৰু তদন্ত কৰি উচিত ব্যৱস্থা কৰা হব বুলি ৰতন জুৱেলাৰ্চৰ স্বত্বাধিকাৰী প্ৰাণকৃষ্ণ কৰ্মকাৰ আৰু ৰাজা কৰ্মকাৰক জানিবলৈ দিয়ে। একেদৰেই হাউলী বি টি ছি ৰোডৰ দিপ্তী জুৱেলাৰ্চত চাটাৰ ভাগি চুৰি কাৰ্য্য সংঘটিত কৰে বুলি স্বত্বাধিকাৰী সমেন্দ্ৰ কৰ্মকাৰে জানিবলৈ দিয়ে। হাউলী আৰক্ষী প্ৰশাসনৰ নিশা পহৰা দিয়াৰ পাছত কেনেকৈ এনেদৰে চুৰি কাৰ্য্য সংঘটিত হব পাৰিলে সচেতন ৰাইজৰ মাজত অভিযোগ উত্থাপিত হৈছে। হাউলী বি টি ছি ৰোডৰ দিপ্তী জুৱেলাৰ্চৰ পৰা মুল্যবান গহনা চুৰি হোৱা বুলি স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়ে।

17/01/2025

আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে হাউলীৰ খেলুৱৈ

17/01/2025

হাউলীৰ কাব্যজিৎ চৌধুৰীৰ কিছু গান শুনো আহক। ৰাইজৰ আশীষ বিচাৰি হাউলী লাইভে আগঢ়াইছে আপোনালোকৰ মাজত। আপোনাৰ বহুমূলীয়া পৰামৰ্শ ই হব কাব্যজিৎৰ আশীৰ্বাদ।

Address

Howly
Barpeta
781316

Alerts

Be the first to know and let us send you an email when Howly Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share