JANIA LIVE 24×7

JANIA LIVE 24×7 ৰাইজৰ পক্ষত বাতৰি সম্প্ৰচাৰ কৰাৰ প্ৰতিশ্ৰুতিৰে
For paid promotion- [email protected]

23/11/2025
19/10/2025

জনীয়াত মন্দিয়া সম-জিলা ক্ৰীড়া সংস্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে ক্ৰীড়া মহোৎসৱ

চাৰিদিনীয়া কাৰ্যসূচীৰে ক্ৰীড়া মহোৎসৱ আয়োজন

জনীয়া ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প খেল পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে ক্ৰীড়া মহোৎসৱৰ আয়োজন

প্ৰতিটো কাৰ্যসূচীত সমূহ ক্ৰীড়া প্ৰেমী ৰাইজৰ সহায় সহযোগিতা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আয়োজক সমিতিয়ে।

12/10/2025

জনীয়াত যুব সংঘৰ আমন্ত্ৰণত ভ্ৰাম্যমাণ থিয়েটাৰ বীনাপাণি।

জনীয়াত ১৩,১৪ আৰু ১৫ অক্টোবৰত তিনিদিনীয়া কাৰ্যসূচী হাততলৈ আহি আছে অসমৰ আগশাৰীৰ অসমীয়া ভ্ৰাম্যমান থিয়েটাৰ বীণাপাণি।
সমূহ নাট্য প্ৰেমী ৰাইজৰ উপস্থিতি সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে আয়োজক সমিতিয়ে।





×7

22/09/2025

জনীয়াত জনীয়া-সালেকুৰা বজাৰ ব্যৱসায় সন্থাৰ উদ্যোগত হিয়াৰ আমঠু হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন।

03/09/2025

জনীয়াৰ কৰাৰকুৰত বেকী নৈৰ বিধ্বংসী খহনীয়া
খহনীয়া ৰোধৰ দাবী ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ জামানৰ।

01/09/2025

অসম কেডেট কৰ্পছৰ উদ্যোগত হাই আৰু জনীয়াস্থিত ৰাষ্ট্ৰীয় বঁটা প্ৰাপক স্বেচ্ছাসেৱী অনুষ্ঠান আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সহযোগত এদিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন।

28/06/2025

জনীয়াত ইনোভেডিকা ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সহযোগী ব্যৱস্থাপনাত যুৱক 4 স্বৰাজ সন্দৰ্ভত সজাগতা।

দেশৰ পোন্ধৰখন ৰাজ্যৰ ২৫ টা আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ শীৰ্ষ পদাধিকাৰীৰ অংশগ্ৰহণ।

26/06/2025

ইনোভেডিকা ফাউণ্ডেশ্যনৰ উদ্যোগত
আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সহযোগী ব্যৱস্থাপনাত যুৱক স্বৰাজ সন্দৰ্ভত তিনিদিনীয়া সজাগতা কাৰ্যসূচীৰ আয়োজন
২৭ ,২৮, ২৯ জুনলৈ অনুষ্ঠিত হ'ব তিনিদিনীয়া সজাগতা কাৰ্যসূচীৰ
উক্ত কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ফাউণ্ডেশ্যনৰ সঞ্চালক গৰাকীয়ে।

28/04/2025

ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ
নামনি অসমৰ বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অধীনস্থ কাদং গাওঁ পঞ্চায়ততো প্ৰাৰ্থীয়ে চলাইছে নিজ নিজ প্ৰচাৰ। কোনো গুণে পিছ পৰি থকা কাদং গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৬ নং খন্ডত নিৰ্দলীয় সদস্য পদৰ প্ৰাৰ্থী নিয়ামত আলী। সমাজ কৰ্মী দেলুৱাৰ হুছেইনৰ সভাপতিত্বত কাদং গাওঁ পঞ্চায়তৰ অন্তৰ্গত টাপাজুলি ৬ নং খন্ডত এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে। উক্ত সভাত প্ৰায় তিনি শতাধিক ভোট ৰাইজ উপস্থিত থাকি ভাষণ প্ৰদান কৰে। আগন্তুক পঞ্চায়ত নিৰ্বাচনত তাক লাগিয়া দিতে হবে বুলিও উপস্থিত ৰাইজে ভাষণ প্ৰদান কৰে ।

28/04/2025

৫৬ নং জনীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১ নং ৱাৰ্ডৰ নিৰ্দলীয় সদস্য পদৰ প্ৰাৰ্থী মহম্মদ ইব্ৰাহিম আলী।

ইব্ৰাহিম আলী জনীয়া গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি।

ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ

শাসক বিৰোধী ৰাজনৈতিক দল সমূহে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ।
বৰপেটা জিলাৰ জনীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১ নং ৱাৰ্ডৰ নিৰ্দলীয় পদৰ প্ৰাৰ্থী ইব্ৰাহিম আলীয়েও আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ।
দূৰ্নীতিমুক্ত পঞ্চায়ত গঢ়াৰ ক্ষেত্ৰত ১ নং ৱাৰ্ডৰ প্ৰত্যেকজন ভোটাৰে ভোটদান কৰিব বুলিও নিৰ্দলীয় পদৰ প্ৰাৰ্থী মহম্মদ ইব্ৰাহিম আলীয়ে কয়।

21/04/2025

নামনি অসমৰ বৰপেটা জিলাৰ ৫৭ নং কাদং গাওঁ পঞ্চায়তৰ ৭ নং খণ্ডৰ ছাবিনা ইয়াচমিন হুছেইনে নিৰ্বাচনৰ পূৰ্বেই বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী। উৎফুল্লিত ৰাইজ ।

05/04/2025

পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে তৎপৰ হৈ পৰিছে জনীয়া কংগ্ৰেছ মন্ডল কমিটিৰ নেতা কৰ্মী।

Address

Jania
Barpeta
781314

Alerts

Be the first to know and let us send you an email when JANIA LIVE 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share