NE Time.

NE Time. News & Entertainment
(2)

22/01/2025

Hi everyone! 🌟 You can support me by sending Stars – they help me earn money to keep making content that you love.

Whenever you see the Stars icon, you can send me Stars.

পুনৰবাৰ BPF ৰ‌ সভাপতি হিচাপে নিৰ্বাচিত হ'ল হাগ্ৰামা মহিলাৰী।
20/01/2025

পুনৰবাৰ BPF ৰ‌ সভাপতি হিচাপে নিৰ্বাচিত হ'ল হাগ্ৰামা মহিলাৰী।

  ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি হ'ব সাংসদ দিলীপ শইকীয়া।
16/01/2025

ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি হ'ব সাংসদ দিলীপ শইকীয়া।

14/01/2025

ভোগালী বিহুৰ আৰু উৰুকা আনন্দমাজতে অসমৰ নিবনুৱা যুৱক যুবতী কাৰনে Mritunjoy ayurveda Pvt কোম্পানীয়ে লৈ আহিছে এক ভাল খবৰ।

  বিদ্রোহী কণ্ঠশিল্পী ৰাজীৱ শদিয়া আৰু নাই কিছুসময় পূৰ্বে AMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় শিল্পীগৰাকীৰ।
13/01/2025

বিদ্রোহী কণ্ঠশিল্পী ৰাজীৱ শদিয়া আৰু নাই কিছুসময় পূৰ্বে AMCHত চিকিৎসাধীন
অৱস্থাত মৃত্যু হয় শিল্পীগৰাকীৰ।

  পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি ন্যায়ালয়ৰ
12/01/2025

পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি ন্যায়ালয়ৰ

11/01/2025

৯২৮নং ৰুবি প্ৰাথমিক বিদ্যালয়ৰ ৫গৰাকী ছাৰ বাইদেউ অসম চৰকাৰৰ পৰা দৰমহা লয় ঠিকেই।কেৱল স্কুলত সময় মতে নাহে।

09/01/2025
07/01/2025

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ দেহাৱসান।
30/12/2024

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি
জিমি কাৰ্টাৰৰ দেহাৱসান।

27/12/2024

বালাগাঁও-ক্ষুদ্ৰকুছি যুৱ সমাজৰ উদ্দ্যেগত মৰহুম জনাব আকবৰ আলী (প্রতি পঞ্জীয়ক)
তথা বিশিষ্ট সমাজ সেৱকৰ সোৱৰণত নৈশ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা।

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দেহাৱসান।দিল্লীৰ AIIMSত শেষ নিশ্বাস ত্যাগ
26/12/2024

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দেহাৱসান।
দিল্লীৰ AIIMSত শেষ নিশ্বাস ত্যাগ

26/12/2024

দিঘীৰ পাম আঞ্চলিক যুৱ সংঘৰ সৌজন্যত ব্ৰহ্মপুত্ৰ মহোৎসৱ ও বাণিজ্য মেলাত মুকলিকৈ চলিছে জু-ৱা খেল।

25/12/2024

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইফালে গো মাংস ৰাজহুৱা স্থানত ক্ৰয় বিক্ৰয় বন্ধ কৰি হিন্দুত্বৰ ৰাজনীতি কৰিছে আনফালে তেওঁৰ নিজ ভাতৃ বৰপেটাৰ আৰক্ষী অধীক্ষকে গো মাংস বিক্ৰী কৰা লোকৰ পৰা কমিছন খোৱা আৰু কমিছন লৈ বৰপেটাত অবাধ জুৱা খেল হবলৈ দি থকাৰ ভয়ংকৰ অভিযোগ উঠিছে বুলি অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়।

মুখ্যমন্ত্ৰীয়ে অতি শীঘ্ৰে তেওঁৰ ভাতৃ বৰপেটাৰ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

25/12/2024

প্ৰধান মন্ত্ৰী মোদী ডাঙৰীয়াই হয় অমিত সাহক কেন্দ্ৰীয় মন্ত্ৰী সভাৰ পৰা বৰ্খাস্ত কৰিব লাগে।

23/12/2024

বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে পুনৰ অভিযান আৰম্ভ কৰিছে

23/12/2024

23/12/2024

বাল্য বিবাহৰ বিৰুদ্ধে ধূলা আৰু পানবাৰী আৰক্ষীৰ অভিযান।
নিশা ৰাজ্যজুৰি চলিল আৰক্ষীৰ তীব্ৰ অভিযান।

Address

Barpeta, Barpeta Road
Barpeta
781319

Telephone

+918453145633

Alerts

Be the first to know and let us send you an email when NE Time. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE Time.:

Videos

Share