Shout out to my newest followers! Excited to have you onboard!Noser Alii,Aminul Hokk

লাখ লাখ লোকৰ একাউণ্টত আজি সোমাব চৰকাৰৰ ধন

অসম আৰক্ষীত নিযুক্তি দিয়া হ'ব ৫ হাজাৰ যুৱক-যুৱতীক:মুখ্যমন্ত্ৰী

প্ৰতিটো সমষ্টিতে গঠন কৰা হ'ব এখনকৈ উপ-জিলা|ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ|

আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে সুখবৰ! ৰাজ্য চৰকাৰে প্ৰদান কৰিব ১০,০০০কৈ টকা
অসম চৰকাৰে প্ৰায় ৩,৩৮,২৪৫টা আত্মসহায়ক গোটৰ ৩৯,৫৬,৬৩১ গৰাকী সদস্যলৈ আৰ্থিক অনুদান প্ৰদান কৰিব।ৰাজ্য চৰকাৰে আত্মসহায়ক গোটৰ সদস্যসকলক ১০,০০০ টকাকৈ আগবঢ়াব। এই কথা আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। অৰ্থনৈতিক স্বাৱলম্বিতাৰ লগতে ক্ষুদ্ৰ উদ্যোগ খণ্ডক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।উল্লেখ্যে যে, আৰ্থিক অনুদানক সদ্ব্যৱহাৰ কৰা আত্মসহায়ক গোটৰ মহিলাসকললৈ অসম চৰকাৰে বেংক ঋণৰ সুবিধা প্ৰদান কৰিব।

Assam Govt Jobs|চৰকাৰী চাকৰিৰ বিজ্ঞাপন
Assam Govt Jobs|চৰকাৰী চাকৰিৰ বিজ্ঞাপন|Assam Govt Jobs|চৰকাৰী চাকৰিৰ বিজ্ঞাপন|Assam Govt Jobs|চৰকাৰী চাকৰিৰ বিজ্ঞাপন
Hi everyone! 🌟 You can support me by sending Stars - they help me earn money to keep making content you love.
Whenever you see the Stars icon, you can send me Stars!
#StarsEverywhere
Assamese flood news assam
Assamese news assam
২ অক্টোবৰত ১ কোটি গছপুলি ৰোপণৰ সংকল্প অসম চৰকাৰৰ! গছপুলি ৰোপণ কৰা ব্যক্তিক দিয়া হ'ব ধন.