Light News 365

Light News 365 দুৰ্নীতি আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে, ৰাইজৰ পক্ষত আপোচহীন আৰু অবিৰত সংগ্ৰাম

সন্ধিয়া ৬ বাজি ৪ মিনিটত অৱতৰণ কৰিব চন্দ্ৰযানে , আপুনিও জনাওক শুভেচ্ছা
23/08/2023

সন্ধিয়া ৬ বাজি ৪ মিনিটত অৱতৰণ কৰিব চন্দ্ৰযানে ,
আপুনিও জনাওক শুভেচ্ছা

20/08/2023

হাঁহ ! কেৱল হাঁহ মাথোঁ হাঁহ Light News 365

আমাৰ LIGHT NEWS 365 ৰ দৰ্শক সকলকআগতীয়াকৈ ১৫ আগষ্ট ৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
14/08/2023

আমাৰ LIGHT NEWS 365 ৰ দৰ্শক সকলক
আগতীয়াকৈ ১৫ আগষ্ট ৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

08/08/2023
আজি বন্ধুৰ বাবে উদযাপন কৰা এটা বিশেষ দিন। প্ৰতি বছৰে আগষ্টৰ প্ৰথম দেওবাৰটো বন্ধুত্ব দিৱস হিচাপে পালন কৰা হয়।
06/08/2023

আজি বন্ধুৰ বাবে উদযাপন কৰা এটা বিশেষ দিন। প্ৰতি বছৰে আগষ্টৰ প্ৰথম দেওবাৰটো বন্ধুত্ব দিৱস হিচাপে পালন কৰা হয়।

05/08/2023

কলগাছিয়াৰ মাদুলিঝাৰ গাঁৱত হাহাকাৰ । গাওঁ খনৰ ১২৮ গৰাকী হিতাধিকাৰীৰ নাম প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ তালিকাৰ পৰা কৰ্তন। খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে বঞ্চিত হিতাধিকাৰীৰ তীব্ৰ প্ৰতিবাদ। আইনৰ কাষ চপাৰ হুংকাৰ ।

আপোনাৰ প্ৰিয় অনুষ্ঠান কেৱল মাথোঁ সময়ৰ অপেক্ষা।
24/07/2023

আপোনাৰ প্ৰিয় অনুষ্ঠান কেৱল মাথোঁ সময়ৰ অপেক্ষা।

22/07/2023

ধুবুৰী জিলা পৰিষদৰ CEO বিশ্বজিৎ গোস্বামীৰ বঙাইগাঁৱস্থিত বাসগৃহত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখা আৰু আৰক্ষীৰ অভিযান।

21/07/2023

কলগাছিয়াত বাছৰ দৌৰাত্ম পুনৰ বৃদ্ধি পাইছে

18/07/2023

08/07/2023

বৰপেটাৰোডৰ শিমলাগুৰি ৩১নং ৰাষ্ট্ৰীয় ঘাইপথতত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা! 

বাইক আৰু এখন বাছৰ মাজত মুখামুখী সংঘৰ্ষ হয়!
থিতাতে নিহত হয় বাইক আৰোহি জন!

28/06/2023

খাটাকুছি ছান লাইট (এন.জি.অ.)ৰ উদ্যোগত
ঈদ উপলক্ষে
বিভিন্ন ধৰণৰ খেল- ধেমালি প্ৰতিযোগিতা
স্থান- ১৮১৪ নং পশ্চিম খাটাকুছিপ্ৰাথমিক বিদ্যায়লয় প্রাঙ্গণ।

24/06/2023

👉সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা।

👉মেজিক গাড়ীয়ে পালচাৰ গাড়ীক পিছ ফালৰ পৰা খুন্দা মৰাৰ ফলত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনা।

👉সৰভোগৰ বেকী ব্ৰিজৰ নিচেই ওচৰৰ মেজি সমিপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।

👉 দুৰ্ঘটনাগ্ৰস্ত দুয়োটা গাড়ীৰ নম্বৰ ক্ৰমে Pulser গাড়ীটোৰ নম্বৰ AS 19 R2440 আনহাতে মেজিক গাড়ীটোৰ নম্বৰ AS 15 C 9264

👉 দুৰ্ঘটনাত আঘাত প্ৰাপ্ত দুইজন পালচাৰ গাড়ীৰ আৰহিক সৰভোগ চিকিৎসায়লৈ প্ৰেৰণ কৰা হৈছে।

👉 দুৰ্ঘটনা সংঘটিত কৰি মেজিক গাড়ীৰ চালক জন ঘটনাস্তলিৰ পৰা পলায়ন কৰে।

22/06/2023

বৰপেটা ৰোডত ভূৱা পুলিছ আটক।

22/06/2023

সমষ্টি পুনৰ গঠনৰ খচৰা তালিকা সম্পৰ্কে DYFI ৰ প্ৰতিক্ৰিয়া-

বৰপেটা জিলাৰ পূৱ মাহচৰা ন'নকে গাঁৱৰ প্ৰয়াত ৰমজান আলীৰ পুত্ৰ জাকাৰীয়া আহমেদ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ  GMCH ত চিকিৎসাধীন ...
20/06/2023

বৰপেটা জিলাৰ পূৱ মাহচৰা ন'নকে গাঁৱৰ প্ৰয়াত ৰমজান আলীৰ পুত্ৰ জাকাৰীয়া আহমেদ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ GMCH ত চিকিৎসাধীন হৈ আছে।

উন্নত চিকিৎসাৰ বাবে টকাৰ প্ৰয়োজন কিন্তু অসহায় পৰিয়ালৰ হাতত টকা নাই। আপোনালোকৰ অলপ সহায় সহায়ে নতুনকৈ জীৱন দান দিব পাৰে যুৱকজনৰ।

👉ফোনপে নম্বৰ হৈছে - 9859297991
👉ষ্টেট বেংকৰ একাউণ্ট নম্বৰ হৈছে
20251757996
(Jahedul Islam)

অনুগ্ৰহ কৰি অলপ সহায় কৰক।

19/06/2023

👉 এজাক বৰষুণৰ ফলত বৰপেটা ৰোডত কৃত্ৰিম বানপানী সৃষ্টি হৈছে।

19/06/2023

👉নামনি অসমৰ জনপ্ৰিয় Facebooker Jahid Ahamed ৰ এয়া Facebook ত জ্ঞান চৰ্চা নেকি?
👉 প্ৰকৃততে কি হৈছিল।

জনীয়া সমষ্টিৰ আতিকা আনিছা মণ্ডল NEET ত ৫৭২ নম্বৰ পাই উজ্বলিল ।
15/06/2023

জনীয়া সমষ্টিৰ আতিকা আনিছা মণ্ডল NEET ত ৫৭২ নম্বৰ পাই উজ্বলিল ।

 👉SI জোনমণি ৰাভা মৃত্যুৰ তদন্তৰ দায়িত্ব ল'লে CBIয়ে।
14/06/2023


👉SI জোনমণি ৰাভা মৃত্যুৰ তদন্তৰ দায়িত্ব ল'লে CBIয়ে।

খৰিচালা পেট্ৰল পাম্পৰ ওচৰত আজি শুভ উদ্বোধন হল মা হোটেল ৰেস্টুৰেন্ট  বহুত ঘাট প্ৰতিঘাত্ৰ অন্তত আজি উদ্বোধন কৰিলে মা হোটেল...
14/06/2023

খৰিচালা পেট্ৰল পাম্পৰ ওচৰত আজি শুভ উদ্বোধন হল মা হোটেল ৰেস্টুৰেন্ট বহুত ঘাট প্ৰতিঘাত্ৰ অন্তত আজি উদ্বোধন কৰিলে মা হোটেল
ৰেস্টুৰেন্ট

10/06/2023
09/06/2023

কণমানি শিশুৰ গানে আকৰ্ষণ কৰিব আপোনাক।

08/06/2023
👉আজিৰ পৰা আৰু ফেন ব্যৱহাৰ নকৰিব! নে কি কয়..?👉ফেন ব্যৱহাৰ নকৰিব গছৰ তলত বহক!👉বিদুৎ মাচূল বৃদ্ধিৰ সমৰ্থনত আজৱ যুক্তি বিধান...
04/06/2023

👉আজিৰ পৰা আৰু ফেন ব্যৱহাৰ নকৰিব! নে কি কয়..?
👉ফেন ব্যৱহাৰ নকৰিব গছৰ তলত বহক!
👉বিদুৎ মাচূল বৃদ্ধিৰ সমৰ্থনত আজৱ যুক্তি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ....

বৰ্তমান অসমত গৰুৰ Lumpy Skin Disease নামৰ এটা ভাইৰাচজনিত বেমাৰে গোঁ- পালকক জুৰুলা কৰি দিছে। এই বেমাৰ ভালদৰে চিকিৎসা কৰিল...
01/06/2023

বৰ্তমান অসমত গৰুৰ Lumpy Skin Disease নামৰ এটা ভাইৰাচজনিত বেমাৰে গোঁ- পালকক জুৰুলা কৰি দিছে। এই বেমাৰ ভালদৰে চিকিৎসা কৰিলেও ১৫-২০ দিন সময় লাগে ভালদৰে থিক হবলৈ।

সেইবাবে-
১) সদায় পশুধনৰ গল বিছনী আৰু শৰীৰ হাতেৰে মোহাৰি পৰীক্ষা কৰিব লাগে, তেতিয়া গম পোৱা যায় যে শৰীৰত টেমুনা সৃষ্টি হৈছে নেকি

২) যদি হৈছে অতি শীঘ্ৰে বেমাৰী পশুক বেলেগেকৈ ৰাখিব লাগে, লগতে দানা পানী দিয়া পাত্ৰটো বেলেগে কৰিব লাগে

৩) প্ৰথম অৱস্থাত ঘৰুৱা চিকিৎসা কৰিলে ও ভাল হৈ যায়, তাৰবাবে-

ক) জালুক -১০ গ্ৰাম
খ) নিমখ -১০ গ্ৰাম
গ) পান - ১০ খিলা

ভালদৰে পিছি লগত অলপ গুৰ লৈ তিনিভাগ কৰি দৈনিক তিনবাৰকৈ জিভাত সানি তিনি বা চাৰি দিন খুৱাব লাগে।

লগতে গোহালিটো নেট লগাই দিব লাগে আৰু সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে।

এই বেমাৰে হলে গাভিনী গৰুৱে পোৱালী বিনচ কৰাৰ সম্ভাৱনা থাকে, লগতে খিৰতি গাইৰ গাখীৰ উৎপাদন কমি যায়।

ৰাতিপুৱা গুৱাহাটীৰ পৰা কলগাছিয়া লৈ আহি আছিল বাছখন।ৰঙিয়াত দূৰ্ঘটনাতপতিত মামা ভাগিন বাছ গাড়ী।
01/06/2023

ৰাতিপুৱা গুৱাহাটীৰ পৰা কলগাছিয়া লৈ আহি আছিল বাছখন।
ৰঙিয়াত দূৰ্ঘটনাতপতিত মামা ভাগিন বাছ গাড়ী।

27/05/2023

I ♥️ Kharichala

ভগৱান ইমান নিষ্ঠুৰ হব পাৰে নে ?২৫ মে’ত খানাপাৰাত লৈছিল নিযুক্তিপত্ৰআনন্দ মনেৰে ঘৰলৈ উভতি গৈছিলে!ছিপাঝাৰৰ বৰদৌলগুৰিৰ ১৫ ন...
27/05/2023

ভগৱান ইমান নিষ্ঠুৰ হব পাৰে নে ?
২৫ মে’ত খানাপাৰাত লৈছিল নিযুক্তিপত্ৰ
আনন্দ মনেৰে ঘৰলৈ উভতি গৈছিলে!
ছিপাঝাৰৰ বৰদৌলগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ খুন্দাত মৃত্যু হ’ল মঙলদৈৰ উজ্জ্বল নাথ নামৰ যুৱক জন তৃতীয় বৰ্গত নিযুক্তি পাইছিল উজ্জ্বল নাথে !

Google ত অনুসন্ধান কৰা মতে 16/06/2023 ইং তাৰিখ ৰ পৰা 24/06/2023 তাৰিখ লৈ একেৰাহে মুঠ 9 দিন বৰষুণ হোৱাৰ সম্ভাৱনা আছে । 🌧️
16/05/2023

Google ত অনুসন্ধান কৰা মতে 16/06/2023 ইং তাৰিখ ৰ পৰা 24/06/2023 তাৰিখ লৈ একেৰাহে মুঠ 9 দিন বৰষুণ হোৱাৰ সম্ভাৱনা আছে । 🌧️

আৰক্ষী বিষয়া জোনমনি ৰাভাৰ আকস্মিক বিয়োগৰ খবৰ অত্যন্ত বেদনাদায়ক। পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা তেজস্বিনী সাহসী বিষয়া
16/05/2023

আৰক্ষী বিষয়া জোনমনি ৰাভাৰ আকস্মিক বিয়োগৰ খবৰ অত্যন্ত বেদনাদায়ক। পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা তেজস্বিনী সাহসী বিষয়া

৯ নং হালধীয়া জিলা পৰিষদৰ অন্তৰ্গত গুইলেজা গাওঁ পঞ্চায়তৰ পশ্চিম খাটাকুছিত পঞ্চদশ বিত্তীয় আয়োগ 2021/22 ( আন টাইড পুঁজি...
26/04/2023

৯ নং হালধীয়া জিলা পৰিষদৰ অন্তৰ্গত গুইলেজা গাওঁ পঞ্চায়তৰ পশ্চিম খাটাকুছিত পঞ্চদশ বিত্তীয় আয়োগ 2021/22 ( আন টাইড পুঁজি) ৰ দ্বাৰা নিৰ্মাণ হবলগীয়া ফুট ব্ৰিজৰ কাম শুভ উদ্বোধন কৰে।

আজি অসম বিধানসভাৰ চৌহদত কংগ্ৰেছ দলৰ বিধায়ক সকলে সাংসদ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা প্ৰতিবাদত কলা কাপোৰ পিন্ধি প্ৰতিব...
29/03/2023

আজি অসম বিধানসভাৰ চৌহদত কংগ্ৰেছ দলৰ বিধায়ক সকলে সাংসদ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা প্ৰতিবাদত কলা কাপোৰ পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰে।

26/03/2023

👉আপুনি ব্যৱহাৰ কৰা হেলমেটটোৰে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিবনে?
👉প্ৰকৃত ISI MARK যুক্ত হয় নে নহয় চিনি পাব কেনেকৈ?

হঠাৎ খৰিচালা বজাৰত শুকুৰ আলী
26/03/2023

হঠাৎ খৰিচালা বজাৰত শুকুৰ আলী

24/03/2023

বিভিন্ন দেশৰ আজান
#আজান #ৰমজান

এই দৃশ্য নামনি অসমৰ প্ৰধান বাণিজ্যিক চহৰ বৰপেটাৰোডৰ  #বৰপেটা_ৰোড
24/03/2023

এই দৃশ্য নামনি অসমৰ প্ৰধান বাণিজ্যিক চহৰ বৰপেটাৰোডৰ #বৰপেটা_ৰোড

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্তসমূ...
22/03/2023

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্তসমূহ:

আকাশৰ পৰা পৰিল এটি ১০কেজি ওজনৰ শিল
22/03/2023

আকাশৰ পৰা পৰিল এটি ১০কেজি ওজনৰ শিল

Address

Kharichala, Barpeta Road
Barpeta Road

Alerts

Be the first to know and let us send you an email when Light News 365 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Light News 365:

Share


Other News & Media Websites in Barpeta Road

Show All

You may also like