গহপুৰ দৈনিক পৃষ্ঠা

গহপুৰ দৈনিক পৃষ্ঠা Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from গহপুৰ দৈনিক পৃষ্ঠা, Media/News Company, Gohpur. Ghahigaon, Rajshahi Division.
(11)

30/06/2024

আপোনাৰ প্ৰতিভা আমাৰ সন্ধান
আপুনিও প্ৰেৰণ কৰক আপোনাৰ প্ৰতিভা
যোগাযোগ নম্বৰ :- 8399016548

সকলোকে বাবাই মঙ্গল কৰক ,জয় অগ্নিনাভ বাবা ৷🙏🙏
30/06/2024

সকলোকে বাবাই মঙ্গল কৰক ,জয় অগ্নিনাভ বাবা ৷🙏🙏

Final Catchসূৰ্যকুমাৰ যাদৱৰ এই কেছটোক লৈ লিখক এষাৰি বাক্য...
29/06/2024

Final Catch
সূৰ্যকুমাৰ যাদৱৰ এই কেছটোক লৈ লিখক এষাৰি বাক্য...

29/06/2024

Congratulations Team India for grand victory.. Prime Minister Modi's tweet on becoming the world champion of Team India

ঐতিহাসিক ক্ষণ।দ্বিতীয়বাৰ লৈ T20 বিশ্বকাপৰ ট্ৰফী ভাৰতৰ হাতত।এই বিজয়ৰ বাবে কমেণ্টৰ জৰিয়তে জনাওক শুভেচ্ছা।
29/06/2024

ঐতিহাসিক ক্ষণ।দ্বিতীয়বাৰ লৈ T20 বিশ্বকাপৰ ট্ৰফী ভাৰতৰ হাতত।এই বিজয়ৰ বাবে কমেণ্টৰ জৰিয়তে জনাওক শুভেচ্ছা।

👉বিশ্বজয়! T20 বিশ্বকাপ ক্ৰিকেটৰ খিতাপ দখল ভাৰতৰ। দক্ষিণ আফ্ৰিকাক পৰাস্ত টীম ইণ্ডিয়াৰ। ৭ ৰানত জয়ী ভাৰত।
29/06/2024

👉বিশ্বজয়! T20 বিশ্বকাপ ক্ৰিকেটৰ খিতাপ দখল ভাৰতৰ। দক্ষিণ আফ্ৰিকাক পৰাস্ত টীম ইণ্ডিয়াৰ। ৭ ৰানত জয়ী ভাৰত।

29/06/2024

আঠটাকৈ বসন্ত গৰকা প্ৰজ্ঞা আৰু সাধনাৰ মন্দিৰ ৰয়েল একাডেমি জুনিয়ৰ কলেজৰ যোৱা কালি প্ৰতিষ্ঠা দিৱস উদযাপন ৷৷

গহপুৰৰ পশ্চিম প্ৰান্তৰ ৰাইজৰ বাবে ভাল খৱৰ ৷ ঘাঁহিগাওঁ স্থিত জনতা মেডিকেলত শনিবাৰেদুপৰীয়া ২ বজাৰ পৰা Goldmedalist   M.D. ...
28/06/2024

গহপুৰৰ পশ্চিম প্ৰান্তৰ ৰাইজৰ বাবে ভাল খৱৰ ৷ ঘাঁহিগাওঁ স্থিত জনতা মেডিকেলত শনিবাৰে
দুপৰীয়া ২ বজাৰ পৰা Goldmedalist M.D. ডাঃ শুভম চৌধুৰীয়ে আগবঢ়োৱা চিকিৎসা সেৱাত বহুতো ৰাইজ উপকৃত হৈছে বুলি জানিব পৰা গৈছে ৷
আপুনিও যদি Diabetes ; Hypertension, Thyroid, Nerve, Heart, Gas related and any other critical disease ৰোগত ভুগি আছে তেন্তে চিকিৎসাৰ বাবে আজিয়েই যোগাযোগ কৰক জনতা মেডিকেলৰ সৈতে ৷
Child specialist and general prescriptioner ডাঃ ৰাজেন কুমাৰ দাসক প্ৰতি শনিবাৰে দিনৰ ১১ বজাৰ পৰা ২ বজালৈ
আৰু ডাঃ শুভম চৌধুৰী দুপৰীয়া ২ বজাৰ পৰা জনতা মেডিকেলত উপলব্ধ থাকিব ৷
চিকিৎসা সেৱা সমূহ গ্ৰহণ কৰিবৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক :- 9954974133/7002685565

28/06/2024

গৰু চুৰে ভাঙিলে বৰঙাবাৰীৰ মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয়ৰ ওৱাল ৷
গহপুৰত গৰু চুৰৰ সন্ত্ৰাস !

28/06/2024

⭕সম্ভাৱনাময় সপোনৰ বাটত হেঙাৰ এবিধ জটিল ৰোগ
⭕১০ বছৰে ব্লিডিং ডিছঅৰ্ডাৰত আক্ৰান্ত এগৰাকী ছাত্ৰী
⭕অতি কম সংখ্যক লোকৰ দেহতহে এই বীজাণু

27/06/2024

শুনি চাওকচোন ! গীতটি কেনেপালে জনাবলৈ নাপাহৰিব আমাৰ কমেণ্ট বক্সত ৷

27/06/2024

বাইক আৰোহী সকলক লৈ নথিপত্ৰৰ ক্ষেত্ৰত কি ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে ?
সবিশেষ জানিবলৈ ভিডিঅ টি ক্লিক কৰক ৷৷

27/06/2024

আপোনালোকে বাৰু কবিতা আবৃত্তি ভাল পাইনে ?
জনাওকচোন আমাৰ কমেণ্ট বক্সত ৷

অগ্নিনাভ বাবাৰ কৃপাত দিনটো সকলোৰে শুভ হওক ৷
27/06/2024

অগ্নিনাভ বাবাৰ কৃপাত দিনটো সকলোৰে শুভ হওক ৷

26/06/2024

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত !
২ লাখতকৈ কম বাৰ্ষিক উপাৰ্জনৰ অভিভাৱকৰ শিক্ষাৰ্থী সকলৰ মহাবিদ্যালয়ৰ নামভৰ্তি মাচুল বহনৰ সিদ্ধান্ত ৷এই সন্দৰ্ভত জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন ৷

26/06/2024

শ্ৰীমদ্ভাগৱত পাঠ অনুষ্ঠান চলি থকাৰ মাজতে এটি দিহা নাম ৷ দিনটো সকলোৰে শুভ হওক ৷ সু প্ৰভাত ৷

25/06/2024

কবিতা আবৃত্তি কৰিলে গহপুৰৰ কাৰ কথা মনলৈ আহে আপোনাৰ ! জনাওকচোন আমাৰ কমেণ্ট বক্সত ৷

25/06/2024

শ্ৰীমদ্ভাগৱত পাঠৰ কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছো ৷
দিনটো সকলোৰে মংগল হওক ৷ সু- প্ৰভাত

📌ভাল খবৰ! ভাৰতীয় দলত স্থান লাভ ৰিয়ান পৰাগৰ..
24/06/2024

📌ভাল খবৰ! ভাৰতীয় দলত স্থান লাভ ৰিয়ান পৰাগৰ..

24/06/2024

সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ সকলোৰে প্ৰিয় এটি গীত আপোনালোকলৈ আগবঢ়াইছো ৷

24/06/2024

📌আপোনাৰ সন্তানটোক আপুনি ভাল নলগা বিষয় এটা পঢ়িব বা শিকিবৰ বাবে জোৰ দিছে নেকি ?
📌সি বা তাই কি ভালপায় নজনাকৈ জাপি দিছে নেকি ভাল নলগা বিষয় এটা !
📌আপোনাৰ সন্তানটিয়ে কি বিষয়ত অধিক পাৰদৰ্শিতা দেখুৱাব পাৰিব কেনেকৈ জানিব পাৰিব আপুনি ?
এই সন্দৰ্ভত সবিশেষ জানিব পাৰিব আমাৰ এই প্ৰতিবেদনৰ জড়িয়তে

যোগাযোগ +91 94357 77758/+91 86382 50151

23/06/2024

কি কাৰণে মৃত্যু হল এই পৰ্যন্ত জানিব পৰা নাই কনমাণিটোৰ !

আজিৰে পৰা মহা অম্বুবাচী মেলাবৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে নীলাচল পাহাৰ
22/06/2024

আজিৰে পৰা মহা অম্বুবাচী মেলা

বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে নীলাচল পাহাৰ

22/06/2024

আপোনালোকৰ মৰম আশীৰ্বাদ বুটলিবলৈ সক্ষম হোৱা কনমাণি গীতুস্মিন আজি আকৌ গহপুৰ দৈনিক পৃষ্ঠাৰ মজিয়াত ৷

21/06/2024

ইমান সুন্দৰ কণ্ঠ ৷ এবাৰ শুনি চাব ৷ শ্বেয়াৰ নকৰি নোৱাৰিলো ৷ শুনি কেনে পালে জনাবলৈ নাপাহৰিব আমাৰ কমেণ্ট বক্সত ৷

21/06/2024

⭕অৱশেষত বহুতো প্ৰশ্নৰ আৱৰ্তত থকা স্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় স্থাপন হ’ব গহপুৰৰ ভোলাগুৰিত ৷
⭕চাহ শ্ৰমিক সকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কি ক’লে ?
⭕জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি জড়িত ভোলাগুৰিৰ জ্যোতি চিত্ৰবনৰ সংৰক্ষণ সম্পৰ্কে কি ক’লে ?
জানিবলৈ
চাওক আমাৰ এই প্ৰতিবেদন ৷

Address

Gohpur. Ghahigaon
Rajshahi Division
784170

Telephone

+918399016548

Website

Alerts

Be the first to know and let us send you an email when গহপুৰ দৈনিক পৃষ্ঠা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to গহপুৰ দৈনিক পৃষ্ঠা:

Videos

Share


Other Media/News Companies in Rajshahi Division

Show All

You may also like