WebRadio Lokoratnagarbhaa 24/7 Folk WebRadio broadcaster from NER

  • Home
  • WebRadio Lokoratnagarbhaa 24/7 Folk WebRadio broadcaster from NER

WebRadio Lokoratnagarbhaa 24/7 Folk WebRadio broadcaster from NER 24/7 live WebRadio channel from Northeastern Region of India to broadcast ASSAM's Traditional folk m
(1)

অসমীয়া আধুনিক গীতৰ নতুন ধাৰা সৃষ্টিকৰোঁতা  হে মহান শিল্পী জয়ন্ত হাজৰিকা , তোমাৰ এই আই  অসমীৰ বুকুত পুনৰাবৃত্তি জনম লোৱাৰ...
20/09/2024

অসমীয়া আধুনিক গীতৰ নতুন ধাৰা সৃষ্টিকৰোঁতা হে মহান শিল্পী জয়ন্ত হাজৰিকা , তোমাৰ এই আই অসমীৰ বুকুত পুনৰাবৃত্তি জনম লোৱাৰ সময় আকৌ কাহানিবা আহিব ? তোমাৰ সৃষ্টিশীল সুৰৰ মায়াজালত আমি বন্দী সদৌ অসমবাসী। তোমাৰ গীতৰ লহৰত আমি সদায়ে অমৃতময় ৰসৰ আনন্দ লভি অলৌকিকতাৰ সুৰৰ মহাসাগৰত লুকাভাকুৰ খেল খেলোঁ । দিনটোৰ ২৪ঘণ্টাই যেন তোমাৰ সুৰাপিত মিঠা গীতৰ আনন্দ লৈ থাকিবলৈ আমাৰ এই জনম। আমি সদায়ে তোমাৰ গীত broadcast কৰোঁ আমাৰ ৱেবৰেডিঅ লোকৰত্নগৰ্ভাত ।
আগলৈকোঁ broadcast কৰি থকাৰ প্ৰতিশ্ৰুতিৰে
# #
লোকৰত্নগৰ্ভা বেৱৰেডিঅ সকলো Rj আৰু সদস্য সদস্যা
২০/০৯/২০২৪

04/07/2024

“ মোৰ বুকুত এজোপা গোলাপ কোনে ৰুলে .........” এনে গীতিকবিতাৰ সৃষ্টি কৌটি কৌটি বেদনা বুকুত লৈ অফুৰন্ত সাহিত্যৰ মৌ চুঁহি মেতমৰা শব্দৰ চহকী ভঁৰালৰ গৰাকীৰ দ্বাৰা সম্ভৱ ৷ আই অসমীৰ সুসন্তান কবি হীৰেন ভট্টাচাৰ্য্য ৰ আজি পূণ্যতিথিত শতকৌটি প্ৰণাম ৱেবৰেডিঅ লোকৰত্নগৰ্ভা পৰিয়ালৰ পৰা আৰু এনে নিপুণ কবিৰ গীতমাত আমি special broadcast ৰ সৌভাগ্য হৈছোঁ। আমি গৰ্বিত আৰু আহ্লাদিত
৷ # #
plz download our app
From Goggle Playstore while typing word
“ Lokoratnagarbhaa ”

21/06/2024

আজি “ বিশ্ব সংগীত দিৱস ” উপলক্ষে Rj Aansuman ৰ দ্বাৰা প্ৰস্তুত ৱেবৰেডিঅ লোকৰত্নগৰ্ভা ত প্ৰচাৰিত এক আটকধুনীয়া অনুষ্ঠানৰ আনন্দ লবলৈ tune কৰক ৱেবৰেডিঅ লোকৰত্নগৰ্ভা

plz download our 24×7 broadcasting WebRadio channel Lokoratnagarbhaa from Goggle Playstore to listen to a mind blowing new program with Dolby sound tracks
# # # WebRadio Lokoratnagarbhaa

14/06/2024

দৰদী কণ্ঠৰ অধিকাৰী নিপুণ Rj Aansuman ৰ দ্বাৰা প্ৰস্তত আজি (১৪জুন ২০২৪ ) “ বিশ্ব ৰক্তদান দিৱস ” ৰ উপলক্ষে এক বিশেষ অনুষ্ঠানৰ আনন্দ লওক বিয়লি ৫বজাৰ পৰা ৬বজালৈকে অসমৰ প্ৰথম ৱেবৰেডিঅ লোকৰত্নগৰ্ভা ত ৷

বহুত নজনা কথাৰে ভৰপুৰ আজিৰ এই বিশেষ অনুষ্ঠান উপভোগ কৰকচোন only at WebRadio Lokoratnagarbhaa

25/03/2024

ৱেবৰেডিঅৰ লোকৰত্নগৰ্ভা তৰফৰ পৰা ফল্গুৎসৱৰ Special program দৰদী কণ্ঠৰ RJ অংশুমানৰ যাদুকৰী কণ্ঠত শুনক ৰঙ উৎসৱৰ নানান কথা ৷ আমি ১০০% সত্য যে এই ফাকুৱা উৎসৱৰ বহু নজনা কথা আপুনি বোধগম্য হব RJ Aansuman ৰ দ্বাৰা প্ৰস্তুত Holi special program পৰা । সদায়ে tune কৰক ৱেবৰেডিঅ লোকৰত্নগৰ্ভা আৰু আপোনাৰ প্ৰিয়জনক শুনিবলৈ অনুৰোধ কৰক। কিয়নো সুখৰ ৰঙ সকলোৱে একেলগে মিলি উপভোগ কৰাটোৱেই প্ৰকৃত আনন্দ 😊😊😊😊Happy Holi greetings from WebRadio lokoratnagarbhaa # # # plz download Assanese Folk cultural WebRadio station from Goggle Playstore while typing the word “ Lokoratnagarbhaa ”

ফল্গুৎসৱৰ শুভেচ্ছা , শুভকামনা আৰু আশাকৰোঁ গুৰুজনাই ৰংবিৰঙৰ সপোনৰ ৰংৰহইচেৰে জেতুকী জীৱনত আনন্দৰ উদগীৰণৰ সুযোগ সুবিধা দিয়ক...
25/03/2024

ফল্গুৎসৱৰ শুভেচ্ছা , শুভকামনা আৰু আশাকৰোঁ গুৰুজনাই ৰংবিৰঙৰ সপোনৰ ৰংৰহইচেৰে জেতুকী জীৱনত আনন্দৰ উদগীৰণৰ সুযোগ সুবিধা দিয়ক অনাগত সময়ত।
# # লোকৰত্নগৰ্ভা ড° ডলী দাস আশাৰ সপোনৰ ৱেবৰেডিঅ ষ্টেচন “ লোকৰত্নগৰ্ভা ” ৰ হৈ ২৪×৭ সুৰীয়া অসমীয়া সংগীতৰ ব্যৱস্থাপনাৰে আমি সদায়ে আপোনাৰ কাষত সৰ্বক্ষণ ৷
# #
অভিযন্তা শংকৰ কৃষ্ণ দাসৰ দ্বাৰা প্ৰচাৰিত প্ৰথম আৰু একক ৱেবৰেডিঅ যি বিশ্বৰ প্ৰতিটো প্ৰান্তত উপলব্ধ আপোনাৰ মবাইলৰ জৰিয়তে

পবিত্ৰ মে ডাম মে ফি উৎসৱৰ  শুভকামনা আৰু হিয়াভৰা ওলগ জনালোঁ ৷ বৰঅসমৰ মেতমৰা লোকাচাৰ লোকসংস্কৃতিৰ এক প্ৰথম প্ৰধান ধৰ্মীয়সা...
31/01/2024

পবিত্ৰ মে ডাম মে ফি উৎসৱৰ শুভকামনা আৰু হিয়াভৰা ওলগ জনালোঁ ৷ বৰঅসমৰ মেতমৰা লোকাচাৰ লোকসংস্কৃতিৰ এক প্ৰথম প্ৰধান ধৰ্মীয়সাংস্কৃতিক উৎসৱ হৈছে মে ডাম মে ফি।
লোকৰত্নগৰ্ভা ৱেবৰেডিঅৰ Rj সকলৰ দ্বাৰা প্ৰস্তুত আটকধুনীয়া সাংস্কৃতিক অনুষ্ঠানৰ দিহা কৰা হৈছে আজিৰ এই পবিত্ৰ দিনত ৷ শুনিবলৈ tune কৰক @ Lokoratnagarbhaa WebRadio .
# # লোকৰত্নগৰ্ভা ড° ডলী দাসৰ সপোনৰ বাস্তৱ ৰূপান্তৰিত হৈছে ২৪ ঘন্টাই বিশ্বৰ প্ৰান্তে প্ৰান্তে সুৰীয়া আমাৰ নপুৰণি গীত সমুহৰ Dolby sound trackত সম্প্ৰসাৰণ কৰা আপোনাৰ মনোৰঞ্জনৰ নিৰ্মিতে

পাকৈত Rjসকলৰ নিপুণ হাতৰ পৰশত নতুন পুৰণা অসমীয়া গীতৰ মজা লবলৈ tune কৰক আপোনাৰ প্ৰিয় ৱেবৰেডিঅ লোকৰত্নগৰ্ভা
21/12/2023

পাকৈত Rjসকলৰ নিপুণ হাতৰ পৰশত নতুন পুৰণা অসমীয়া গীতৰ মজা লবলৈ tune কৰক আপোনাৰ প্ৰিয় ৱেবৰেডিঅ লোকৰত্নগৰ্ভা

21/12/2023
শ্ৰদ্ধাৰ্ঘ্য ৷ 🙏বিয়াল্লিছৰ আন্দোলনৰ আজি, ২০ ছেপ্টেম্বৰৰ এই ঐতিহাসিক দিনটোতে, 'মৃত্যুবাহিনী'ৰ হৈ গহপুৰ থানাত ত্ৰিৰংগা উত্...
20/09/2023

শ্ৰদ্ধাৰ্ঘ্য ৷ 🙏

বিয়াল্লিছৰ আন্দোলনৰ আজি, ২০ ছেপ্টেম্বৰৰ এই ঐতিহাসিক দিনটোতে, 'মৃত্যুবাহিনী'ৰ হৈ গহপুৰ থানাত ত্ৰিৰংগা উত্তোলন কৰি অসীম সাহস, বীৰত্ব আৰু দেশপ্ৰেমৰ পৰিচয় দি পুলিচৰ নিৰ্মম গুলিত 'শ্বহীদ' হৈছিল বীৰাঙ্গনা
#কনকলতা_বৰুৱা। ☆

শ্বহীদ কনকলতা আমাৰ ডেকা-গাভৰুসকলৰ বাবে চিৰদিন প্ৰেৰণাৰ উৎস হৈ আছে আৰু থাকিবও। তেওঁক মনত পেলোৱা আৰু মনত ৰখাৰ লগতে আমাৰ নতুন চামক তেওঁৰ বিষয়ে অৱগত কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য ।এই উদ্দেশ্যই আমাৰো এয়া এটি ক্ষুদ্ৰ প্ৰয়াস।
আহক সতীৰ্থসকল, আজিৰ এই পৱিত্ৰ দিনত আমি সকলোৱে মহান শ্বহীদগৰাকীক এবাৰ সোঁৱৰাৰ লগতে তেওঁৰ পূণ্যাত্মালৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰোঁ ।
❀☀❀☀❀

৩ আগষ্ট আমাৰ প্ৰচেষ্টাত আৰম্ভ কৰা অসমৰ প্ৰথমটি ৱেবৰেডিঅ চেনেল “ লোকৰত্নগৰ্ভা ” ৰ  পোনপ্ৰথমে Broadcast কৰিছিলো বিশ্বৰ প্ৰ...
03/08/2023

৩ আগষ্ট আমাৰ প্ৰচেষ্টাত আৰম্ভ কৰা অসমৰ প্ৰথমটি ৱেবৰেডিঅ চেনেল “ লোকৰত্নগৰ্ভা ” ৰ পোনপ্ৰথমে Broadcast কৰিছিলো বিশ্বৰ প্ৰান্তে প্ৰান্তে অসমীয়া লোকসংগীতৰ ২৪ ঘন্টাই অহৰ্নিশে ৷ নিৰবধি আমাৰ Rj সকলৰ সামাজিক দায়বদ্ধতাৰে এটি এটি ন ন অনুষ্ঠানৰ দিহা কৰা হয় প্ৰতিটো দিনত ৷
আমি আজি লব্ধপ্ৰতিষ্ঠ এটি থলুৱা লোকসংগীতৰ broadcasting চেনেল ৷ ২৪ঘণ্টাই আমাৰ প্ৰয়াস যে ন পুৰণিকলীয়া অসমীয়া গীত মাতৰে চিৰসেউজীয়া কৰা আপোনাৰ মনপ্ৰাণ ৷ সুদুৰৰ লণ্ডনৰ পৰা সাহিত্য কাণ্ডাৰীসকলৰ নিজ মনৰে আমাক সহাৰি দি অসমীয়া ভাষা সাহিত্যৰ শুদ্ধ উচ্চাৰণৰ দৰে ন ন প্ৰগ্ৰেম দিহা আমি কৰিছোঁ যোৱাকেইটা বছৰত ৷ কবিতাৰ অনুষ্ঠান Rj আগমনি আৰু কনমানি সকলৰ প্ৰগ্ৰেম “ পখিলা ” বৰ জনপ্ৰিয় হৈছে ৷ Rj অনশুমান ৰ দৰদী কণ্ঠত প্ৰাণ পাই উঠে সকলো অনুষ্ঠান ৷ ৰাইজৰ বহুত দাবীত আমি সদায়ে Rj Aansuman ৰ দ্বাৰা কবিতা আবৃত্তিৰ দিহা কৰোঁ ৷ Rj কৃতাঞ্জলি বৰ্মনৰ সৃষ্ট “ দিহিঙেদিপাঙে ” অনুষ্ঠানৰ জনপ্ৰিয়তা নিৰন্তৰে বাঢ়ি গৈ আছে ৷
লোকৰত্নগৰ্ভা ড° ডলী দাসৰ সপোনবোৰৰ বাস্তৱ ৰূপায়ণ কৰাত আমি কাহানিও কুণ্ঠাবোধ বা কৃপনালি কৰা নাই ৷ লগতে প্ৰিয় শ্ৰোতাৰ মনপচন্দৰ অনুষ্ঠান broadcast কৰাটো আমাৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য ৷
আজি আন এটি নতুন broadcasting বছৰৰ শুভপৰিণতিতেই আপোনাৰ আশিসধন্য হবলৈ সমূহ Rj আৰু কাৰ্য্যকুশলীৰ হৈ মই অভিযন্তা শংকৰ কৃষ্ণ দাসে digital শৰাইখন লৈ নতশিৰে সেৱাঁ ললোঁ ৷
হিয়াউজাৰি আশিৰ্বাদ দিব আমাৰ আৰু সদায়ে শুনিবলৈ tune কৰক ৱেবৰেডিঅ লোকৰত্নগৰ্ভা ৷
plz download your favorite WebRadio channel Lokoratnagarbhaa from Goggle Playstore .
Type word Lokoratnagarbhaa and search at Goggles Playstore .😊🙏😊🙏🙏🙏🙏

Rj Aansuman ৰ মাদকতাভৰা দৰদী কণ্ঠত নিগৰি আহিল অসমীয়া গঞাই কিয় তামোলৰ ব্যৱহাৰ বেছিকৈ কৰিছিল তথা বিহুৱতী যুৱতীৰ ৰঙা ওঁঠত ত...
09/07/2023

Rj Aansuman ৰ মাদকতাভৰা দৰদী কণ্ঠত নিগৰি আহিল অসমীয়া গঞাই কিয় তামোলৰ ব্যৱহাৰ বেছিকৈ কৰিছিল তথা বিহুৱতী যুৱতীৰ ৰঙা ওঁঠত তামোলৰ ৰঙা ৰঙেই আছিল প্ৰসাধনৰ প্ৰথম প্ৰধান অত্যাৱশ্যক সামগ্ৰী ৷
আমাৰ লোকাচাৰত তামোলপাণৰ কি কি কথা উল্লেখ আছে তাকে জানিবলৈ tune কৰক ৱেবৰেডিঅ লোকৰত্নগৰ্ভা ৷ বহুকেইটা ন ন শিতানৰ মাজেৰে Rj অংশুমানৰ কণ্ঠত বিলীন হওক আপোনাৰ কিছুসময় ৷
Plz download our 24×7 broadcasting WebRadio channel lokoratnagarbhaa from goggle Playstore.

বিশ্ব মিউজিক দিৱসৰ উপলক্ষে আমাৰ Rjসকলৰ মনপচন্দ অনুষ্ঠানৰ বাৱে Tune কৰক ৱেবৰেডিঅ লোকৰত্নগৰ্ভা ৷এতিয়াও যদি অসমৰ প্ৰথম আৰু ...
21/06/2023

বিশ্ব মিউজিক দিৱসৰ উপলক্ষে আমাৰ Rjসকলৰ মনপচন্দ অনুষ্ঠানৰ বাৱে Tune কৰক ৱেবৰেডিঅ লোকৰত্নগৰ্ভা ৷
এতিয়াও যদি অসমৰ প্ৰথম আৰু একক ৱেবৰেডিঅ লোকৰত্নগৰ্ভা ৰ এপ টি ডাউনলড্ কৰা নাই , তেন্তে গুগুল Playstore ত গৈ Lokoratnagarbhaa শব্দটি টাইপ কৰক আৰু install কৰক ২৪ ঘন্টাই অসমীয়া ন ন সুমধুৰ গীত “ লোকৰত্নগৰ্ভা ” যোগেদি ৷

আমাৰ Rj সকলৰ মনপচন্দৰ গীত পবিত্ৰ বৌদ্ধ পূৰ্ণিমাৰ উপলক্ষে শুনিবলৈ tune কৰক ৱেবৰেডিঅ লোকৰত্নগৰ্ভা । plz download our app f...
05/05/2023

আমাৰ Rj সকলৰ মনপচন্দৰ গীত পবিত্ৰ বৌদ্ধ পূৰ্ণিমাৰ উপলক্ষে শুনিবলৈ tune কৰক ৱেবৰেডিঅ লোকৰত্নগৰ্ভা ।
plz download our app from Goggle Playstore while writing word “ Lokoratnagarbhaa”

ৰঙীয়াল মন সকলো উৎসৱ আমাৰ প্ৰিয় আৰু পবিত্ৰ ৷ৰঙৰ উৎসৱ ফাকুৱা আৰু পবিত্ৰ শ্বৱ-এ বাৰাত উৎযাপন পূণ্য তিথিলৈ আমাৰ ৱেবৰেডিঅ লোক...
07/03/2023

ৰঙীয়াল মন সকলো উৎসৱ আমাৰ প্ৰিয় আৰু পবিত্ৰ ৷
ৰঙৰ উৎসৱ ফাকুৱা আৰু পবিত্ৰ শ্বৱ-এ বাৰাত উৎযাপন পূণ্য তিথিলৈ আমাৰ ৱেবৰেডিঅ লোকৰত্নগৰ্ভা পৰিয়ালৰ পৰা সদৌটিকে আন্তৰিক শুভকামনা আৰু ভাতৃত্ববোধৰ মৰমচেনেহ যাচিলোঁ ৷ প্ৰীতিৰ এনাজৰীডাল কটকটীয়াকৈ সকলোৰে হৃদয়ত চিৰযুগমীয়া হওঁক 😊😊😊😊😊

বহুতেই জানিবলৈ ইচ্ছা কৰে Podcast আৰু ৱেবৰেডিঅৰ মাজত difference কি কি আছে ৷বিনম্ৰতাৰে কৈ দিওঁ :১) Podcast হৈছে recorded v...
18/02/2023

বহুতেই জানিবলৈ ইচ্ছা কৰে Podcast আৰু ৱেবৰেডিঅৰ মাজত difference কি কি আছে ৷
বিনম্ৰতাৰে কৈ দিওঁ :
১) Podcast হৈছে recorded version of any audio ( radio version ) নাইবা video যাক internet ৰ যোগেদি শ্ৰোতা নাইবা দৰ্শকে download কৰি নিজৰ ইচ্ছা অনুসৰি শুনিব পাৰে ৷
কিন্ত ৱেবৰেডিঅ হৈছে মবাইলত বা কম্পিউটাৰত online হৈ থকা এটি purely radio station with Dolby sound quality sound track যত Rj সকলৰ মনপচন্দৰ অনুষ্ঠান বা শ্ৰোতাৰ মনপচন্দৰ গীত online ভাৱে ২৪ঘণ্টাই শুনিব পাৰি ৱেবৰেডিঅৰ কৰ্তৃপক্ষৰ বা Rj সকলৰ ইচ্ছা অনুযায়ী ৷ ৱেবৰেডিঅৰ মজা আৰু মাদকতাই শ্ৰোতাক সদায়ে প্ৰেৰণা আৰু এক ভিন্ন সোৱাদৰ ব্যৱস্থা কৰে ৷ ইয়াৰ পিছত কি শুনিবলৈ পাব তাক উৎকণ্ঠা থাকিলেহে ৰেডিঅটোৰ মাদকতাই মনপ্ৰাণ পুলকিত কৰে ৷
২) Rj সকলৰ বহু research orientation পিছতহে এটি প্ৰগ্ৰেম broadcast কৰা হয় ৱেবৰেডিঅৰ মাধ্যমেৰে ৷ তাৰ বাৱে এটি এটি প্ৰগ্ৰেমৰ বহু কষ্টকৰ যাত্ৰাৰ কথা শ্ৰোতাক জানিবলৈ দিয়া নহয় কিন্ত তথ্যগধুৰ অনুষ্ঠানৰ মাদকতাই শ্ৰোতাক আনন্দ দিব পাৰিলেই , Rj সকলৰ সফলতাৰ নিদৰ্শন ৷

পোনপ্ৰথমে ১৯৪৬চনত বিশ্বৰেডিঅ দিৱসৰ আয়োজন কৰে সংযুক্ত ৰাষ্ট্ৰসংঘৰ দ্বাৰা ১৩ ফেব্ৰুৱাৰীত ৷ তেতিয়াৰে পৰা প্ৰতিবছৰে ১৩ ফেব্ৰ...
13/02/2023

পোনপ্ৰথমে ১৯৪৬চনত বিশ্বৰেডিঅ দিৱসৰ আয়োজন কৰে সংযুক্ত ৰাষ্ট্ৰসংঘৰ দ্বাৰা ১৩ ফেব্ৰুৱাৰীত ৷ তেতিয়াৰে পৰা প্ৰতিবছৰে ১৩ ফেব্ৰুৱাৰী দিনটো “ বিশ্বৰেডিঅ দিৱস ” ৰূপে বিশ্বৰ প্ৰান্তে প্ৰান্তে পালন কৰি অহা হৈছে ৷ ৰেডিঅটো হৈছে মানৱজাতিৰ বাৱে এক নষ্টালজিক বন্ধু সদৃশ সৰ্বক্ষণৰ বাৱে ২৪×৭ .
ৱেবৰেডিঅ লোকৰত্নগৰ্ভাৰ সমুহ Rj আৰু কাৰ্য্যকৰী সদস্যৰ দ্বাৰা আজিৰ এই বিশ্ব ৰেডিঅ দিৱসত আপোনালৈ জনালোঁ আন্তৰিক শুভকামনা ৷ হাঁহি আৰু আনন্দেৰে গীত আলেখ্য আৰু নাটকৰ মজা লবলৈ tune কৰক ৱেবৰেডিঅ লোকৰত্নগৰ্ভা ৷
আমি সদায়ে ন ন প্ৰগ্ৰেমৰ দ্বাৰা আমাৰ সাতামপুৰুষীয়া লোকসংস্কৃতিৰ উৎকৰ্ষসাধনৰ বাৱে অহৰহ চেষ্টা কৰি আহিছোঁ ৷
Goggle Playstore ৰ Lokoratnagarbhaa application টি download কৰক আৰু আপোনাৰ প্ৰিয়জনক এই নিভাঁজ লোকসংগীতৰ সোণসেৰীয়া গীতমাত শুনিবলৈ আহ্বান কৰক ৷

শ্ৰদ্ধাৰে সোঁৱৰণ  অসমৰ জনগণৰ সৰ্বকালৰ হিয়াৰ আমঠু তথা কলাগুৰু ৰূপে সদাপৰিচিত  বিষ্ণু প্ৰসাদ ৰাভা  দেৱক তেওঁৰ জনম তিথিত ৷স...
31/01/2023

শ্ৰদ্ধাৰে সোঁৱৰণ অসমৰ জনগণৰ সৰ্বকালৰ হিয়াৰ আমঠু তথা কলাগুৰু ৰূপে সদাপৰিচিত বিষ্ণু প্ৰসাদ ৰাভা দেৱক তেওঁৰ জনম তিথিত ৷
সংগীতৰ বৰলুইতখনৰ আন এটি নাম যেন কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেও ৷
ৱেবৰেডিঅ লোকৰত্নগৰ্ভাৰ পৰিয়ালৰ পৰা আজি বিশেষ দিনটোত বিশেষভাৱে আমি তোমাৰেই সৃষ্টিৰাজীক প্ৰচাৰৰ আৰু প্ৰসাৰৰ দিহা কৰিছোঁ

ৱেবৰেডিঅ লোকৰত্নগৰ্ভা তৰফৰ পৰা আন্তৰিক শুভেচ্ছা তথা শুভাশীষ জনালোঁ এই ভোগৰ উৎসৱ ভোগালী বিহু উপলক্ষে ৷ সকলো Rj আৰু ৱেবৰে...
14/01/2023

ৱেবৰেডিঅ লোকৰত্নগৰ্ভা তৰফৰ পৰা আন্তৰিক শুভেচ্ছা তথা শুভাশীষ জনালোঁ এই ভোগৰ উৎসৱ ভোগালী বিহু উপলক্ষে ৷ সকলো Rj আৰু ৱেবৰেডিঅৰ কৰ্মকৰ্তা অহৰ্নিশে আপোনাৰ মনোৰঞ্জনৰ বাৱে উৎসৰ্গিত থলুৱা নিভাঁজ লোকসংগীতৰ broadcast কৰিবলৈ বিশ্বৰ প্ৰান্তে প্ৰান্তে ৱেবৰেডিঅ লোকৰত্নগৰ্ভা দ্বাৰা ৷
পিঠাপনা দৈ চিৰাৰ সৈতে শুনক সুমধুৰ অসমীয়া সংগীতানুষ্ঠান ২৪×৭ আমাৰ ৱেবৰেডিঅ লোকৰত্নগৰ্ভা মাধ্যমেৰে

24/10/2022

অন্তৰচুই যোৱা মাদকতাভৰা কণ্ঠৰে Rj Aansuman ৰ দীপান্বিতা উৎসৱৰ বহু নজনা কথা জানিবলৈ শুনি থাকক ৱেবৰেডিঅ লোকৰত্নগৰ্ভা। সকলো ঠাইৰ বাহিৰে ভাৰতৰ এখন গাওঁত দীপাৱলী উৎসৱ পালন কৰা নহয় ৷ গাওঁখনৰ সাধাৰণ প্ৰজাই কি দীপাৱলী উৎসৱত ফূৰ্তিৰে চাকিগছ নজ্বলাই , সেই ৰোমাঞ্চকৰ কথাবোৰ Rj Aansuman ৰ হৃদয় চুই যোৱা কণ্ঠত শুনি যাওঁক ৱেবৰেডিঅ লোকৰত্নগৰ্ভাৰ মাধ্যমেৰে ৷ উৎসৱত আমি লৈ আহিছোঁ ন ন শিতানৰ বহু কাৰ্য্যসূচী আপোনাৰ মনোৰঞ্জনৰ নিৰ্মিতে 😊😊😊😊

Organic DIWALI বা Green DIWALI ৰ বাৱে লাগে মাথোঁ পৰিয়ালৰ লগত কিছু হিয়াভৰা আনন্দ ক্ষণৰ সৈতে এথালী মিঠাই আৰু কিছুসময় সুমধু...
23/10/2022

Organic DIWALI বা Green DIWALI ৰ বাৱে লাগে মাথোঁ পৰিয়ালৰ লগত কিছু হিয়াভৰা আনন্দ ক্ষণৰ সৈতে এথালী মিঠাই আৰু কিছুসময় সুমধুৰ সংগীতৰ আমেজ ৷ এই দীপাৱলীৰ শুভ ক্ষণত ৱেবৰেডিঅ লোকৰত্নগৰ্ভাৰ সমূহ Rj আৰু কৰ্মকৰ্তাৰ তৰফৰ পৰা জনালোঁ হিয়াৰ অযুত শ্ৰদ্ধাৰে লগতে মৰমচেনেহেৰে শুভেচ্ছা ৷ আমি বিগত বছৰৰ দৰে এইবেলি দীপাৱলীত ন ন সুমধুৰ গীত লোকসংগীতেৰে আপোনাৰ এই উৎসৱৰ আনন্দ মুহূৰ্তত সৰ্বক্ষণ আৰু অধিক আনন্দদায়ক কৰিবলৈ প্ৰস্তুত ৷ শুনি থাকক ৱেবৰেডিঅ লোকৰত্নগৰ্ভা ২৪×৭ আপোনাৰ হিয়াত ঝংকাৰিত কৰিবলৈ উৎসৱৰ প্ৰতিটো ক্ষণ ৷
WebRadio Lokoratnagarbhaa wishing a very green DIWALI and Organic DIWALI . For best festival mood always listen your most favorite WebRadio station LOKORATNAGARBHAA .

Address


Telephone

+917503808851

Website

Alerts

Be the first to know and let us send you an email when WebRadio Lokoratnagarbhaa 24/7 Folk WebRadio broadcaster from NER posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to WebRadio Lokoratnagarbhaa 24/7 Folk WebRadio broadcaster from NER:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share