Kamtapur Progressive Party-KPP.

  • Home
  • Kamtapur Progressive Party-KPP.

Kamtapur Progressive Party-KPP. We are belong to Koch blood race. The Koch is a pure Mongoliad blood in south Asia. They are live in India, Nepal, Bangladesh & Bhutan.

The Koch is the biggest ethnic group in south Asia.

16/09/2022
13/09/2022
13/09/2022
13/09/2022
02/09/2022
02/09/2022
27/08/2022
A Central delegation team of Kamtapur Progressive Party (KPP) summit a  memorandum to the President of India Mrs. DRAPAD...
24/08/2022

A Central delegation team of Kamtapur Progressive Party (KPP) summit a memorandum to the President of India Mrs. DRAPADI MURMU Mdam , Prime Minister of India Mr. NARENDRA MODI JI & Home Minister of India Mr. AMIT SHA JI on the demand of Separate Kamtapur state within the framework of the Indian constitution. The KPP's delegate was leading by Mr. UTTAM KUMAR RAY, GENERAL SECRETARY of the Party. The other delegates of the Party Mr .Santosh Kumar Barman, Publicly Secretary, Mr. Dilip Kr . Barman Koch , Executive Member & Mr. Putin Ch. Ray,, Executive Member. We're hoping that government of India solve the Kamtapuri problem very soon.

COME ONE. COME ALL.
23/08/2022

COME ONE.
COME ALL.

প্ৰিয় সংগ্ৰামী সাথী ও সজ্জন,সৰ্ব পত্থমে সংগ্ৰামী অভিবাদন গ্ৰহণ কৰিবেন । বৰ্তমান সমায়  কামতাপুৰ ৰাজ্য পুনৰ গঠন আন্দোলনেৰ ...
22/08/2022

প্ৰিয় সংগ্ৰামী সাথী ও সজ্জন,
সৰ্ব পত্থমে সংগ্ৰামী অভিবাদন গ্ৰহণ কৰিবেন । বৰ্তমান সমায় কামতাপুৰ ৰাজ্য পুনৰ গঠন আন্দোলনেৰ এক ঐতিহাসিক সন্ধিক্ষণ । এই ঐতিহাসিক সন্ধিক্ষণত প্ৰস্তাৱিত কামতাপুৰ অঞ্চলেৰ সৰ্বস্তৰেৰ জনগণেৰ সহায়-সহযোগিতা আৰো যোগদান আমৰা চিৰতৰে কামনা কৰি । এই লক্ষ্য আৰো উদ্দেশ্য আগত ৰাখিয়া আইসা ২৬ আগষ্ট ২০২২ ইং কড়ালত ধুবুৰী জিলা কমিটি খান পুণৰ গঢ়ন কৰা হৈবে ।
ঐ বাদে আইসা ২৬ আগষ্ট ২০২২ ইং কড়ালত সকাল বেলা ১১-00 টাৰ সমায়ত গৌৰীপুৰস্থ কামতা ভবনত একখ্যান সাধাৰণ সভাৰ ডাক দেওয়া হৈছে । এই সভাত ধুবুৰী জিলাৰ সমস্ত ব্লক আৰো অঞ্চল কমিটিৰ কাজুয়া কৰ্মীক হাজিৰ থাকিৰ আঠুষ আৰো আবদাৰ কৰা হৈল ।
ডাকানদাৰ
উত্তম কুমাৰ ৰায় ।
সাধাৰণ সম্পাদক ।
কামতাপুৰপ্ৰগ্ৰেছিভ পাৰ্টি।

05/08/2022
We want Separate Kamtapur state.
04/08/2022

We want Separate Kamtapur state.

16/07/2022
16/07/2022
25/05/2022

উত্তম কুমাৰ ৰায় ।
সাধাৰণ সম্পাদক ।
কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি।
পৃথক কামতাপুৰ ৰাজ্য আৰু আমাৰ মৌলিক অধিকাৰঃ-

Six fundamental rights in Indian Constitution are as:-
1) Right to equality (সমতাৰ অধিকাৰ)।
2) Right to freedom of speech (বাক স্বাধীনতাৰ অধিকাৰ) ।
3)Right against explotation (শোষণৰ বিৰুদ্ধে মাতমাতৰ অধিকাৰ) ।
4) Right to freedom of religion (ধৰ্মীয় স্বাধীনতা অধিকাৰ)
5) Linguist, Cultural & Educational rights (ভাষিক-সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ) ।
6) Right to constitutional remidies ( সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ)।
এই ছয় বিধান মৌলিক অধিকাৰ ভাৰতীয় সংবিধানে ভাৰতৰ প্ৰতিজন নাগৰিকক দিছে। কিন্ত বহুত ক্ষেত্ৰত আমি ঐতিহাসিক কামতাপুৰ তথা উত্তৰবঙ্গৰ আৰু অবিভক্ত গোৱালপাৰা জিলাৰ স্থানীয় ভূমিপুত্ৰ কামতাপুৰী সমাজে যথাযথত ভাবে মৌলিক অধিকাৰ সমুহৰ কিছুমান ভোগ কৰিব পৰা নাই । এই ক্ষেত্ৰত অসম-বঙ্গ চৰকাৰে আমাৰ ওপৰত সদায় এক বৈষম্যমূলক আচৰণ কৰি আহি স্বাধীনতাৰ ৭৫ বছৰ পিছতো; তাৰফলত ভাৰতীয় সংবিধানে আমাৰ দিয়া Right to equality বা সমতাৰ অধিকাৰৰ বাস্তৱায়ন হোৱা নাই। উদাহৰণস্বৰূপে পশ্চিমবংগ চৰকাৰে দক্ষিন বঙ্গ আৰু উত্তৰবঙ্গৰ মাজত এক বৈষম্যমূলক আচৰণ কৰাৰ অভিযোগ আজি কেইবা দশ জুৰি উত্থাপিত হৈ আহিছে। ঠিক একেই দৃষ্টিভংগী আমি অবিভক্ত গোৱালপাৰা জিলাৰ স্থানীয় ভূমিপুত্ৰ কামতাপুৰী সমাজৰ ক্ষেত্ৰতো অসম চৰকাৰে কৰাটো পৰিলক্ষিত হৈছে ।
ভাৰতীয় সংবিধানে আমাক Right to freedom of speech বা বাক স্বাধীনতাৰ অধিকাৰ দিছে; কিন্তু আমি যে আমাৰ অধিকাৰৰ কথা কওঁ, আমাৰ ভাষাৰ কথা কওঁ আৰু আমাৰ ৰাজনৈতিক, শৈক্ষিক অধিকাৰ বিশেষ উত্থাপন কৰোঁ । তেতিয়া পৰিকল্পিত ভাৱে আমাৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ অহৰহ প্ৰচেষ্টা চলোৱা হয় । আমাৰ বিচ্ছিন্নতাবাদী, সমাজ দ্ৰোহী আদি সজোৱা কু-চক্ৰান্ত কৰা হয় ।আমি পৃথক কামতাপুৰ ৰাজ্য দাবী উত্থাপিত কৰিলে আমাক বিচ্ছিন্নতাবাদী সজোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰা হয়। ইয়াৰ ফলত আমি ভাৰতীয় সংবিধানে দিয়া বাক স্বাধীনতা যথাযথ ভাবে ভোগ কৰিব পৰা নাই বুলি আমাৰ সৰ্ব সাধাৰণ ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হৈছে ।
ভাৰতীয় সংবিধানে আমাক Right against explotation বা শোষণৰ বিৰুদ্ধে মাতমাতৰ অধিকাৰ দিছে যদিও আমাৰ ওপৰত হৈ থকা শোষণৰ বিৰুদ্ধে আমি কোনো কথা কব নোৱাৰোঁ । আমি শোষণৰ বিৰুদ্ধে কথা ক'লেই কণ্ঠ ৰুদ্ধ কৰিবলৈ প্ৰচেষ্টা চলো হয়।
ভাৰতীয় সংবিধানে আমাক Linguistic, Cultural & Educational rights বা ভাষিক-সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ দিছে যদিও সেই অধিকাৰ সমুহ আমি সঠিকভাৱে ভোগ কৰিব পৰা নাই । আমাক ভাষা আজিও সাংবিধানিক স্বীকৃতি নাই । কামতাপুৰী ভাষাৰ ৰাষ্ট্ৰীয় স্বীকৃতি কথা কলে আমাক নানান ধৰণে উৎপীড়ণ চলোৱাৰ চেষ্টা কৰা হয়।
ভাৰতীয় সংবিধানে আমাক Right to constitutional remidies বা সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ দিছে, সেই কাৰণে আমি বিচাৰিছোঁ যে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ তিনি বা Article-3 প্ৰয়োগ কৰি কামতাপুৰী সমাজৰ সৰ্ব সাধাৰণ মানুহে যতে সংবিধানে প্ৰদান কৰা মৌলিক অধিকাৰ সমুহ সুস্থ পৰিবেশৰ মাজত ভোগ কৰিব পাৰে তাৰ কাৰণে অতিশীঘ্ৰ উত্তৰবঙ্গ আৰু অবিভক্ত গোৱালপাৰা জিলাক সাঙুৰি পৃথক কামতাপুৰ ৰাজ্য পুনৰ গঠন কৰিবলৈ ৰাষ্ট্ৰ ব্যৱস্থাৰ ওপৰত দাবী উত্থাপিত কৰিলোঁ ।

We want Separate Kamtapur State.
24/05/2022

We want Separate Kamtapur State.

Address


Alerts

Be the first to know and let us send you an email when Kamtapur Progressive Party-KPP. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share