Kantho Barpeta Road কণ্ঠ বৰপেটা ৰোড

  • Home
  • Kantho Barpeta Road কণ্ঠ বৰপেটা ৰোড

Kantho Barpeta Road কণ্ঠ বৰপেটা ৰোড Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Kantho Barpeta Road কণ্ঠ বৰপেটা ৰোড, Media, .

28/11/2025
21/08/2025

➡️বৰপেটাৰোডৰ বিশিষ্ট লেখিকা,সাহিত্যিক চিকিৎসক ডাঃপ্ৰিয়ম্বদা দাসৰ দেহাৱসান
➡️বৰপেটাৰোডত শোকৰ ছাঁ

21/08/2025

CARDIOLOGIST FROM SAGAR HOSPITAL, BANGALORE NOW AT BARPETA ROAD 30 & 31 AUGUST

02/07/2025

➡️বাক্সাৰ মঠনগুৰি সমষ্টিৰ ১২ টা ধৰ্মীয় অনুষ্ঠানলৈ ২ লাখ টকাকৈ আৰ্থিক অনুদান প্ৰদান BTRৰ কাৰ্যবাহী সদস্য গৌতম দাসৰ

29/06/2025

📌বৰপেটাৰোড প্ৰগতি সংঘৰ প্ৰাঙ্গনত নিৰ্মান হব ৰবীন্দ্ৰ ভৱন
📌ৰবীন্দ্ৰ ভৱনৰ আধাৰ শিলা আৰু ভূমি পূজনত অংশ গ্ৰহণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

21/03/2025

➡️ধুবুৰীক মিনি বাংলাদেশ আখ্যা দিয়া বিজেপি সাংসদ সুধাংশু ত্ৰিৱেদীৰ বিৰুদ্ধে বৰপেটা জিলা আমছুৰ প্ৰতিবাদ।

➡️হাউলীৰ বৰবালাত বৰপেটা জিলা আমছুৰ বিজেপি সাংসদ সুধাংশু ত্ৰিৱেদীৰ বিৰুদ্ধে তিব্ৰ প্রতিবাদ সাব্যস্ত কৰে বৰপেটা জিলা আমছুয়ে।

21/03/2025

➡️বৰপেটাৰোড আৰক্ষীৰ জালত ড্ৰাগছ সৰাবৰাহকাৰী
➡️বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামল জ্যোতি শইকীয়াৰ নেতৃত্বত এই অভিযান
➡️ধৃত ড্ৰাগছ সৰাবৰাকাৰী গৰাকী বৰপেটা ৰোডৰ জাখলিবিল পথাৰ নিবাসী ইদ্দিছ আলীৰ পুত্ৰ আশ্ৰাফুল ইছলাম

Address


Website

Alerts

Be the first to know and let us send you an email when Kantho Barpeta Road কণ্ঠ বৰপেটা ৰোড posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Media Company?

Share