"JOI AAI AXOM"
hol ene ata E-magazine PAGE, jot ASOM'or hokolu jegar notun protibha xondhan kora hobo. Eyar joriyote notun projonmor protiva aru xombhabona prokash kora hobo, logote jyestho xokolor, sanksritir bibhino khetro't protisthito xokolor upodex , poramorxo loi amar ei PAGE tue bhobishyotor pothot bat bulibo aru xomoyor loge loge bibhinoo xitan homuh eyat xonnibisto kora hobo. Dhonyobad !!
---------------------------------------------------------------------------"মানৱ ধৰ্মই পৰম ধৰ্ম" । যদি আপুনি মনৰ পৰা কাৰোবাক সহায় কৰিব বিচাৰে তেন্তে নিস্বাৰ্থ ভাৱে সহায় কৰি যাওক । সহায়ৰ কোনো পৰিমাণ নাথাকে , যি পৰিমাণে পাৰে সহায়ৰ হাত আগবঢ়ায় চাওকচোন । আপোনালোকৰ এই পদক্ষেপত "Team Humanity" সদায়ে আপোনালোকৰ কাষত । আজি আপুনি যদি কাৰোবাক সহায় কৰিছে তেন্তে সৰুকৈ আমালৈ এটি video আৰু লগতে কেইখনমান স্থিৰচিত্ৰৰে সৈতে আমালৈ পঠাবচোন । আমি আপোনালোকৰ video আৰু ছবিসমূহ আমাৰ ইউটিউব channel ৰ জৰিয়তে প্ৰকাশ কৰিম যাৰ জৰিয়তে আৰু দুজন অনুপ্ৰাণিত হোৱাৰ লগতে এক ন দিশত এধাপ আগুৱাই যোৱাত এধনমানি সহায় হব ।
WhatsApp - 9707763156