অসম উপত্যকা বাৰ্তা

  • Home
  • অসম উপত্যকা বাৰ্তা

অসম উপত্যকা বাৰ্তা Started this page to spread authentic news...

14/09/2020

অকমানিটোৰ কথা শুনকচোন,

10/09/2020

এইটো আকৌ কি বনালে

03/09/2020

অসমীয়া চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেত্ৰী চেতনা দাসৰ স্বামী বিমল দাসৰ দেহাৱসান
Covid 19 ত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল প্ৰয়াত দাস

28/08/2020

শিল্পী গৰাকীক চেল্যুট 🙏

27/08/2020

Wow...

তিনিচুকীয়াৰ বাঘজান তৈলখাদত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।১৩ দিন ধৰি অবিৰতভাৱে গেছ নিৰ্গত হৈ আছিল উক্ত খাদটোত।
09/06/2020

তিনিচুকীয়াৰ বাঘজান তৈলখাদত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।
১৩ দিন ধৰি অবিৰতভাৱে গেছ নিৰ্গত হৈ আছিল উক্ত খাদটোত।

শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সাংস্কৃতিক গৱেষক ড: বিৰিঞ্চি কুমাৰ বৰুৱাই ১৯০৮ চনৰ আজিৰ দিনটোতে নগাঁও জিলাৰ ...
16/10/2019

শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সাংস্কৃতিক গৱেষক ড: বিৰিঞ্চি কুমাৰ বৰুৱাই ১৯০৮ চনৰ আজিৰ দিনটোতে নগাঁও জিলাৰ পুৰণিগুদামত জন্ম গ্রহণ কৰিছিল।
"অসমৰ লোক-সংস্কৃতি" গ্রন্থখনিৰ বাবে ১৯৬৪ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে।

16/10/2019
প্রতি বছৰৰ দৰে আজিৰে পৰা ওড়িশাৰ পুৰীত অতি ধুম ধামেৰে আৰম্ভ হৈছে প্রভূ জগন্নাথ, তেওঁৰ ভগ্নী সুভদ্রা আৰু ককায়েক বলভদ্রৰ ...
04/07/2019

প্রতি বছৰৰ দৰে আজিৰে পৰা ওড়িশাৰ পুৰীত অতি ধুম ধামেৰে আৰম্ভ হৈছে প্রভূ জগন্নাথ, তেওঁৰ ভগ্নী সুভদ্রা আৰু ককায়েক বলভদ্রৰ ৰথ যাত্রা।

24/05/2019

গুজৰাটৰ চুৰাট চহৰৰ এটা Coaching centre'ত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড

এই অগ্নিকাণ্ডত প্ৰায় ১৭ জন ছাত্ৰ নিহত হোৱাৰ লগতে ৩ জন ছাত্ৰ গুৰুতৰভাৱে আহত হয়।

সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত, অসমৰ  প্ৰথম গৰাকী স্নাতক প্ৰথম গৰাকী অসমীয়া প্ৰশাসনিক বিষয়া (ICS)আনন্দৰাম বৰুৱাৰ ওপজা দিনত...
21/05/2019

সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত, অসমৰ প্ৰথম গৰাকী স্নাতক
প্ৰথম গৰাকী অসমীয়া প্ৰশাসনিক বিষয়া (ICS)

আনন্দৰাম বৰুৱাৰ ওপজা দিনত, তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

বলীউদ অভিনেতা অক্ষয় কুমাৰৰ মহানুভৱতাভয়াবহ ফণীৰ তাণ্ডৱত জৰ্জৰিত ওড়িশালৈ অক্ষয় কুমাৰৰ এক কোটি টকাৰ আৰ্থিক সাহাৰ্য্যওড়িশা...
07/05/2019

বলীউদ অভিনেতা অক্ষয় কুমাৰৰ মহানুভৱতা

ভয়াবহ ফণীৰ তাণ্ডৱত জৰ্জৰিত ওড়িশালৈ অক্ষয় কুমাৰৰ এক কোটি টকাৰ আৰ্থিক সাহাৰ্য্য

ওড়িশা চৰকাৰৰ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ জৰিয়তে এই সাহাৰ্য্য প্ৰদান কৰে অভিনেতা গৰাকীয়ে।

অনুগ্ৰহ কৰি বাতৰিটো share কৰক। 🙏

আজি বিশ্ব হাঁপানি দিৱস। হাঁপানি বেমাৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে প্রতিবছৰে মে' মাহৰ প্ৰথমটো মঙ্গলবাৰে এই দিন পালন কৰা হয...
07/05/2019

আজি বিশ্ব হাঁপানি দিৱস। হাঁপানি বেমাৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে প্রতিবছৰে মে' মাহৰ প্ৰথমটো মঙ্গলবাৰে এই দিন পালন কৰা হয়।

এইবছৰৰ সংবাদ পত্রৰ স্বাধীনতা পুৰস্কাৰ (UNESCO/Guillermo Cano World Press Freedom Prize) আগবঢ়োৱা হয় ম্যানমাৰৰ সংবাদকর্ম...
04/05/2019

এইবছৰৰ সংবাদ পত্রৰ স্বাধীনতা পুৰস্কাৰ (UNESCO/Guillermo Cano World Press Freedom Prize) আগবঢ়োৱা হয় ম্যানমাৰৰ সংবাদকর্মী কিয়াও চো' ও আৰু ৱা ল'নলৈ।

ফণীয়ে তাণ্ডব চলোৱা উৰিষ্যা, অন্ধ্রপ্রদেশ আৰু পশ্চিমবংগত মহীশূৰস্থিত কেন্দ্রীয় খাদ্য গৱেষণা বিভাগে খাদ্য যোগান ধৰাৰ কিছু...
04/05/2019

ফণীয়ে তাণ্ডব চলোৱা উৰিষ্যা, অন্ধ্রপ্রদেশ আৰু পশ্চিমবংগত মহীশূৰস্থিত কেন্দ্রীয় খাদ্য গৱেষণা বিভাগে খাদ্য যোগান ধৰাৰ কিছু দৃশ্য।

প্রথমজন অনা ইংৰাজ, শ্রীলঙ্কাৰ প্রাক্তন অধিনায়ক কুমাৰ ছাংগাকাৰাক মেৰিলেবন ক্রিকেট ক্লাবৰ সভাপতি হিচাপে আজি নিযুক্তি দিয়া...
03/05/2019

প্রথমজন অনা ইংৰাজ, শ্রীলঙ্কাৰ প্রাক্তন অধিনায়ক কুমাৰ ছাংগাকাৰাক মেৰিলেবন ক্রিকেট ক্লাবৰ সভাপতি হিচাপে আজি নিযুক্তি দিয়া হয়।

DGCI&S য়ে (Directorate General of Commercial Intelligence and Statistics) প্রকাশ কৰা তথ্য অনুসৰি ভাৰতে ইৰাকৰ পৰা সৰ্ববৃ...
03/05/2019

DGCI&S য়ে (Directorate General of Commercial Intelligence and Statistics) প্রকাশ কৰা তথ্য অনুসৰি ভাৰতে ইৰাকৰ পৰা সৰ্ববৃহৎ পৰিমাণৰ খাৰুৱাতেল আমদানি কৰে।

আজি বিশ্ব প্রেছ স্বাধীনতা দিৱস। সংবাদ মাধ্যমসমূহৰ স্বাধীনতা তথা দায়িত্ব সম্পর্কে অৱগত কৰাবলৈ প্রতিবছৰে এই দিৱস পালন কৰা...
03/05/2019

আজি বিশ্ব প্রেছ স্বাধীনতা দিৱস। সংবাদ মাধ্যমসমূহৰ স্বাধীনতা তথা দায়িত্ব সম্পর্কে অৱগত কৰাবলৈ প্রতিবছৰে এই দিৱস পালন কৰা হয়।

১৯১৩ চনৰ আজিৰ দিনটোতে দাদাচাহেব ফাল্কেৰ দ্বাৰা প্ৰযোজিত তথা পৰিচালিত প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘ্যৰ নিৰ্বাক চলচ্চিত্র ৰাজা ...
03/05/2019

১৯১৩ চনৰ আজিৰ দিনটোতে দাদাচাহেব ফাল্কেৰ দ্বাৰা প্ৰযোজিত তথা পৰিচালিত প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘ্যৰ নিৰ্বাক চলচ্চিত্র ৰাজা হৰিশ্চন্দ্ৰই বোম্বে চহৰৰ কৰোনেচন চিনেমাত মুক্তি লাভ কৰিছিল।

আজি ৰাষ্ট্ৰীয় জীৱন বীমা দিৱস। ভৱিষ্যত জীৱন সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে প্রতিবছৰে ২ মে'ৰ দিনাখন এই দিৱস পালন কৰা হয়।
02/05/2019

আজি ৰাষ্ট্ৰীয় জীৱন বীমা দিৱস। ভৱিষ্যত জীৱন সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে প্রতিবছৰে ২ মে'ৰ দিনাখন এই দিৱস পালন কৰা হয়।

গুৱাহাটীৰ উগ্রতাৰা দেৱালয়ৰ চুৰি হোৱা বিগ্রহ অৱশেষত উদ্ধাৰ কৰিলে গোলাঘাট আৰক্ষীয়ে। নলবাৰীৰ আদিল আলীৰ পুখুৰীত লুকুৱাই থো...
01/05/2019

গুৱাহাটীৰ উগ্রতাৰা দেৱালয়ৰ চুৰি হোৱা বিগ্রহ অৱশেষত উদ্ধাৰ কৰিলে গোলাঘাট আৰক্ষীয়ে। নলবাৰীৰ আদিল আলীৰ পুখুৰীত লুকুৱাই থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰা হয় এই বিগ্রহ লগতে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত চাৰিজন চোৰকো আটক কৰে।

অৱশেষত মাছুদ আজহাৰক বিশ্ব সন্ত্রাসবাদী ৰূপে ঘোষণা কৰিলে ৰাষ্ট্ৰসংঘই।
01/05/2019

অৱশেষত মাছুদ আজহাৰক বিশ্ব সন্ত্রাসবাদী ৰূপে ঘোষণা কৰিলে ৰাষ্ট্ৰসংঘই।

অসমীয়া ভাষা সাহিত্যৰ একনিষ্ঠ সেৱক, "হেমকোষ"ৰ প্ৰণেতা, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱসত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো...
01/05/2019

অসমীয়া ভাষা সাহিত্যৰ একনিষ্ঠ সেৱক, "হেমকোষ"ৰ প্ৰণেতা, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱসত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ।

আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস। মে' দিৱস নামেৰেও পৰিচিত এই দিৱস শ্রমজীৱী মানুহৰ অধিকাৰ প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে প্রতিবছৰে প...
01/05/2019

আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস। মে' দিৱস নামেৰেও পৰিচিত এই দিৱস শ্রমজীৱী মানুহৰ অধিকাৰ প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে প্রতিবছৰে পালন কৰা হয়।

তামিলনাডুত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। বতৰ বিজ্ঞানৰ তথ্য অনুসৰি ঘূৰ্ণীবতাহ ফাণীয়ে তাণ্ডব চলাব পাৰে ৩০ এপ্রিল আৰু ১ মে'ত।
29/04/2019

তামিলনাডুত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। বতৰ বিজ্ঞানৰ তথ্য অনুসৰি ঘূৰ্ণীবতাহ ফাণীয়ে তাণ্ডব চলাব পাৰে ৩০ এপ্রিল আৰু ১ মে'ত।

ৰাছিয়াৰ চমক। সাজি উলিয়ালে পানীত ওপঙা পৃথিৱীৰ প্রথমটো পাৰমাণবিক শক্তি কেন্দ্র।
29/04/2019

ৰাছিয়াৰ চমক। সাজি উলিয়ালে পানীত ওপঙা পৃথিৱীৰ প্রথমটো পাৰমাণবিক শক্তি কেন্দ্র।

আজি আন্তর্জাতিক নৃত্য দিৱস। প্রতিবছৰে ২৯ এপ্রিলৰ দিনা জিন জর্জেসৰ স্মৃতিত এই দিৱস উদযাপন কৰা হয়।
29/04/2019

আজি আন্তর্জাতিক নৃত্য দিৱস। প্রতিবছৰে ২৯ এপ্রিলৰ দিনা জিন জর্জেসৰ স্মৃতিত এই দিৱস উদযাপন কৰা হয়।

লেভান্তিক ০-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰি এফ চি বাৰ্চিলোনাই লা-লীগাত ২৬ সংখ্যক খিতাপ নিজৰ দখললৈ আনিবলৈ সক্ষম হয়।
29/04/2019

লেভান্তিক ০-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰি এফ চি বাৰ্চিলোনাই লা-লীগাত ২৬ সংখ্যক খিতাপ নিজৰ দখললৈ আনিবলৈ সক্ষম হয়।

গুজৰাটত জাৰি কৰা হৈছে ''Orange Alert''। অত্যাধিক উষ্ণতা বৃদ্ধিৰ বাবে গুজৰাট চৰকাৰে লৈছে এনে গুৰুত্বপূর্ণ পদক্ষেপ।
28/04/2019

গুজৰাটত জাৰি কৰা হৈছে ''Orange Alert''। অত্যাধিক উষ্ণতা বৃদ্ধিৰ বাবে গুজৰাট চৰকাৰে লৈছে এনে গুৰুত্বপূর্ণ পদক্ষেপ।

অতি সোনকালেই বজাৰলৈ আহি আছে নতুন বিশ টকীয়াৰ নোট। ৰিজাৰ্ভ বেংকে  সদৰি কৰিলে এই তথ্য।
28/04/2019

অতি সোনকালেই বজাৰলৈ আহি আছে নতুন বিশ টকীয়াৰ নোট। ৰিজাৰ্ভ বেংকে সদৰি কৰিলে এই তথ্য।

গান্ধী চলচ্চিত্ৰত (১৯৮২) শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ বাবে অস্কাৰ বঁটা (১৯৮৩) লাভ কৰিবলৈ সক্ষম হোৱা প্রথম গৰাকী ভাৰতীয় ভানু ...
28/04/2019

গান্ধী চলচ্চিত্ৰত (১৯৮২) শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ বাবে অস্কাৰ বঁটা (১৯৮৩) লাভ কৰিবলৈ সক্ষম হোৱা প্রথম গৰাকী ভাৰতীয় ভানু আথাইয়াই ১৯২৯ চনৰ আজিৰ দিনটোতে কলহাপুৰত (বৰ্তমান: মহাৰাষ্ট্ৰ) জন্ম গ্রহণ কৰিছিল।

আজি বিশ্ব মেলেৰিয়া দিৱস। মেলেৰিয়াৰ বিষয়ে সজাগতা সৃষ্টি আৰু ইয়াক নিৰ্মূল কৰাই হৈছে এই দিৱসৰ মূল উদ্দেশ্য।
25/04/2019

আজি বিশ্ব মেলেৰিয়া দিৱস। মেলেৰিয়াৰ বিষয়ে সজাগতা সৃষ্টি আৰু ইয়াক নিৰ্মূল কৰাই হৈছে এই দিৱসৰ মূল উদ্দেশ্য।

৪৬ বছৰীয়া হ'ল ক্রিকেটৰ ভগৱান শচীন ৰমেশ তেণ্ডুলকাৰ । ১৯৭৩ চনত বোম্বাইত জন্ম গ্রহণ কৰা এইগৰাকী মহান ক্রিকেটাৰলৈ থাকিল জন্...
24/04/2019

৪৬ বছৰীয়া হ'ল ক্রিকেটৰ ভগৱান শচীন ৰমেশ তেণ্ডুলকাৰ । ১৯৭৩ চনত বোম্বাইত জন্ম গ্রহণ কৰা এইগৰাকী মহান ক্রিকেটাৰলৈ থাকিল জন্মদিনৰ অলেখ শুভকামনা।

আজি ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস। ভাৰতৰ পঞ্চায়ত মন্ত্ৰালয়ে প্ৰতিবছৰে ২৪ এপ্ৰিল তাৰিখে গোটেই ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস...
24/04/2019

আজি ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস। ভাৰতৰ পঞ্চায়ত মন্ত্ৰালয়ে প্ৰতিবছৰে ২৪ এপ্ৰিল তাৰিখে গোটেই ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সজাগতা সৃষ্টিৰ বাবে এই দিৱস উদযাপন কৰে।

অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্রী তথা স্বাধীনতা সংগ্ৰামৰ মুক্তিযোদ্ধা বিষ্ণুৰাম মেধিয়ে ১৮৮৮ চনৰ আজিৰ দিনটোতে হাজোত জন্ম গ...
24/04/2019

অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্রী তথা স্বাধীনতা সংগ্ৰামৰ মুক্তিযোদ্ধা বিষ্ণুৰাম মেধিয়ে ১৮৮৮ চনৰ আজিৰ দিনটোতে হাজোত জন্ম গ্রহণ কৰিছিল।

Address


Website

Alerts

Be the first to know and let us send you an email when অসম উপত্যকা বাৰ্তা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share