PolicyPerspectives

  • Home
  • PolicyPerspectives

PolicyPerspectives Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from PolicyPerspectives, Media/News Company, .

05/06/2024
05/06/2024
05/06/2024
05/06/2024

24 hours to go - for Modi 3.0 !

05/06/2024

আন্তৰিক অভিনন্দন...

লোকসভা নিৰ্বাচন ২০২৪ত জয়লাভ কৰা এনডিএ-ৰ অসমৰ সমূহ সন্মানীয় প্ৰাৰ্থীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দেশৰ তথা ৰাজ্যৰ উন্নয়নত অৰিহণা যোগাবলৈ অনাগত দিনত পূৰ্ণোদ্যমেৰে নিষ্ঠা আৰু একাগ্ৰতাৰে আপোনালোকে কাম কৰি যাব বুলি আমি দৃঢ় বিশ্বাসী।

আমাৰ প্ৰতি থকা ৰাইজৰ গভীৰ আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ মাননীয় শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদর্শনত তথা মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি সকলোৱে মিলি অসমৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰি যাম।

এইছেগতে বিজেপিৰ সমূহ কাৰ্যকৰ্তা তথা আমাৰ মিত্ৰদলৰ কৰ্মকৰ্তাসকললৈও আন্তৰিক কৃতজ্ঞতা জনালোঁ।

05/06/2024

অসমবাসীলৈ ধন্যবাদ 🙏

প্ৰথমে আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। আজি ঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফলত অসমৰ ১৪খন আসনৰ ভিতৰত ১১খনত বিজেপি মিত্ৰজোঁট দলক দিয়া সঁহাৰিত আমি অভিভূত হৈছোঁ আৰু আপোনালোকক প্ৰণাম আৰু কৃতজ্ঞতা জনাইছোঁ।

২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ৩৯% ভোট লাভ কৰিছিল। তাৰ পাছত ২০২১ চনত ৪৪% ভোট লাভ কৰিছিল। ইয়াৰ তুলনাত ৰাজ্যত ৪০% সংখ্যালঘু ভোটাৰ থকা সত্ত্বেও এইবাৰ সামগ্ৰিক ভোটৰ হাৰ প্ৰায় ৪৬% লৈ বৃদ্ধি পাইছে।

ইয়াৰ ফলত এইটো প্ৰতীয়মান হয় যে অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত প্ৰায় ৯০টাতে আমাৰ বিজেপি মিত্ৰজোঁটে বহুখিনি অগ্ৰগতি লাভ কৰিলে। এই পৰিসংখ্যাই ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ আমাৰ দলৰ প্ৰদৰ্শনতকৈ এইবাৰ বহু উন্নত ফলাফলকে সূচাইছে।

মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদর্শনত আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমক শ্ৰেষ্ঠ ৰাজ্যৰূপে গঢ় দিয়াৰ প্ৰতিশ্ৰুতিৰে আপোনালোকক পুনৰবাৰ হৃদয়ৰ পৰা শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

05/06/2024
05/06/2024

In respectful remembrance of Madhav Sadashivrao Golwalkar Ji, affectionately called Guruji, who was instrumental in developing the ideological foundation of the Rashtriya Swayamsevak Sangh (RSS). His contributions have left a lasting impact on our nation. Today, we honor and pay tribute to this remarkable leader who devoted his life to the vision of a strong and dynamic Hindu Rashtra.

Rashtriya Swayamsevak Sangh (RSS)

05/06/2024

वरिष्ठ नेता एवं उत्तर प्रदेश के माननीय मुख्यमंत्री श्री जी को जन्मदिन की हार्दिक बधाई।

इस विशेष दिन पर, मैं आपके दीर्घायु, स्वस्थ एवं समृद्ध जीवन की कामना करता हूँ।

24/05/2024

বিকশিত ভাৰত এখন গঢ়ি তুলিবলৈ দৃঢ়প্রতিজ্ঞ মাননীয় প্রধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া...

24/05/2024
24/05/2024

দেশৰ মহিলাৰ জীৱনৰ মান উন্নীতকৰণ মোদীজীৰ বৃহৎ পণ...

24/05/2024

বিকশিত ভাৰতৰ গোৰাণ্টী, মোদীৰ গোৰাণ্টী...

24/05/2024

24/05/2024

মোদীজীৰ বৃহৎ পণ: দেশৰ দৰিদ্ৰ জনতাৰ উন্নয়ন

24/05/2024

"মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য
ভজো হেন দেৱ যদুপতি।।"
- নামঘোষা

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ তিথিত গুৰুজনাৰ শ্ৰীচৰণত জনাইছো শতকোটি প্ৰণাম ৷

আমাৰ জাতীয়-জীৱনলৈ গুৰুজনাই আগবঢ়াই যোৱা অৱদানসমূহৰ বাবে তেৰাৰ ওচৰত অসমীয়া জাতি চিৰকৃতজ্ঞ হৈ ৰ'ৱ।

24/05/2024
24/05/2024

With the blessings of Maa Durga, will continue with the Vijay Sankalp Yatra in West Bengal, where the BJP is poised to secure a thumping victory this time.

24/05/2024

আপুনি পৃথিৱীৰ য'তেই নাথাকক কিয়, পুৱাৰ সতেজতা আনি দিব পাৰে কেৱল অসমৰ চাহকাপে৷

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসত আমাৰ চাহ বাগিচাৰ শ্ৰমিক ভাই-ভনীসকলৰ লগতে আটাইলৈ শুভকামনা জ্ঞাপন কৰিলোঁ৷ আমাৰ চাহ বাগিচাৰ ভাই-ভনীসকলৰ কঠোৰ পৰিশ্ৰমক মান্যতা প্ৰদান কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।

Wherever you are in the world, when you sip your cup of tea in the morning, it's most likely from the lush tea gardens of Assam, delivering freshness to you.

On , celebrating our tea garden workers and their hardwork, which we're committed to incentivise.

24/05/2024
24/05/2024

Address


Website

Alerts

Be the first to know and let us send you an email when PolicyPerspectives posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share