DA Network Assam

  • Home
  • DA Network Assam

DA Network Assam ব্যতিক্ৰম আৰু বিশেষ।

18/06/2024

📌কণ্ঠশিল্পী ভানুপ্ৰিয়া ৰ কণ্ঠত ৰাভা সংগীত "লগণ উকলি গ'ল" গীতটিৰ সুন্দৰ উপস্থাপন

18/06/2024

📌কেৰালাৰ ৱাইনাডত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰিয়ংকা গান্ধীয়ে।
📌ৰাহুল গান্ধীৰ মন্তব্য

17/06/2024

📌পেৰিছত বিশিষ্ট উদ্যোগপতি , সমাজকৰ্মী ,গুৱাহাটীস্থিত Datamation ৰ স্বত্বাধিকাৰী পৱন আগৰৱালাক "ভাৰত গৌৰৱ " সন্মান

📌ফ্ৰান্সৰ ৰাজধানী পেৰিছত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় এই সন্মান।ফ্ৰান্সৰ সংসদ ছিনেটত আয়োজিত হয় ‘ভাৰত গৌৰৱ’ বঁটা প্ৰদান অনুষ্ঠান।শিক্ষা, সংস্কৃতি, ব্যৱসায় আদি খণ্ডত উৎকৰ্ষ লাভ কৰা ৩২ গৰাকী ব্যক্তিক প্ৰদান কৰা হয় ২০২৪ চনৰ ‘ভাৰত গৌৰৱ’ বঁটা।১৮ খন দেশৰ কৃতী ভাৰতীয়ই লাভ কৰে এই বঁটা ।প্ৰযুক্তি উদ্যমিতা, সমাজয়েৱা শিতানৰ এই বঁটা লাভ কৰিছে পৱন আগৰৱালাই ।বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে ফ্ৰান্সৰ মন্ত্ৰী ডি ৰেনবুলে।ভাৰতীয় মূলৰ সাংসদ প্ৰিছকা থেৱেনাট, ফ্ৰান্সস্থিত কনছুল জেনেৰেল প্ৰবীণ কুমাৰ, ফ্ৰান্সৰ ছিনেটৰদ্বয় ডমিনিক থিঅ’ফাইল আৰু ফেড্ৰিক বুভালে এই বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে।
পৱন আগৰৱালাৰ লগতে ‘ভাৰত গৌৰৱ’ বঁটা লাভ কৰে আধ্যাত্মিক গুৰু, পদ্মভূষণ কমলেশ পেটেল, চিত্ৰ নিৰ্মাতা অনু কাপুৰ, পদ্মশ্ৰী ডা০ সুধীৰ শ্বাহ, ৰাম মন্দিৰৰ ৰামৰ মূৰ্তি নিৰ্মাতা অৰুণ যোগীৰাজ, ABP নিউজৰ কাৰ্যবাহী সম্পাদক ইন্দ্ৰজিৎ ৰায়, সংস্কাৰ টিভিৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ত্যাগী আদিয়ে। ভাৰত গৌৰৱ বঁটা লাভ কৰা উদ্যোগপতি পৱন আগৰৱালা গুৱাহাটীস্থ ডাটামেচন প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী। ভাৰতীয়ৰ বাবে ‘ভাৰত গৌৰৱ’ হৈছে সৰ্বোচ্চ আন্তৰ্জাতিক বঁটা।প্ৰত্যেক বছৰে বিশ্বৰ ভিন্ন প্ৰান্তত বিভিন্ন ক্ষেত্ৰত কৃতবিদ্য ভাৰতীয়সকলক এই বঁটা প্ৰদান কৰা হয়।

17/06/2024
16/06/2024

📌আজি ৰাজগড়স্থিত মা ষ্টুডিওত ইতিহাস থিয়েটাৰৰ ২০২৪-২০২৫ নাট্যবৰ্ষৰ অভিজিত ভট্টাচাৰ্যৰ "মহাৰাজ" নাটকখনিৰ প্ৰমো' আৰু "এখনি ৰুমাল" শীৰ্ষক বিশেষ গীতটি ৰ শুভ উন্মোচন কৰা হয়

📌ইতিহাস থিয়েটাৰৰ ২০২৪-২৫ বৰ্ষৰ নতুন নাটক "মহাৰাজ"

📌গীতটোৰ সংগীত পৰিচালনা কৰিছে জনপ্ৰিয় সংগীত পৰিচালক অজয় ফুকনে আৰু গীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুয়ে

📌উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ লগতে অভিনেতা যতীন বৰা , অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰৱৰ্তী আৰু বহু কেইগৰাকী কলা- কুশলী

16/06/2024

📌এইয়াই মেঘালয়ৰ ধুনীয়া পৰিৱেশ

16/06/2024

📌অমৃতা গগৈৰ এটি সুন্দৰ ৰীল

Amrita Gogoi

16/06/2024

📌পবিত্র ঈদত শুভেচ্ছা জনাই এটি সুন্দৰ জিকিৰ সুৰীয়া জাৰী

15/06/2024

উদিত নাৰায়ণৰ চুপাৰ হিত গীত জুবিনৰ কণ্ঠত

15/06/2024

📌এইবোৰ শ্বেয়াৰ হ'ব লগা ভিডিও

15/06/2024

📌দিল্লীৰ গুৰুগ্ৰাম নিবাসী শিল্পী মিমুন ভৰালীৰ কণ্ঠত এটি ধুনীয়া গীত

15/06/2024

ভাৰতৰ বিখ্যাত ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা !!!
ডিব্ৰুগড়ৰ এলেন কেৰিয়াৰ পইণ্ট ইন্সটিটিউটৰ অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ। IIT আৰু NEETত স্থান পোৱা ৮গৰাকী কীৰ্তি ছাত্ৰ-ছাত্ৰীক জনাই সম্বৰ্ধনা।

15/06/2024

📌জুবিন গাৰ্গৰ নিশাৰ ধেমালি

15/06/2024

📌গুৱাহাটী-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন।

15/06/2024

📌শিৱসাগৰৰ জীয়ৰী চিমি গগৈৰ কি সুন্দৰ কণ্ঠ!

15/06/2024

📌সকলো সম্প্ৰদায়ক সামৰি লোৱা নাছিল আজমল ফাউণ্ডেচনে।
📌আজমল ফাউণ্ডেচনৰ সুবিধা সকলোৰে বাবে নাছিল। 📌মন্তব্য মুখ্যমন্ত্ৰীৰ।

15/06/2024

নাজিৰা শিমলুগুৰি মাউৎ গাঁৱৰ এগৰাকী কিশোৰী নিশিতা গগৈ ।অংগৰাগ পাপন মহন্তই নিশিতাক দিছে হিন্দী গীতৰ প্ৰশিক্ষণ ।

14/06/2024

মোক মানুহ বোৰে ভাল পায় !
আচলতে মানুহ বোৰ সহজ সৰল ।তেওঁলোক ধুনীয়া মনৰ ।

কিন্তু মোৰ দৰে কোনো নাৰীৰ জীৱন নহওঁক !!!
মই পাৰিচো ! কিন্তু সকলোৱে নোৱাৰিব মোৰ দৰে যন্ত্ৰণা সহিব !

নিজৰ গাড়ী থাকিলেও
বাইদেউৱে আমাৰ বাবে আমাৰ অটোত অহা যোৱা কৰে ! ৫০০-১০০০ টকা দি দিয়ে বাইদেউৱে!
বাইদেউৰ দৰে মানুহ পাবলৈ নাই ।
বাইদেউৱে আজি আমাক মাতি আনি যি সন্মান দিলে ,আমি আৰু কি কম !
১৯৯৬ চনৰ পৰা মই বাইদেউৰ লগত আছো । নাৰীৰ ৰূপত
বাইদেউ দেৱীৰ দৰে !
বাইদেউৰ কথা কৈ কৈ শেষ নহব !

প্ৰিয় নাৰী খ্যাত, সাতসৰী ৰ প্ৰতিষ্ঠাপক তথা লেখিকা , উদ্যোগী "ডঃ মন্দিৰা বৰুৱা" বিশেষ অনুষ্ঠান ত
আজি সকলোৱে চাওঁক
তেখেতৰ মহানতা!
কিমান যে মানুহে ডঃ মন্দিৰা বৰুৱাক ভাল পায় !!!
চাওঁক চোন !
কিমান যে লোকক তেখেতে সম্বৰ্ধনা জনাইছে !
সমাজৰ সাধাৰণ সহজ সৰল লোক সকলক তেখেতে গামোচাৰ সম্বৰ্ধনা জ্ঞাপন কৰিছে ।

ডঃ মন্দিৰা বৰুৱা সঁচাই বিশেষ !!!

14/06/2024

সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে সদায় মাত মাতি আহিছে !
প্ৰমাণ কৰি দেখুৱাই দিলে !
পুত্ৰ ,বোৱাৰী দুয়ো চিকিৎসক ! বোৱাৰী মণিপুৰৰ হিন্দু ধৰ্মৰ !
কলেজীয়া দিনত তেখেতলৈ এচিদ দলিয়াই দিছিল !
যথেষ্ট মেধাৱী লৰা জন এসময়ত হ'ল PWD ENGINEER ......
কিয় চাকৰি বাদ দি
বিধায়ক হ'ল তেখেত ?

এসময়ৰ SFI ৰ নেতা ,আজিৰ
কংগ্ৰেছ বিধায়ক ! পশ্চিম গোৱালপাৰা সমষ্টিৰ তিনি বাৰৰ বিধায়ক
আব্দুৰ ৰচিদ মণ্ডল !

"নেতাৰ জীৱন" অনুষ্ঠানত কৈ গ'ল তেখেতে জীৱনৰ সুখ দুখ ৰ বহু কথা .....

14/06/2024

ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই বিজেপিক ধুই দিলে ! বিজেপিক তীক্ষ্ণ সমালোচনা যুৱক জনৰ

14/06/2024

তিস্তা নৈৰ বানত উত্তৰ ছিকিমত হাহাকাৰ পৰিস্থিতি৷ বানৰ সমান্তৰালকৈ ভয়ংকৰ ৰূপ ল'লে ভূমিস্খলনে৷ বান-ভূমিস্খলনৰ ফলত একাধিক লোকৰ মৃত্যু৷

14/06/2024

কণ্ঠশিল্পী ময়ূৰী দত্তৰ মহানুভৱতা৷ অসহায় পৰিয়ালৰ কাষত থিয় দিছে ময়ূৰী দত্ত ৷ এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন যোৰহাটৰ প্ৰতিভাৱান যুৱক পাৰ্থ প্ৰতীম শইকীয়া। গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন যুৱকজনৰ পৰিয়াল ভুগিছে চৰম আৰ্থিক সংকটত। কণ্ঠশিল্পীগৰাকীয়ে এই বিপদৰ সময়ত চিকিৎসাৰ বাবে যুৱকজনৰ পৰিয়ালক আগবঢ়াই আৰ্থিক সাহাৰ্য।

14/06/2024

গৌৰৱ গগৈ জয়ী হোৱাৰ আনন্দত এজন শুভাকাংশীয়ে তিতাবৰত পাতিলে ভোজ। ১২০০ লোকক উদৰ পুৰাই খুৱালে এসাঁজ ৷ যুৱকজন তিতাবৰ বোকাহোলা চাহ বাগিছাৰ শংকৰ ৰাও।

13/06/2024

কৰিমগঞ্জৰ ভোট গণনা বিতৰ্ক৷ কিয় পুনৰ নিৰ্বাচন প্ৰসংগ উত্থাপন কৰিলে বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁয়ে? যোৰহাটত গৌৰৱ গগৈৰ জয় সন্দৰ্ভতো প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে হীৰেন গোহাঁয়ে...

13/06/2024

ধুমুহাৰ মাজতে ডিব্ৰুগড়ৰ চৌংকীডিঙ্গীত ভয়ংকৰ ঘটনা ।ৰাজপথত ৰখাই থোৱা বাহনৰ ওপৰত পৰিল প্ৰকাণ্ড গছ। সৌভাগ্যক্ৰমে বাহনখনত নাছিল কোনো লোক।

13/06/2024

'ডিব্ৰুগড়ৰ খহনীয়াগ্ৰস্ত অঞ্চলৰ বাবে ৩২৯ কোটি টকাৰ আৱণ্টন, বাৰিষা অহাৰ বাবে সকলো কাম কৰিব পৰা নাই'। ডিব্ৰুগড়ত জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকা।

13/06/2024

📌বহুতেই ভাল লগা এটি ভিডিঅ

Address


Website

Alerts

Be the first to know and let us send you an email when DA Network Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share