![বজালী জিলাৰ পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত মাজগাওঁ বজাৰত নতুনকৈ মুকলি কৰা হল "ROYAL-CAFE" ৰেষ্টুৰেণ্ট।উক্ত ৰেষ্টুৰেণ্ট খন...](https://img4.medioq.com/415/391/122118214814153910.jpg)
19/01/2024
বজালী জিলাৰ পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত মাজগাওঁ বজাৰত নতুনকৈ মুকলি কৰা হল "ROYAL-CAFE" ৰেষ্টুৰেণ্ট।
উক্ত ৰেষ্টুৰেণ্ট খন মুকলি কৰে মাজগাওঁ অঞ্চলৰে বাসীন্দা শ্বাজিদুল আজিজ খান নামৰ ব্যক্তি গৰাকীয়ে।
চাহ,কেক,বিবিধ তৰহৰ মিঠাই ইত্যাদি খোৱা সামগ্ৰীৰ সু-ব্যবস্থা আছে "ROYAL-CAFE" নামৰ দোকান খনত।