Redone MUSIC

Redone MUSIC WELCOME TO REDONE MUSIC,
REDONE MUSIC IS A MUSIC CHANNEL AND ALSO AN AUDIO RECORDING STUDIO (STUDIO-
(1)

ওড়িশাৰ কণ্ঠ শিল্পী মিহীৰ দাস ৰ আন এটি হিন্দী গীতৰ কাম আৰম্ভ কৰে ষ্টুডিঅ Redone ত। লগতে video shooting কৰা হয়।  ধন্যবাদ...
20/04/2023

ওড়িশাৰ কণ্ঠ শিল্পী মিহীৰ দাস ৰ আন এটি হিন্দী গীতৰ কাম আৰম্ভ কৰে ষ্টুডিঅ
Redone ত। লগতে video shooting কৰা হয়। ধন্যবাদ 🙏

বিহুৰ মাজে মাজে ষ্টুডিঅ ৰ কাম চলাই ৰাখিচো। বহু গানৰ কাম মুক্তিৰ পথত অৱস্থিত। অতি সোনকালে মুকলি কৰা হব। ধন্যবাদ 🙏
20/04/2023

বিহুৰ মাজে মাজে ষ্টুডিঅ ৰ কাম চলাই ৰাখিচো। বহু গানৰ কাম মুক্তিৰ পথত অৱস্থিত। অতি সোনকালে মুকলি কৰা হব। ধন্যবাদ 🙏

কণ্ঠ শিল্পী পল্লবী দত্ত ৰ আন এটি গীতৰ কাম কৰি থকা অৱস্থাত ষ্টুডিঅ REDONEত । অতি সোনকালে মুক্তি লাভ কৰিব। ধন্যবাদ
20/04/2023

কণ্ঠ শিল্পী পল্লবী দত্ত ৰ আন এটি গীতৰ কাম কৰি থকা অৱস্থাত ষ্টুডিঅ REDONEত । অতি সোনকালে মুক্তি লাভ কৰিব। ধন্যবাদ

আজি অন্য এটা গীতৰ কাম আৰম্ভ কৰা মূৰ্হুত কণ্ঠ শিল্পী মণি ৰাম দাস। অতি সোনকালে মুকলি কৰা হব। ধন্যবাদ 🙏
20/04/2023

আজি অন্য এটা গীতৰ কাম আৰম্ভ কৰা মূৰ্হুত কণ্ঠ শিল্পী মণি ৰাম দাস। অতি সোনকালে মুকলি কৰা হব। ধন্যবাদ 🙏

18/12/2022

আজি আমাৰ মৰমৰ সীমান্ত দাই REDONE STUDIO ত দুটি সুন্দৰ গীতত তেখেতৰ যাদু ভৰা হাতেৰে তবলা বজাই গীত দুটিত প্ৰাণ প্ৰতিষ্ঠা কৰে। গীত দুটি অতি সোনকালেই মুক্তি দিয়া হব। ধন্যবাদ 🎉🎉

কন্ঠশিল্পী পল্লবী দত্ত বাইদেউ য়ে যোৱাকালি আন এটি সুন্দৰ গীত redone ষ্টুডিঅ ত বাণীবদ্ধ কৰে, গীত টোত  প্ৰশান্ত দাইও কিছু অ...
12/09/2022

কন্ঠশিল্পী পল্লবী দত্ত বাইদেউ য়ে যোৱাকালি আন এটি সুন্দৰ গীত redone ষ্টুডিঅ ত বাণীবদ্ধ কৰে, গীত টোত প্ৰশান্ত দাইও কিছু অংশত কন্ঠদান কৰে। গীতটো আগন্তুক পূজা ৰ আগে প্ৰকাশ পাব। ধন্যবাদ 🎉🎉

17/08/2022

আজি আন এটা গীতৰ ৰিডম কৰি থকা অৱস্থাত ৰজা দা ৰ লগত redone studio ত।

কণ্ঠ শিল্পী জিষ্ণু ৰ এটি নতুন গীতৰ কাম চলি থকাৰ সময়ত আমি তিনিও একেলগে এইদৰে কিছু সময় ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ 👍
17/08/2022

কণ্ঠ শিল্পী জিষ্ণু ৰ এটি নতুন গীতৰ কাম চলি থকাৰ সময়ত আমি তিনিও একেলগে এইদৰে কিছু সময় ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ 👍

ভু নয়ন আৰু ৰূপাংখি ৰ আন এটা গীত বাণীবদ্ধ কৰাৰ সময়ত।
17/08/2022

ভু নয়ন আৰু ৰূপাংখি ৰ আন এটা গীত বাণীবদ্ধ কৰাৰ সময়ত।

মিন্টো বিকাশ ৰ কথা- সুৰ আৰু সঞ্জু ৰাজ পেগু ৰ কণ্ঠত এটি সুন্দৰ গীত যোৱা কালি redone studio ত বাণীবদ্ধ কৰা হয়। তাৰে কিছু ...
17/08/2022

মিন্টো বিকাশ ৰ কথা- সুৰ আৰু সঞ্জু ৰাজ পেগু ৰ কণ্ঠত এটি সুন্দৰ গীত যোৱা কালি redone studio ত বাণীবদ্ধ কৰা হয়। তাৰে কিছু ভাল লগা সময় এই দৰে সাঁচি ৰাখিলোঁ।

আগন্তুক অম্বুবাচী মেলা উপলক্ষ্যে কন্ঠ শিল্পী সাগৰিকা গাৰ্গীৰ  কন্ঠত   এটি ভক্তিমূলক গীত আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰো গী...
19/06/2022

আগন্তুক অম্বুবাচী মেলা উপলক্ষ্যে কন্ঠ শিল্পী সাগৰিকা গাৰ্গীৰ কন্ঠত এটি ভক্তিমূলক গীত আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰো গীতটোত আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰিব। ধন্যবাদ 🙏 জয় মা কামাখ্যা 🙏

.Ma Kamakhya by Sagarika Gargi , Lyrics Pallab kumar Deka...WhatsApp / Telegram : 9101080314SINGER&TUNE : Sagarika GargiMUSIC&LYR...

আজি সন্ধিয়া  আমাৰ মৰমৰ গীতিকাৰ এলি আহমেদ বাইদেউক হঠাৎ ৰেস্তোৰাঁ এখনত লগ পালোঁ। বহুত ভাল লাগিল বাইদেউ ৰ লগত কিছু সময় কট...
13/06/2022

আজি সন্ধিয়া আমাৰ মৰমৰ গীতিকাৰ এলি আহমেদ বাইদেউক হঠাৎ ৰেস্তোৰাঁ এখনত লগ পালোঁ। বহুত ভাল লাগিল বাইদেউ ৰ লগত কিছু সময় কটাই। আৰু এই ক্ষণ টো মোৰ mobile ত এই দৰে ধৰি ৰাখিলোঁ।

ভূনয়ন ৰ কণ্ঠত এটি ৰাজবংশী গীতৰ কাম আৰম্ভ কৰা হয়। আজি গীতটোৰ গুইড ট্ৰেক টোৰ কাম কৰা হল। জুন মাহৰ শেষভাগত গান টো মুকলি কৰ...
08/06/2022

ভূনয়ন ৰ কণ্ঠত এটি ৰাজবংশী গীতৰ কাম আৰম্ভ কৰা হয়। আজি গীতটোৰ গুইড ট্ৰেক টোৰ কাম কৰা হল। জুন মাহৰ শেষভাগত গান টো মুকলি কৰা হব। মৰম আৰু আশীৰ্বাদ কৰিব। ধন্যবাদ 🙏🙏🎹🎹🎧🎙️🎧🎙️

https://youtu.be/IvCDwUz7w4E
06/06/2022

https://youtu.be/IvCDwUz7w4E

Although man is a rational being, sometimes in the urge of fulfilling his needs he tends to forget his morality and reason unintentionally. This propensity o...

24/05/2022

আজি redone studio ত ভগৱান দাৰ কণ্ঠত এটি কামৰূপীয়া লোকগীত ৰ কাম আৰম্ভ কৰা হয়। আৰু দুই-এটা গীতৰ বাণীবদ্ধ কাম সমাপ্ত হোৱাৰ পিছতে অতি সোনকালে গীতকেইটি মুকলি কৰা হব। আশীৰ্বাদ কৰিব 🙏🙏 ধন্যবাদ 🙏🙏🎹🎧🪘🎙️🎹🎧

Studio REDONE__         🎙️🎧🎹🪘🎙️🎙️🎹🎹💯🎛️🎚️💯
24/05/2022

Studio REDONE__ 🎙️🎧🎹🪘🎙️🎙️🎹🎹💯🎛️🎚️💯

20% Discount will be given to the first 5 students.... Hurry!!!!
10/05/2022

20% Discount will be given to the first 5 students.... Hurry!!!!

Song ALERT 🎧🎙️Today we dubbed a new song.The song is very beautiful, and this song is sung by NEHA & JOY.
10/05/2022

Song ALERT 🎧🎙️Today we dubbed a new song.The song is very beautiful, and this song is sung by NEHA & JOY.

10/05/2022

Have you ever heard of Ocean waves sound in musical instrument? 🎹🎧🎙️💯🪘🪘❤️

Song alert!!!🎹🎧 আজি নতুন এটি গীতৰ কাম আৰম্ভ কৰা হয়। গীতটোত কণ্ঠদান কৰিব Pallabi Dutta বাইদেওয়ে। আজি পৰা music track ৰ ক...
10/05/2022

Song alert!!!🎹🎧 আজি নতুন এটি গীতৰ কাম আৰম্ভ কৰা হয়। গীতটোত কণ্ঠদান কৰিব Pallabi Dutta বাইদেওয়ে। আজি পৰা music track ৰ কাম আৰম্ভ কৰা হৈছে, অতি সোনকালে গীতটো মুকলি কৰা হব। আশীৰ্বাদ কৰিব। ধন্যবাদ 🙏 🎹🎧🪘🎚️🎛️ 🎹🎧🎙️💯💯🎹🎹🎧🎙️

অন্য এটি মধুৰ গীত ৰূপাংখি শৰ্মা ৰ কণ্ঠত আজি বাণীবদ্ধ কৰা হয়। গীতটি অতি সোনকালে REDONE MUSIC ত মুকলি কৰা হব। ধন্যবাদ জনা...
04/05/2022

অন্য এটি মধুৰ গীত ৰূপাংখি শৰ্মা ৰ কণ্ঠত আজি বাণীবদ্ধ কৰা হয়। গীতটি অতি সোনকালে REDONE MUSIC ত মুকলি কৰা হব। ধন্যবাদ জনালো সকলোকে। 🎹🪘🎧🎙️🎹👍

নতুন এটা গানৰ কাম আজি চলি থকাৰ মূৰ্হুতত। গানটো অতি সোনকালে redone music ত শুনিবলৈ পোৱা যাব।🎹🎙️🎹🎧🪘🪘🎧💯🙏
04/05/2022

নতুন এটা গানৰ কাম আজি চলি থকাৰ মূৰ্হুতত। গানটো অতি সোনকালে redone music ত শুনিবলৈ পোৱা যাব।🎹🎙️🎹🎧🪘🪘🎧💯🙏

recently i did a foreign project in my studio. spent good time with them....(jo&rob from usa) :-)😍
02/05/2022

recently i did a foreign project in my studio. spent good time with them....(jo&rob from usa) :-)😍

        New song is coming up shortly (chakma version)🎧🎤🎶🎹👍💯💯👍❤️❤️
14/01/2022


New song is coming up shortly (chakma version)🎧🎤🎶🎹👍💯💯👍❤️❤️

আমাৰ সকলোৰে সুপৰিচিত শিল্পী দুলাল দাস ডাঙৰীয়াই তেওঁৰ নিজৰ গীত এটাত তেঁও নিজে বাদ্য-যন্ত্ৰ বজোৱা ব্যস্ততাৰ কিছু দৃশ্য আম...
13/01/2022

আমাৰ সকলোৰে সুপৰিচিত শিল্পী দুলাল দাস ডাঙৰীয়াই তেওঁৰ নিজৰ গীত এটাত তেঁও নিজে বাদ্য-যন্ত্ৰ বজোৱা ব্যস্ততাৰ কিছু দৃশ্য আমাৰ ষ্টুডিঅ কেমেৰাত বন্দী কৰা হয়। গীত টোৰ সুৰ- কথা: দুলাল দাস ডাঙৰীয়াৰ। গীতটো অতি সোনকালে মুক্তি লাভ কৰিব। ধন্যবাদ 🙏🎹🎶🎧🎤🙏

অপেক্ষা অন্ত পৰিল, "ঐ মই তোৰ হ'ব খোজোঁ.." শীৰ্ষক গীতটো আজি মুক্তি লাভ কৰে। গীতটিত কণ্ঠদান কৰিছে বিজু আৰু বিতোপন। আশা কৰো...
11/01/2022

অপেক্ষা অন্ত পৰিল,
"ঐ মই তোৰ হ'ব খোজোঁ.." শীৰ্ষক গীতটো আজি মুক্তি লাভ কৰে। গীতটিত কণ্ঠদান কৰিছে বিজু আৰু বিতোপন। আশা কৰোঁ আপোনালোকে মৰম আৰু আশীৰ্বাদ দিয়ে যেন। গীতটি শুনি কেনে পায় comment কৰিব।
ধন্যবাদ 🙏🎧🎶🎹🎤
Like,share & subscribe 👍

ক্লিক কৰক : https://youtu.be/vBb7Hdp9C8o

"Oi Moi Tur Hobo Khujo.." || Biju-Bitupan || RedoneMusic || Modern SongSinger: Biju & BitupanBacking Vocal: RajasreeLyrics: Biju & RajuTune: BijuMusic: Neent...

08/01/2022

নতুন অসমীয়া আধুনিক গীত এটাৰ শ্বুটিং যোৱাকলি REDONE STUDIO কৰা হয়। গানটো অতি সোনকালে মুক্তি লাভ কৰিব।singer: Bitopan-Biju
Stay tuned 🎹🎶🎤🎧

"TUMIYE MUR....." A new Assamese EDM single was released today,SUNG BY : TRISHAGNI - NAYANLYRICS : PALASH - NAYANCONCEPT...
05/10/2021

"TUMIYE MUR....." A new Assamese EDM single was released today,
SUNG BY : TRISHAGNI - NAYAN
LYRICS : PALASH - NAYAN
CONCEPT : REDONE MUSIC

youtube link : https://youtu.be/tDPCVV_XIMc

Address


Alerts

Be the first to know and let us send you an email when Redone MUSIC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Redone MUSIC:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share