23/03/2024
"এইবেলি পকিব বিহু" - AEIBELI POKIBO BIHU :
আগন্তুক ৰঙালী বিহু উপলক্ষে বৰ বিহুৱা শ্ৰীযুত নিৰঞ্জন গোস্বামী ডাঙৰীয়াই লিখি সুৰ কৰা "এইবেলি পকিব বিহু" শীৰ্ষক এই বিহু গীতি ৰাইজলৈ আগবঢ়াই দিলো। মৰমেৰে গ্ৰহণ কৰিব বুলি আশা ৰাখিলোঁ।
YouTube link: https://youtu.be/reIRMc2lNSk
"এইবেলি পকিব বিহু" - AEIBELI POKIBO BIHU : আগন্তুক ৰঙালী বিহু উপলক্ষে বৰ বিহুৱা শ্ৰীযুত নিৰঞ্জন গোস্বামী ডাঙৰীয়াই লিখি সুৰ কৰা ...