লাও# বিলাহীৰ#মাছৰ টেঙা আঞ্জা #
কেনেকুৱা হৈছে # জনাব দেই #বন্ধু সকল
Homedecoration #chalengechallengechalenge #beautychallenge #challenge #topfriends #LikeFollowShare #friendsforever #comment #northeast #india #Rumi @
Good morning everyone🥀🥀🥀 #chalengechallengechalenge #challenge #beautychallenge #topfriends #followers #friends#friend #friendsforever #LikeFollowShare #comment #northeast #india #Rumi
"সতীৰ্থ সন্মিলন "
#গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৪নংদুমহলীয়া ছাত্ৰী #নিবাসৰ ১৯৮৯ চনৰ পৰা ২০১৬ চনৰ #আবাসীসকলৰ মধুৰ মিলন
#গ্ৰীণ উড ৰিৰ্জট
#খানাপাৰা--২২
১৪/০৭/২০২৪
#Get-together
#Golden memory
#Guwahati university
#Green wood resort
14/07/2024
"জিলিকাব লুইতৰে পাৰ "
আমাৰ স্বাভিমান ,
"জালুকবাৰী "
গুৱাহাটী বিশ্ববিদ্যালয়
Beautifu#l Assamese #Dance# #Performance#
Performed by# Rima Baruah Saikia,#
My Senior# from Guwahati University #good# hostel #best #northeast #todaybestphoto #followers
Group Song
#challenge #good #best #comment #Rumi #northeast #followers #guwahati #friend #share @
মোৰ প্ৰিয় শ্ৰদ্ধাৰ কবিজনাক গভীৰ শ্ৰদ্ধা আৰু সেৱাৰে🙏🙏🙏
যৌথ মঞ্চ গুৱাহাটী সাংস্কৃতিক গোষ্ঠী আৰু সত্ৰীয়া সংস্কৃতিৰ মঞ্চ অসমৰ উদ্যোগত ছাত্ৰ ছাত্ৰীৰ মাজত গ্ৰীষ্মকালীন অসমৰ লোকসংগীত আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা --
নিউ গুৱাহাটী আদৰ্শ উচ্চ বিদ্যালয়ৰ প্ৰাঙ্গণ
01/07/2024/তাৰিখৰ পৰা 02/07/2024 তাৰিখলৈ .........
🙏🙏🙏 নৃত্যৰ কৰ্মশালা ....❤️❤️❤️❤️❤️
কৰ্মশালা
--------------
গুৱাহাটী সাংস্কৃতিক গোষ্ঠী আৰু সত্ৰীয়া সংস্কৃতিৰ মঞ্চ অসমে আয়োজন কৰা গুৱাহাটীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত অসমৰ লোকসংগীত আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা -------
০১/০৭/২০২৪ ৰ পৰা ০২/০৭/২০২৪ লৈ ।
নিউ গুৱাহাটী আদৰ্শ উচ্চ বিদ্যালয় প্ৰাঙ্গণ 🙏❤️
শ্ৰদ্ধাৰ প্ৰাক্তন প্ৰধান শিক্ষক নিধন বৰ্মন ছাৰৰ কণ্ঠত গীতটি সকলোৱেই শুনিবছোন 🙏❤️
নিউ গুৱাহাটী আদৰ্শ উচ্চ বিদ্যালয়ৰ সতীৰ্থ সন্মিলন.....
2000 চনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে আয়োজন কৰা এই সুন্দৰ অনুস্থানটি জীৱনত সদায় মনত চিৰষ্মৰণীয় হৈ থাকিব ।
ঈশ্বৰে তেওঁলোকক আগুৱাই নিয়ক , আৰু তেওঁলোকৰ জীৱনটো পৰিয়ালৰ সৈতে সুন্দৰ কৰক, ঈশ্বৰৰ শ্ৰীচৰণত তাৰেই কামনা কৰিছোঁ 🙏 ❤️❤️❤️